Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ex Klo welfare and Development society:বঙাইগাঁৱত কোচ ৰাজবংশী সকলৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধানৰ দাবী Ex Klo welfare and Development societyৰ সংবাদ মেল

অসম আৰু পশ্চিম বংগত কেএলঅৰ নেতৃত্বক আৱদ্ধ কৰি ৰাখি চৰকাৰে আলোচনাৰ নামত প্ৰতাৰণা কৰি আছে

publisher by publisher
July 3, 2025
in Assam, News
Reading Time: 1 min read
0
Ex Klo welfare and Development society:বঙাইগাঁৱত কোচ ৰাজবংশী সকলৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধানৰ দাবী Ex Klo welfare and Development societyৰ সংবাদ মেল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Ex Klo welfare and Development society:

অসম আৰু পশ্চিম বংগত কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলঅৰ নেতৃত্বক আৱদ্ধ কৰি ৰাখি শাসকীয় চৰকাৰে আলোচনাৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ কৰিছে প্ৰাক্তন কেএলঅ কল্যাণ আৰু উন্নয়ন সমাজে ৷

ADVERTISEMENT

আজি বঙাইগাঁও প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি সংগঠনৰ নেতৃবৰ্গই আলোচনাৰ নামত শাসকীয় চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে । সংবাদ মেলত সংগঠনটোৰ নেতৃত্বই আলোচনা প্ৰক্ৰিয়াৰ মন্থৰ গতিক লৈ অসন্তুষ্টি ব্যক্ত কৰি কয় যে চৰকাৰে আলোচনাৰ প্ৰতিশ্ৰুতিৰে ম্যানমাৰৰ পৰা কেএলঅৰ কেন্দ্ৰীয় নেতৃত্বক অসমত আনি তিনি বছৰে আৱদ্ধ কৰি ৰখা হৈছে ৷ দীৰ্ঘ দিন ধৰি গুৱাহাটীত অসম আৰক্ষীৰ বিশেষ শাখাৰ জিন্মাত কেএলঅ নেতৃত্বক আৱদ্ধ কৰি ৰাখি চৰকাৰে আলোচনাৰ নামত চৰম ভেকোভাওনা কৰিছে ৷

একে সময়তে কেএলঅৰ সাধাৰণ সম্পাদক কৈলাশ কোঁচক পশ্চিম বংগ চৰকাৰে চুবুৰীয়া ৰাজ্যখনত প্ৰায় চাৰি বছৰ ধৰি আৱদ্ধ কৰি ৰাখিছে । বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম আৰু পশ্চিম বংগ চৰকাৰে কেএলঅৰ সৈতে আলোচনা আৰু কোচ ৰাজবংশী সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰা নাই ৷ চৰকাৰে কেএলঅৰ সৈতে আলোচনাৰ নাটক কৰি ৰাজনৈতিক লুনাফা লাভত ব্যস্ততা হৈ পৰিছে । ইফালে পশ্চিম বংগ আৰক্ষীয়ে আৱদ্ধ কৰি ৰখা কেএলঅ নেতৃত্বক অসমলৈ আনি সংগঠনটোৰ সৈতে আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি শীঘ্ৰে শান্তি চুক্তিৰ জৰিয়তে কোচ ৰাজবংশী সকলোৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ সংবাদ মেলত দাবী জনায় সংগঠনটোৱে ৷

আনহাতে কেএলঅৰ সৈতে আলোচনাৰ নামত নতুনকৈ সংগঠন জন্ম দি দালালী কৰা সকলোক প্ৰাক্তন কেএলঅ সদস্য সকলে সকিয়নি প্ৰদান কৰে ৷ আনহাতে আক্ৰাছুকে ধৰি বহুধাবিভক্ত কোচ ৰাজবংশী দল সংগঠনসমুহক ঐক্যৱদ্ধ হোৱাৰ বাবে সংবাদ মেলত উপস্থিত নেতৃবৰ্গই আহ্বান জনায় । ইফালে বিটিআৰ অঞ্চলত বাসবাস কৰা কোচ ৰাজবংশী লোকসকলৰ সম উন্নয়নৰ দাবী উত্থাপন কৰি সংবাদ মেলত উপস্থিত নেতৃত্বই কয় যে বিটিআৰ অঞ্চলত কোচ ৰাজবংশীসকল উন্নয়ণৰ পৰা বঞ্চিত হৈ আহিছে ৷

জনগোষ্ঠীটোৰ লোকসকল শৈক্ষিক সামাজিক আৰু ৰাজনৈতিকভাৱে পিছ পৰি আছে ৷ সমগ্ৰ অঞ্চলত কোচ ৰাজবংশী লোক সকল মৌলিক অধিকাৰৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে ৷ অঞ্চলটোত গৰিষ্ঠসংখ্যক কোচ ৰাজবংশী লোক থকাৰ পিছতো সাংবিধানিক সংৰক্ষণ নীতিৰ বাবে জনগোষ্ঠীটোৱে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে ।

এনে ক্ষেত্ৰত বিটিচিৰ সংৰক্ষণ মুক্ত ( মুকলি ) সমষ্টিসমুহত প্ৰত্যেক ৰাজনৈতিক দলে প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলক প্ৰাধান্য প্ৰদান কৰা উচিত। সংগঠনটোৱে গুমা , ফকিৰাগ্ৰাম আৰু থুৰীবাৰী সমষ্টিত জনগোষ্ঠীটোৰ লোকক প্ৰাৰ্থীত্ব দিয়াৰ বাবে প্ৰতিটো ৰাজনৈতিক দলক আহ্বান জনায় ।

সংবাদ মেলত কোচ ৰাজবংশীসকলৰ উন্নয়ণৰ স্বাৰ্থত পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবী জনায়। জনগোষ্ঠীটোৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধানৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি শীঘ্ৰে আলোচনাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ দাবী জনায় সংবাদ মেলত উপস্থিত প্ৰাক্তন কেএলঅ নেতৃবৰ্গই ।

সংবাদ মেলত উপস্থিত থাকে প্রাক্তন কে এল অ কল্যাণ আৰু উন্নয়ন সমাজৰ উপদেষ্টা বিমল ৰায়,সভাপতি মৃদুল ৰায়,সম্পাদক ৰাহুল ৰায়,কায্যকৰ‌ী সভাপতি ৰিবুৰাম ৰায়,সহ-সম্পাদক প্রদিপ ৰায়,উপ-সভাপতি ধননজ্ঞয় ৰায়,চিৰাং জিলা সভাপতি নিভাস বর্মন,কোকৰাঝাৰ জিলা উপ-সভাপতি হিতেশ বর্মন, আদি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BongaigaonEx Klo welfare and Development societyPressmeet
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d