Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

জীৱ আছে নেকি কে২-১৮বি গ্রহত !

publisher by publisher
June 25, 2025
in News, science
Reading Time: 1 min read
0
জীৱ আছে নেকি কে২-১৮বি গ্রহত !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

মহাকাশত প্রথমবাৰলৈ নতুন গ্ৰহৰ সন্ধান দিলে জেমছ ৱেব দূৰবীণে

আঠশ বছৰৰ পাছত আকাশত ওচৰ চাপিছে বৃহস্পতি-শনি

K2-18b: পৃথিৱীৰ বাহিৰৰ আন কোনো গ্রহতো প্রাণী বা জীৱ আছে নেকি? এই প্রশ্নই শ শ বছৰ ধৰি মানুহৰ মনত কৌতূহলৰ সৃষ্টি কৰি আহিছে। এই কৌতূহলে জন্ম দিলে অনেক বৈজ্ঞানিক গৱেষণা আৰু মহাকাশ অভিযানৰ।

ADVERTISEMENT

বিশ্বত এনে অধ্যয়ন-গৱেষণা অব্যাহত থকাৰ সময়তে চলিত বৰ্ষৰ আৰম্ভণিতে ব্যাপক চৰ্চা হয় যে পৃথিৱীৰ পৰা প্ৰায় ১২০ আলোকবর্ষ দূৰৈৰ কে২-১৮বি নামৰ গ্ৰহটোত প্ৰাণ বা জীৱৰ অৱস্থিতি পোৱা গৈছে। এই চর্চাই জ্যোতির্বিজ্ঞানীসকলক অধিক গৱেষণাত ব্যস্ত হ’বলৈ উদ্বুদ্ধ কৰে।

শেহতীয়াভাৱে এক গৱেষণাত পোহৰলৈ আহিছে যে কে২-১৮বি গ্ৰহত জীৱ থকাৰ কোনো সম্ভাৱনা নাই। ইয়াৰ লগে লগে বহুতৰে আশাত চেঁচা পানী পৰিছে। এইসকলে কে২-১৮বি গ্রহত জীৱ থকা বুলি ব্যাপক জল্পনা-কল্পনাত ডুব গৈছিল। উল্লেখ্য যে ২০২৩ত কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ এটা বিজ্ঞানীৰ দলে হঠাৎ সৌৰজগতৰ বাহিৰত পৃথিৱীৰ পৰা প্ৰায় ১২০ আলোকবর্ষৰ দূৰত্বত এটা গ্রহ আৱিষ্কাৰ কৰে।

তেতিয়ালৈ সকলো ঠিকেই আছিল। কিন্তু এই গ্রহ আৱিষ্কাৰ হোৱাৰ পাছতে এক চমকৰ সৃষ্টি কৰে একাংশ বিজ্ঞানীয়ে। এই বিজ্ঞানীসকলে গ্ৰহটোৰ পৰিৱেশ পৰীক্ষা-নিৰীক্ষা কৰি প্ৰকাশ কৰে যে দূৰ-দিগন্তত অৱস্থিত গ্ৰহটোৰ বুকুত হাইড্র’জেন, কার্বন-ডাই-অক্সাইড আৰু মিথেনৰ লগতে আন এক ৰাসায়নিক পদাৰ্থৰ অস্তিত্ব উদ্ধাৰ হৈছে।

এই বিশেষ ৰাসায়নিক পদার্থ পৃথিবীতো পোৱা যায়। এই ৰাসায়নিক পদার্থ কেৱল পৃথিৱীতহে সৃষ্টি হয়। ইয়াক সৃষ্টি কৰে সামুদ্রিক অণুজীৱই। গতিকে বিজ্ঞানীসকলৰ মনত আশাই দোলা দিয়ে যে কে২-১৮বি গ্ৰহতো জীৱ থকাৰ সম্ভাৱনা প্ৰৱল।

ফলত গ্ৰহটোক লৈ অধ্যয়ন-গৱেষণাৰ মাত্রা বৃদ্ধি পায়। জ্যোতির্বিজ্ঞানী নিক্কু মধসূদনৰ নেতৃত্বত কেম্ব্রিজৰো এটা বিজ্ঞানীৰ দলে গ্ৰহটোক লৈ গৱেষণা আগবঢ়াই নিয়ে। এই গৱেষণাত বিজ্ঞানীৰ দলটোৱে অতি শক্তিশালী দুৰবীক্ষণ যন্ত্ৰ জেমছ ৱেৰ স্পেচ টেলিস্কপো ব্যৱহাৰ কৰে।

ইয়াৰ সহায়ত বিজ্ঞানীৰ দলটোৱে উদ্ধাৰ কৰে যে সৌৰজগতৰ পৰা লক্ষ যোজন দূৰত্বত থকা গ্রহটোত সঁচাকৈয়ে হাইড্র’জেন, কার্বন-ডাই-অক্সাইড আৰু মিথেনৰ লগতে সেই বিশেষ ৰাসায়নিক পদার্থবিধ আছে। এই বিশেষ ৰাসায়নিক পদাৰ্থৰ নাম হ’ল ডাইমিথাইল ছালফাইড। পৃথিৱীত সামুদ্রিক অণুজীৱই এইবিধ ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে।

গতিকে কেম্ব্রিজৰ বিজ্ঞানীৰ দলটোৰ এই গৱেষণাই কে২-১৮বি গ্রহক লৈ বিশ্বৰ বিজ্ঞানী সমাজৰ মাজত কৌতূহল অধিক বৃদ্ধি কৰে। অৱশেষত তেওঁলোকৰ এই গৱেষণাক লৈ অধিক অধ্যয়ন কৰে আমেৰিকাৰ আৰিজ’না ষ্টেট বিশ্ববিদ্যালয়ৰ একাংশ বিজ্ঞানীয়ে। সৌৰজগতৰ বাহিৰৰ উক্ত গ্রহত জীৱ থকাৰ তত্ত্ব এই বিজ্ঞানীসকলৰ গৱেষণাত ভুল প্রমাণিত হয়।

এই সম্পৰ্কত আৰিজ’না ষ্টেট বিশ্ববিদ্যালয়ৰ গৱেষক লুইচ ৱেলবাংকছে কয়, ‘গৱেষণাত স্পষ্ট হৈছে যে কে২-১৮বি গ্ৰহত প্ৰাণৰ স্পন্দন নাই। তিনিটা সুকীয়া গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।’একেদৰে চিকাগো বিশ্ববিদ্যালয়ৰ জ্যোতির্বিজ্ঞানী ৰাফেললোকে জানিবলৈ দিয়া মতে কে২-১৮বি গ্ৰহৰ আকাৰ পৃথিৱীতকৈ প্রায় আঢ়ৈ গুণ ডাঙৰ।

এই গ্ৰহ পৃথিৱীৰ পৰা প্ৰায় ১২০ আলোকবর্ষ অর্থাৎ ১,১৩৫ লাখ কোটি কিলোমিটাৰ দূৰত আছে। এই গ্রহ খালী চকুটো বাদেই সাধাৰণ দূৰবীণৰেও দেখা নাযায়। গ্ৰহটোৱে নিজৰ নক্ষত্ৰক প্রদক্ষিণ কৰে। বিজ্ঞানীজনে লগতে কয় যে গ্রহটোত মিথেন, হাইড্র’জেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সন্ধান পোৱা গৈছে যদিও তাত জীৱ সৃষ্টিৰ বাবে প্রয়োজনীয় ডাইমিথাইল ছালফাইডৰ অৱস্থিতিৰ কোনো প্রত্যক্ষ প্রমাণ নাই।

ইয়াৰ লগে লগে বিজ্ঞানীসকলৰ ‘আশা’ত চেঁচা পানী পৰিছে। গ্রহটোত থকা কমেও ৯০ বিধ অণুক লৈ বিজ্ঞানীসকলে গৱেষণা সম্পন্ন কৰিছে। এনে বিস্তৃত গৱেষণাৰ জৰিয়তেও গ্ৰহটোত ডাইমিথাইল ছালফাইডৰ উপস্থিতি নিশ্চিত হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: K2-18B?Planet
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d