Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nazira:১৯৭৫তে নির্মিত একেখন চিতাতে সৎকাৰ হয় নাজিৰাৰ মৃতকৰ

বছৰ বছৰ ধৰি অৱহেলিত নাজিৰা নগৰৰ শ্মশান

publisher by publisher
October 23, 2025
in Assam
Reading Time: 1 min read
0
Nazira:১৯৭৫তে নির্মিত একেখন চিতাতে সৎকাৰ হয় নাজিৰাৰ মৃতকৰ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Piyanka Gandhi Election Rally in Nazira:নাজিৰাত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

Nazira:নাজিৰাত ৰে’ল লাইনত উদ্ধাৰ মহিলাৰ মৃতদেহ

Leopard Cub Rescued:নাজিৰাৰ গড়আলিত উদ্ধাৰ দুটাকৈ নাহৰফুটুকীৰ পোৱালি

Nazira:

এখন নগৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ কি সেয়া নাগৰিকৰ ব্যক্তিগত জীৱন ধাৰণৰ মান উন্নয়নৰ সমান্তৰালভাৱে নিৰ্ভৰ কৰে পাৰিৱেশিক স্বচ্ছতা আৰু নাগৰিকৰ মৃত্যুৰ সময়ত অন্তিম সৎকাৰ জনোৱা ব্যৱস্থাৰ ওপৰত। নাজিৰা নগৰ উন্নয়নৰ দিশত সদায়ে এক স্থবিৰ আৰু অনুন্নত ৰূপত পৰি বোৱা ছয় নম্বৰ বাৰ্ডত থকা শ্মশানখনৰ অৱস্থাই নাগৰিকৰ সামাজিক মান যে উন্নীত হোৱা নাই তাৰেই দৃষ্টান্ত দাঙি ধৰি আহিছে।
মনকৰিবলগীয়া কথা যে ডিব্রুগড়, ডিগবৈ, তিনিচুকীয়া আদি উজনি অসমৰ বিভিন্ন স্থানৰ তুলনাত নাজিৰাত এখন সুচল আৰু অত্যাধুনিক ৰাজহুৱা শ্মশান গঢ় লৈ নুঠাটো নাজিৰাৰ সমাজ জীৱনৰ এক নেতিবাচক বিষয় হৈ বৈছে। এখন অত্যাধুনিক ৰাজহুৱা শ্মশান তেল আৰু প্রাকৃতিক গেছৰ উৎপাদনী ক্ষেত্র আৰু তেল গেছ নিগমৰ অসম সম্পদৰ মুখ্য কার্যালয় নাজিৰাতে থাকিও গেছৰ প্রয়োগেৰে অথবা বিদ্যুৎ প্রয়োগৰ ব্যবস্থাৰে নাজিৰাবাসী নাগৰিকে গঢ়ি ল’ব নোৱাৰাতো এক সামাজিক দুৰ্বলতা।
ইংৰাজৰ আমোলত চাহ উদ্যোগৰ বিকাশৰ হেতুকে কলকতাৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আওতাত নিয়ন্ত্রিত হৈছিল আৰু তাৰ বাবে চাহ উদ্যোগৰ কার্যালয়ে ১৯শ শতিকাতে নাজিৰাত মূৰ দাঙি উঠাৰ পৰিপ্ৰেক্ষিতত এক উন্নত বাণিজ্যিক কেন্দ্র হিচাপে ঐতিহাসিকভাৱে নাজিৰা চিহ্নিত হৈ আহিছিল।
১৮৫৭ৰ চিপাহী বিদ্ৰোহৰ এটা বছৰৰ পাছতে ইংৰাজ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা নিজে ভাৰতবৰ্ষৰ শাসন যন্ত্র চম্ভালি লয়। পৰৱৰ্তী ১৯০৯৩ ইংৰাজৰ আমোলতে নাজিৰা পৌৰসভা গঠিত হোৱাৰ দিন ধৰি এই পর্যন্ত নাজিৰা পৌৰসভাই ১১৬ টাকৈ বছৰ অতিক্রম কৰিছে। এইখিনি সময়ত নাজিৰা পৌৰসভাই নগৰ পৰিচালনাৰ স্বচ্ছতাৰ দিশৰ পৰাই হওক নতুবা নাগৰিকৰ সামাজিক সুবিধাৰ ক্ষেত্র বুলিয়েই হওক, আজিলৈকে ৰাইজৰ মাজত নগৰ শ্মশানখনিক এক সম্ভ্রম পূর্ণস্থান তথা সামাজিক সম্পদ হিচাপে চিনাকি দিবলৈ বিফল হৈ আহিছে। নাজিৰা পৌৰসভাই এই ক্ষেত্রত মনোযোগ দিয়া নাই বুলিও নাজিৰা শান্তিবন কেন্দ্রীয় শ্মশানৰ স’তে জড়িত বিষয়ববীয়াসকলৰ পৰা জানিব পৰা গৈছে।
ইফালে, অসম চৰকাৰে শ্মশানৰ উন্নয়নৰ বাবে ২৫ লাখ টকাৰ এক অনুদান প্ৰদান কৰা বুলি পৰিচালনা সমিতি অৱগত হৈছিল যদিও সেই অনুদানেৰেও কোনো উন্নয়নৰ পদক্ষেপ এই পর্যন্ত নাজিৰা পৌৰসভাই নল’লে বুলি পৰিচালনা সমিতিৰ সূত্ৰত জানিব পৰা গৈছে। ফলত নিঃসহায় শ্মশান পৰিচালনা সমিতিয়ে সম্প্রতি বিভিন্নজন সামাজিক ব্যক্তিৰ ওচৰ চাপি সেইসকলৰ ব্যক্তিগত পুঁজিৰেই নিৰ্মাণ কাৰ্যৰ কাম আৰম্ভ কৰিছে।
ইফালে, ১৯৭৫ত অর্থাৎ আজিৰ পৰা ৫০ বছৰৰ পূৰ্বেই লোৰ খুঁটাৰে অ’এনজিচিয়ে নিৰ্মাণ কৰি দিয়া একেখনি চিতাৰ ভেটিতে পাঁচটাকৈ দশক ধৰি নাজিৰাবাসীয়ে মৃত নাগৰিকৰ অন্তিম সৎকাৰৰ কাম কৰি আহিছে। ইয়াৰ মাজতেই ভালেকেইজন বদান্য ব্যক্তিৰ ব্যক্তিগত অনুদানেৰে শ্মশান চৌহদৰ প্রায় পাঁচ বিঘা ভূমিত মাটি পেলাই বাম কৰা, জিৰণি গৃহৰ নিৰ্মাণ, প্রবেশ তোৰণ নির্মাণ আৰু মেৰামতি, পানী যোগানৰ সংযোগ কৰা আদি কাম কৰি আহিছে যদিও নাজিৰা পৌৰসভাই কেৱল প্রৱেশ স্থানৰ পথছোৱাত সামান্য অংশত কেৱল পেভার্চ ব্লক পাৰি দিয়াৰ কামেই কৰিছে বুলি কয় পৰিচালনা সমিতিৰ বিষয়ববীয়াই।
এতিয়াও পানী আৰু বিজুলী মিটাৰৰ ওপৰত থকা ছালি ভাঙি প্ৰাত জোৰা-তাপলি মাৰিয়েই চলি ৰৈছে।
দূৰণিৰ পৰা অহা ব্যক্তিয়ে কোনো আত্মীয়ৰ সংকাৰ কৰাৰ সময়ত নাজিৰাৰ নগৰ শ্মশানত চলি থকা দুৰৱস্থা প্রত্যক্ষ কৰি দুই-এক স্থানত নিৰ্মাণৰ কাম কৰি যোৱাত স্থানীয় বহু নাগৰিকেই নিজৰ স্থানৰ দৈন্যতাৰ বাবে অনুশোচনাত ভুগি বয়। অতি সম্প্রতি নাজিৰাৰ মহেশ্বৰী মাৰোবাৰী সমাজে যোৱা ১২ অক্টোবৰত শান্তিবন নামাংকিত নাজিৰা কেন্দ্রীয় শ্মশানৰ খৰি সঞ্চয়ৰ বাবে এক পকী সঞ্চয় গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। প্রায় চাৰি লাখ টকাৰ ব্যয় নির্ধাৰিত এই গৃহৰ আধাৰশিলা স্থাপন কৰে শ্মশান পৰিচালনা সমিতিৰ সভাপতি পৰেশ গোস্বামী, মহেশ্বৰী মাৰোবাৰী সমাজৰ বয়োজ্যেষ্ঠ নাগৰিক সীতাৰাম চান্দক, সম্পাদক ভাৱৰিলাল ৰথীয়ে। শ্মশান সমিতিৰ সম্পাদক গণেশ হাজৰিকাই ‘দৈনিক অগ্রদূত’ক জনোবা মতে দ্বিতীয়খন চিতাৰ ভেটি নিৰ্মাণৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে।
নিজস্ব পুঁজিৰে এইখন চিতাৰ নিৰ্মাণৰ দায়িত্ব লৈছে বিশিষ্ট ব্যক্তি অজয় জাগাতিয়ে। সম্পাদকে জনোৱা মতে তৃতীয়খন চিতাৰ ভোটও নিৰ্মাণৰ বাবে বিশিষ্ট ব্যক্তি আগবাঢ়ি আহিছে। কোনো চৰকাৰী আৰু চৰকাৰী প্ৰতিষ্ঠানৰ অনুদান বিহীনভাবেই আগবঢ়া শান্তিবন শ্মশানত সম্পাদক গণেশ হাজৰিকাই নিজা প্রচেষ্টাত এখনি ফুলনি নির্মাণৰ পদক্ষেপ গ্রহণ কৰি অগ্ৰসৰ হৈ আহিছে বুলি প্রকাশ কৰে। চৰকাৰ তথা পৌৰসভাৰ উদাসীনতাৰ বাবে ইতিমধ্যে অ’এনজিচিয়ে আগবঢ়াব খোজা ১০ লাখ টকাৰ এক অনুদান উভতি যোৱা বুলি সম্পাদকে তীব্র অসন্তুষ্টি প্রকাশ কৰে। আনহাতে, বহু বছৰৰ পূর্বে অ’এনজিচিয়ে প্রদান কৰা আৰু শ্মশানলৈ যোৱা পথৰ ওপৰত স্থাপন কৰা ছলাৰ লাইটসমূহৰ সম্প্রতি এটাও জ্বলি থকা নাই।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NaziraPublic CemeterySantiban
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d