Nazira:
নাজিৰাত ৰে’ল লাইনত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ মাউৎ গাঁৱৰ ভোটৰবাৰীৰ ৰে’ল লাইনত উদ্ধাৰ হোৱা মৃতদেহটো ৰীণা ঘাটোৱাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। মানসিকভাৱে অসুস্থ মৃত মহিলা গৰাকীক ‘লৰ খুন্দাত নিহত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷
ADVERTISEMENT


































