Horoscope: মেষঃ ঘৰত আলহী আগমনৰ ফলত মনটো আনন্দত থাকিব। ব্যৱসায়-বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্রত মাধ্যম।
বৃষ: গধুৰ কাম-কাজৰ পৰা বিৰত থকাই ভাল। দুর্ঘটনা ৰক্তপাত আদিৰ যোগ আছে গতিকে যিকোনো ধৰণৰ ড্রাইভিং এৰাই চলাই ভাল হ’ব।
মিথুন: যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব। দেহ আৰু মনত দুৰ্বলতা প্রকাশ পাব। চলা ফুলাত সতর্ক থাকিব।
কর্কট: নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আকস্মিক দুৰ্ঘটনাৰ যোগ, প্রেমত শুভ।
সিংহ: এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত শনি আৰু হনুমান মন্দিৰত ধূপ-বন্তি প্রজ্জ্বলন কৰিব। যিকোনো যানবাহনৰ পৰা সতৰ্ক থাকিব।
কন্যা: আজিৰ দিনটোত আর্থিক লেন-দেন নকৰিব। বিদ্যার্থীসকলৰ দিনটো শুভ।
তুলা: শাৰীৰিক দিশত মধ্যম ফল। কর্মস্থান চাকৰিৰ ক্ষেত্রত দিনটো শুভ। কথা-বতৰাত সাৱধান থাকিব, সফলতা লাভ কৰিব।
বৃশ্চিক: এই ৰাশিৰ জাতক-জাতিকাই শৰীৰৰ প্ৰতি সতর্ক থাকিব। টকা-পইচাৰ কাৰণে কৰ্মৰ ক্ষেত্ৰত বাধা।
ধনু : পাৰিবাৰিক সমস্যাৰ কাৰণে কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত বাধা। শৰীৰত আঘাত প্ৰাপ্তিৰ যোগ। জুইৰ পৰা সতর্ক থাকিব।
মকৰ: যোগত্য থকা সত্ত্বেও যোগত্যাৰ সন্মান নাপাব। দেহ আৰু মনত দুৰ্বলতা প্রকাশ পাব।
কুম্ভ: এই ৰাশিৰ জাতক-জাতিকাই নতুন কামত হাত নিদিব। অশুভ ৰাহুৰ প্ৰভাৱত শৰীৰৰ নিম্নাংশ আঘাত পাব পাৰে।
মীন: এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। ধূপ-বস্তিৰ লগতে ৰঙা ফুল দি হনুমান মন্দিৰত অৰ্পণ































