Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চলিত বর্ষতে ধ্বংস বায়ুসেনাৰ তিনিখন জাগুৱাৰ যুদ্ধবিমান

এইবাৰ ৰাজস্থানত ভূপতিত, দুই বৈমানিকৰ প্ৰাণহানি

publisher by publisher
July 10, 2025
in India, News
Reading Time: 1 min read
0
চলিত বর্ষতে ধ্বংস বায়ুসেনাৰ তিনিখন জাগুৱাৰ যুদ্ধবিমান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

অৱশেষত টেক অফ! পাঁচ সপ্তাহৰ অন্তত কেৰেলাৰ পৰা উৰা মাৰিলে ব্ৰিটিছ ৰয়েল নেভিৰ যুদ্ধ বিমান

Prime Minister Narendra Modi As The Co-Pilot:বাংগালুৰুত তেজস যুদ্ধ বিমানত ক’ পাইলটৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাছিয়াৰ ১০ খন যুদ্ধবিমান ধ্বংস কৰিলে কিয়েভৰ ভূতে !

আকৌ দুর্ঘটনাগ্রস্ত হ’ল ভাৰতীয় বায়ুসেনাৰ জাগুৱাৰ যুদ্ধবিমান। বুধবাৰে দুপৰীয়া ১-২৫ বজাত ৰাজস্থানৰ চুৰু জিলাৰ ৰতনগড় চহৰৰ ওচৰৰ ভান’দা গাঁৱত এখন দুটাইঞ্জিনযুক্ত জাগুৱাৰ যুদ্ধবিমান ভূপতিত হয়।

ADVERTISEMENT

নিয়মীয়া অনুশীলনৰ সময়ত সংঘটিত ভয়াবহ দুর্ঘটনাটোত বায়ুসেনাৰ দুজন বৈমানিকৰ মৃত্যু হয়। বিমানখনে ৰাজস্থানৰ ছুৰটগড় বায়ুসেনা ঘাটিৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পাছতে ভূপতিত হয়।

সৌভাগ্যবশতঃ বিমানখনৰ দুৰ্ঘটনাত স্থানীয় লোকৰ কোনো ক্ষয়ক্ষতি হোৱা নাই। আনহাতে, ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ভাৰতীয় বায়ুসেনাই। বৈমানিক দুজনৰ মৃত্যুত বায়ুসেনাই শোক প্রকাশ কৰাৰ লগতে দুয়োৰে পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

উল্লেখ্য যে আজিলৈ চলিত বর্ষতে ভাৰতীয় বায়ুসেনাৰ তিনিখন জাগুৱাৰ যুদ্ধবিমান উৰণৰত অৱস্থাত ধ্বংস হয়। ইয়াৰে প্ৰথমটো ঘটনা যোৱা সাত মার্চত হাৰিয়ানাৰ পাঞ্চকুলাত সংঘটিত হয়।

দ্বিতীয়টো দুর্ঘটনা যোৱা দুই এপ্রিলত গুজৰাটৰ জামনগৰৰ ওচৰত সংঘটিত হয়। এই দুর্ঘটনাত সিদ্ধার্থ যাদৱ নামৰ এজন বৈমানিকৰ প্ৰাণহানি হয়। বৈমানিকজনে সহকর্মী বৈমানিকজনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নিজৰ প্ৰাণ বিসর্জন দিয়ে।

আনজন বৈমানিকৰ দৈব্যক্রমে প্ৰাণৰক্ষা পৰে। দুর্ঘটনাটোত তেওঁ কিঞ্চিতহে আঘাত পায়। আনহাতে, দুর্ঘটনাটোত মৃত্যুবৰণ কৰা বৈমানিকজনে বিবাহৰ প্রস্তুতিও চলিছিল। তেওঁ ঘৰৰ একমাত্র পুত্ৰ আছিল।

পুত্রই সহকর্মী বৈমানিকজনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নিজৰে প্ৰাণ বিসর্জন দিয়া সম্পর্কত তেওঁৰ পিতৃ সুশীল যাদবে সাংবাদিকৰ আগত কয়, ‘মই অতি গর্বিত। আনজনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ তেওঁ নিজৰ জীৱন হেৰুৱালে। কিন্তু তেওঁক হেৰুওৱাটো আমাৰ বাবে দুখদায়ক। কাৰণ তেওঁ মোৰ একমাত্র পুত্র আছিল।’

ইপিনে, যোৱা সাত মার্চত সংঘটিত জাগুৱাৰ শ্ৰেণীৰ এখন যুদ্ধবিমানৰ দুর্ঘটনাত সৌভাগ্যবশতঃ বৈমানিকৰ কোনো ক্ষতি নহ’ল। ধ্বংসপ্রাপ্ত বিমানখনৰ পৰা বৈমানিকজনক নিৰাপদে উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে সম্প্রতি ভাৰতীয় বায়ুসেনাৰ ওচৰত কমেও ১২০ খন জাগুৱাৰ যুদ্ধবিমান আছে। এনে বিমান এটা বা দুটা ইঞ্জিনযুক্ত হয়। একেদৰে এনে এখন বিমানৰ আসন এখন বা দুখন হয়।

অৱশ্যে জাগুৱাৰ বিমান পুৰণি বিমান বুলিও চর্চিত হয়। তৎসত্ত্বেও ভাৰতীয় বায়ুসেনাই এই শ্ৰেণীৰ বিমান ব্যৱহাৰ কৰি আছে। অৱশ্যে এই শ্ৰেণীৰ বিমানৰ ব্যাপক উত্তৰণ সাধন কৰা হৈছে বুলি সূত্রই জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: fighter jet
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d