Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Ambubachi mela Third Day: আধ্যাত্মিকতালৈ প্রত্যাহ্বান কঢ়িয়াই আনিছে অম্বুবাচীৰ মেলামুখিতাই !

নাম সলনিৰ লগতে পৰম্পৰা আৰু আধ্যাত্মিকতাত এইবাৰ গুৰুত্ব প্রদান: দলৈ, ৰ'দ-বৰষুণক নেওচি দেৱীৰ আৰাধনা,এমাহলৈ কামাখ্যাত কটাই দেৱীক আৰাধনা কৰিবলৈ আহিছে বহু সন্ন্যাসী

publisher by publisher
June 24, 2025
in News, Assam
Reading Time: 2 mins read
0
Ambubachi mela Third Day: আধ্যাত্মিকতালৈ প্রত্যাহ্বান কঢ়িয়াই আনিছে অম্বুবাচীৰ মেলামুখিতাই !
1
SHARES
7
VIEWS
ShareShareShareShare

Ambubachi mela Third Day:

মেলামুখিতাই শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলাৰ আধ্যাত্মিকতাত আঘাত হানিছে নেকি? এই সংশয় প্রকাশ কৰিছে স্বয়ং কামাখ্যা ধামৰ দলৈ সমাজে। সেইবাবেই এইবাৰ অম্বুবাচী মেলাৰ নাম পৰিৱৰ্তন কৰি নতুন নামকৰণ কৰা হৈছে অম্বুবাচী মহাযোগ। অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকু মা কামাখ্যাৰ ভক্তৰে উপচি পৰাৰ সময়তে নতুন নামকৰণৰ সম্পৰ্কত ‘দৈনিক অগ্রদূত’ৰ আগত এনেদৰে কয় দলৈ কবীন্দ্র প্রসাদ শর্মাই। তেওঁ কয়, ‘মাজতে কেইবছৰমানৰ পৰা অম্বুবাচীৰ নামত কেবল মাত্র এক মেলাৰ পৰিৱেশ সৃষ্টি হৈছিল: অথচ এইখনতো মেলা নহয়। ইয়াত জড়িত হৈ আছে গভীৰ আধ্যাত্মিকতা।

ADVERTISEMENT

kamakhya 2সেয়া যাতে তল পৰি নাযায় তাৰে এইবাৰ মহাযোগ নাম দিয়া হৈছে।’ এই মহাযোগতে উপচি পৰিছে দেৱীৰ লাখ লাখ ভক্ত। মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ আজি তৃতীয় দিনাও পুৱা পাঁচ বজাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত আৰম্ভ হয়। পুৱা কিনকিনিয়া বৰষুণ পিছত দিয়া প্ৰখৰ ৰ’দকো নেওচি এই সোঁত অব্যাহত থাকে। অৱশ্যে এইবাৰ জোতা-ছেণ্ডেল ওপৰলৈ নিয়া নিষিদ্ধ কৰাক লৈ ৰাইজৰ মাজত মিশ্রিত প্রতিক্রিয়াৰো সৃষ্টি হৈছে। উত্তপ্ত হৈ পৰা পকী পথত উদং ভৰিৰে খোজ কাঢ়িবলৈ মানুহৰ যথেষ্ট অসুবিধা হয়। তাৰ বাবে সুবিধাজনক ব্যৱস্থা গঢ়ি তোলা নহ’ল বুলি অভিযোগ উঠিছে। এইবাৰ বিকল্প হিচাপে মেখেলা উজোৱা পথটোও যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছে।

RelatedPosts

Ropeway:কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ হ’ব ৰোপৱে

Union Minister Sonowal visits Kamakhya Temple মা কামাখ্যা ধামত সেৱা-প্ৰাৰ্থনা আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Ambubachi mela 2025:অম্বুবাচী মহাযোগৰ আজি নিবৃত্তি,খোল খালে কামাখ্যা মন্দিৰৰ দুৱাৰ

kamakhya 3অৱশ্যে এই ধৰণৰ ওজৰ-আপত্তি একাংশৰ মাজত থাকিলেও কামাখ্যা ধামৰ অম্বুবাচীৰ আকর্ষণক কোনেও স্তিমিত কৰিব নোৱাৰে। বিশেষকৈ দেওবাৰৰ পৰা মন্দিৰ চৌহদৰ পৰিৱেশেই সলনি হৈছে। দুৰ দূৰণিৰ পৰা আগমন হোৱা সাধু-সন্ন্যাসীয়ে দিন-ৰাতি একাকাৰ কৰি অব্যাহত ৰাখিছে দেৱীমাৰ আৰাধনা। মন্দিৰ প্রদক্ষিণ, যজ্ঞ, মন্ত্রোচাৰণ আদিৰে মুখৰ হৈ ৰৈছে প্রতিটো মুহূর্ত। আনকি আজি পুৱ ভাগত অহা মুষলধাৰ বৰষুণত তিতিও বহু সন্ন্যাসীয়ে অব্যাহত ৰাখে তেওঁলোকৰ জপ সাধনা।

kamakhya 4মধ্যপ্রদেশৰ পৰমবাবা ধান জনকল্যাণ সেৱা সমিতিৰ পৰা অহা সন্নাসীসকলে কয় যে তেওঁলোকৰ বহুতে প্রায় এমাহ ধৰি কামাখ্যাত থাকিব। দেৱীমাই তেওঁলোকক মাতিছে আৰু তেওঁলোক লৱৰি আহিছে বুলি সন্ন্যাসীসকলে কয়।

kamakhya 5দিনৰ ভাগৰ এনে পৰিৱেশৰ সমান্তৰালকৈ বহু সন্ন্যাসীয়ে পাৰ কৰিছে উজাগৰী নিশাও। কাৰণ তেওঁলোকৰ বহু পূজা মাজনিশাও অনুষ্ঠিত হয়। এনে পূজা কামাখ্যা চৌহদৰ সমান্তৰালকৈ নীলচল পাহাৰত অৱস্থিত বিভিন্ন মন্দিৰবোৰত আয়োজন কৰা হৈছে। এইবাৰ অৱশ্যে শক্তিপীঠখনত নিশা ভক্তৰ ভিৰ একেবাৰেই সেৰেঙা হৈ ৰৈছে। ভিৰৰ বাবে যাতে কোনো অঘটন নঘটে তাৰ প্রতি লক্ষ্য ৰাখি এইবাৰ সন্ধিয়া ছয় বজাৰ পৰা কোনো লোকক মন্দিৰলৈ যোৱাত অনুমতি দিয়া হোৱা নাই। দেওবাৰৰ পৰা এই নিয়ম বলৱৎ হোৱাৰ ফলতে এইবাৰ নিশা কামাখ্যাত বিশেষ জনসমাগম পাবলৈ নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ambubachi MelaKamakhya TampleThire Day
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d