Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

GST evasion of Rs 1400 crore in Assam :ৰাজ্যত ১৪শ কোটি টকাৰ জিএছটি ফাকি: তথ্য সদৰী কৰিলে কৰ বিভাগে

জাল নথিৰে সংগঠিত ৰূপত লুণ্ঠন: অসমৰ ১২শ কোটি আন ৰাজ্যলৈ স্থানান্তৰ দুষ্টচক্ৰৰ

publisher by publisher
July 3, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
GST evasion of Rs 1400 crore in Assam :ৰাজ্যত ১৪শ কোটি টকাৰ জিএছটি ফাকি: তথ্য সদৰী কৰিলে কৰ বিভাগে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

GST evasion of Rs 1400 crore in Assam :

ৰাজ্যত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হৈছে। এই কেলেংকাৰিৰ পৰিণাম স্বৰূপে অসমে শ শ কোটি টকা ৰাজহ হেৰুওৱাটো নিশ্চিত কৰিছে কৰ বিভাগে। এই পর্যন্ত উদ্ধাৰ হোৱা তথ্য অনুসৰি, জিএছটি প্ৰৱৰ্তনৰ পাছৰে পৰা অসমে কমেও ১২শ কোটি টকা কৰ হেৰুৱাইছে আৰু এই ধন দেশৰ বিভিন্ন বাজ্যলৈ প্রেৰণ কৰা হৈছে। বাকী ২০০ কোটি টকাও অসম চৰকাৰে পোৱা নাই। সেই ধনব লুন্ঠনকাৰী কোন? ইয়াৰ তদন্ত সম্প্রতি অব্যাহত আছে।

ADVERTISEMENT

শেহতীয়াকৈ ৰাজ্যিক জিএছটি বিভাগে কৰ ফাকিৰ কে’বাটাও ঘটনা ধৰা পেলাবলৈ সক্ষম হয়। ইয়াৰ লগত জড়িতৰ অভিযোগত কে’বাজনো লোকক গ্রেপ্তাৰ কৰা হৈছে। বুধবাৰে কৰ ভৱনত আয়োজিত এক সংবাদমেলত ৰাজ্যৰ যুটীয়া কৰ আয়ুক্ত অকণিমা চৌধুৰীয়ে সদৰী কৰে যে এই ধৰণৰ অভিযান আগন্তুক দিনবোৰত অধিক তীব্রতৰ হ’ব।

ৰাজ্যৰ ৰাজকোষত মাধমাৰ শোধোৱা কোনো লোককে ৰেহাই দিয়া নহয়। তেওঁ জনায় যে মুঠ নজন লোকক গ্রেপ্তাৰ কৰা হৈছে। তাৰে দুজনক ৰাজ্যিক জিএছটি বিভাগে আৰু সাতজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যুটীয়া কৰ আয়ুক্তগৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি, কৰ ফাকি দিয়াৰ বাবে ৰাজ্যত গণ্ডাই গণ্ডাই জিএছটি ফার্ম গঢ়ি উঠিছে। তেনে ৩২৫ খনৰ পঞ্জীয়ন বাতিল কৰা হৈছে।

কৰ বিভাগৰ শেহতীয়া অভিযানতে জিএছটি প্রৱর্তনৰ পাছত ৰাজ্যত প্রথমজন অভিযুক্তক ৰাজ্যিক জিএছটি বিভাগে গ্রেপ্তাৰ কৰা বুলিও তেওঁ উল্লেখ কৰে। গ্ৰেপ্তাৰ হোৱা প্রথমজন লোক হ’ল মহানগৰীৰ ফাঁচীবজাৰৰ বৰুণ গোৱেল। ইনপুট টেক্স ক্রেডিট (আইটিচি) তথা ৰছিদ জালিয়াতিৰে এই সমগ্র কেলেংকাৰি সংঘটিত কৰাটোও কৰ বিভাগৰ এই অভিযানত পোহৰলৈ আহে।

গ্রেপ্তাৰ কৰা লোককেইজনৰ সন্দৰ্ভত যুটীয়া কৰ আয়ুক্ত গৰাকীয়ে সদৰী কৰে যে বৰুণ গোৱেলক যোৱা ১০ জুনত গ্রেপ্তাৰ কৰা হয়। জাল ৰছিদৰ জৰিয়তে এই লোকজনে ২০২৩-২৪ৰ পৰা ২০২৫-২৬ৰ গ্ৰেপ্তাৰ হোৱা দিনটোলৈকে কমেও ৯.৯ কোটি টকা জিএছটি ফাকি দিয়ে। গোৱেলৰ মেচাৰ্ছ শিৱ ট্রেডাৰ্ছ নামৰ প্রতিষ্ঠানটোত অভিযান চলোৱাত জালিয়াতিৰ সমগ্র তথ্য পোহৰলৈ আহে। জেৰাৰ সময়ত জালিয়াতিৰ আশ্রয় লোৱাৰ কথা ধৃত গোৱেলে স্বীকাৰ কৰে।

আজাৰা ৰেলৰে য়ার্ড আৰু পল্টন বজাৰ ৰেলৰে য়ার্ডত যোৱা ২৫ জুনত তালাচী অভিযান চলোৱা হয় আৰু এই তালাচীত ৰেলেৰে আমদানি কৰা সামগ্রীক লৈ কে’বাটাও বৃহৎ চক্রই কৰ ফাকিৰ বৃহৎ কেলেংকাৰি চলাই অহাটো ধৰা পৰে। বহিঃৰাজ্যৰ পৰা অহা সামগ্রী নমোৱাৰ পৰ্যায়তে সংঘটিত কৰা এই কেলেংকাৰিত লিপ্ত নজনক গ্রেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত সামগ্রী পৰিবহণ প্রতিষ্ঠানৰ লগত জড়িত ব্যৱসায়িক প্রতিষ্ঠানৰ কে’বাজনো স্বত্বাধিকাৰী আছে। ধৃত লোককেইজন হ’ল- মেচাৰ্ছ বাবা ল’জিষ্টিকৰ স্বত্বাধিকাৰী মহম্মদ নেছাৰ, মেচাৰ্ছ ভাৰত কনভেয়াৰৰ স্বত্বাধিকাৰী ত্ৰিপুৰাৰী পাঠক আৰু ভাৰপ্রাপ্ত অভিষেক সিং, মেচাৰ্ছ ফাষ্ট এণ্ড ছেফ ট্রেন্স’লুছনৰ ভাৰপ্ৰাপ্ত মিঠুন কুমাৰ, ছুপাৰ ট্রেন্স’লুছনৰ ভাৰপ্ৰাপ্ত ফকৰুল ইছলাম আৰু সুনীল যাদৱ, মেচাৰ্ছ ডি এম এছ’চিয়েটছৰ ভাৰপ্ৰাপ্ত বিশ্বজিৎ বৰগোহাঁই, মেচাৰ্ছ বাইট চইছ ল’জিস্টিকছৰ ট্রেন্সপ’ৰ্ট অপাৰেটৰ কবুল শইকীয়া আৰু এছবিজিচি ল’জিষ্টিকছ অ’পাৰেছনছৰ ভাৰপ্ৰাপ্ত সুবেশ স্বামী।

এইসকলে সম্মিলিতভাৱে ৰে’লযোগে অহা সামগ্রীক লৈ জাল নথিৰে জিএছটি ফাকি দিছিল। যোৱা ১৭ জুনত গ্রেপ্তাৰ কৰা হয় ইছাক আহমেদ নামৰ এজনক। ২০১৯-২০ৰ পৰা ২০২৪-২৫লৈ এই লোকজনে মেচার্জ খুচি ডিজিটেল পেইমেন্ট প্রাইভেট লিমিটেড নামৰ জিএছটি পঞ্জীয়ন থকা এটা প্রতিষ্ঠানৰ মাধ্যমৰে জাল নথিৰ সহায়ত ১০০,১৬,৯২,১২৬ কোটি টকা ফাকি দিয়াটো বিভাগে নিশ্চিত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Joint commissionerAknima ChaudharyGST evasionGuwahatikar BhawanPressmeetRs 1400 crore
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d