Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ৰাছিয়াৰ ১০ খন যুদ্ধবিমান ধ্বংস কৰিলে কিয়েভৰ ভূতে !

publisher by publisher
March 1, 2022
in International, News
Reading Time: 1 min read
0
ৰাছিয়াৰ ১০ খন যুদ্ধবিমান ধ্বংস কৰিলে কিয়েভৰ ভূতে !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

নির্ভুল লক্ষ্যভেদ কৰি ইখনৰ পাছত সিখনকৈ ৰাছিয়াৰ যুদ্ধবিমান ধবংস কৰিছে কিয়েভৰ ভূতে। এখন-দুখন নহয়, বৰঞ্চ ৩০ ঘণ্টাৰ ভিতৰতে ছখন ৰুছ যুদ্ধবিমান ধ্বংস হ’ল।

ADVERTISEMENT

সম্প্রতি এই ধৰণৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত তােলপাৰ লগাইছে। লক্ষ্যণীয়ভাৱে ‘ঘােষ্ট অৱ কিয়েভ’ৰ এই ভিডিঅ’ প্রচাৰ কৰা হৈছে ইউক্রেইন চৰকাৰৰ তৰফৰ পৰাও।

বৃহস্পতিবাৰে যুদ্ধ আৰম্ভ হােৱাৰ প্রথম দিনাই কোনাে অনামী যুদ্ধবিমান চালকৰ এনে কীর্তিৰ কথা প্রচাৰ কৰে ইউক্রেইনে। সেই চালককে কোৱা হৈছে। ‘ঘােষ্ট অৱ কিয়েভ বা কিয়েভ’ৰ ভূত ।

আনকি তেওঁক নায়কৰ আসনতাে অধিষ্ঠিত কৰিছে জেলেন’স্কী চৰকাৰে। যদিও এই দাবীক কেন্দ্ৰ কৰি নানা প্রশ্নও উঠিছে। টুইটাৰত ভাইৰেল হােৱা অসংখ্য ভিডিঅ’ত দেখা গৈছে।

ইউক্রেইনৰ ‘মিগ-২৯’ যুদ্ধবিমানৰ চালকৰ আসনত বহি আছে এজন হেলমেটধাৰী। যুদ্ধবিমান লৈ তেওঁ অনায়াসে ইউক্রেইনৰ নানা চহৰৰ আকাশত উৰি ফুৰিছে আৰু নিখুঁত লক্ষ্যভেদৰ দ্বাৰা হেলাৰঙে মাটিলৈ নমাইছে ৰাছিয়াৰ বায়ুসেনাৰ বিমান।

সকলাে মিলাই এই ‘ঘােষ্ট অৱ কিয়েভ’- এ মুঠ ১০খন ৰুছ যুদ্ধবিমান ধ্বংস কৰিছে বুলি ইউক্রেইন চৰকাৰে দাবী কৰিছে। এই অজ্ঞাত বিমান চালকৰ এই কীর্তিৰ সত্যতা নিৰূপণ কৰি থকাৰ মাজতে ইতিমধ্যে ৫০ লক্ষাধিক লােকে এই ভিডিঅ’ পছন্দ কৰিছে।

এটা ভাইৰেল প’ষ্টত এজন লােকে দাবী কৰি লিখিছে, ‘ৰাছিয়াৰ বায়ুসেনাৰ দুখন এছইউ-৩৫, এখন এছইউ-২৭, এখন মিগ-২৯ তথা দুখন এছইউ-২৫ বিমান উৰাই দিছে ঘােষ্ট অৱ কিয়েভে। ‘অৱশ্যে ইয়াক গুজৱ বুলিয়ে দাবী কৰিছে একাংশ সংবাদ মাধ্যমৰ লগতে টুইটাৰ ব্যৱহাৰকাৰীয়ে।

‘ঘােষ্ট অৱ কিয়েভ’ৰ অস্তিত্বক নাকচ কৰিছে। আন্তর্জাতিক সংবাদ সংস্থা ৰয়টাৰে। তেওঁলােকে দাবী কৰিছে যে টুইটাৰত ভাইৰেল হােৱা ভিডিঅ’টো ভুৱা। সেইটো আচলতে ২০০৮ত নির্মিত ‘ডিজিটেল কমবেট ছিমুলেট’ (ডিচিএছ) নামৰ এটা ভিডিঅ’ গেমৰ ফুটেজ।

ৰয়টাৰৰ মতে, ‘অনলাইনত যি ভিডিঅ’টো দেখা গৈছে, তাত ইউক্রেইনৰ কোনাে ফাইটাৰ জেটে ৰাছিয়াৰ যুদ্ধবিমান ধ্বংস কৰা নাই। সেইটো আচলতে ডিচিএছ ভিডিঅ’ গেমৰ অংশ। অৱশ্যে আন্তর্জাতিক সংবাদ মাধ্যমৰ এই দাবীক মানি লােৱা নাই ইউক্রেইন চৰকাৰে। বৰঞ্চ তেওঁলােকে দেওবাৰে ৩৮ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে।

ইউক্রেইনৰ চৰকাৰী টুইটাৰ হেণ্ডলত এই ভিডিঅ’ৰ স’তে লিখা হৈছে, মানুহে এওঁক ‘ঘােষ্ট অৱ কিয়েভ বুলি জানে। ইয়াৰ যথার্থতাও আছে। ৰাছিয়ান আক্রমণকাৰী।বিমানসমূহৰ দুঃস্বপ্নত পৰিণত হৈছে ইউক্রেনীয় বায়ুসেনাৰ এই অভিজ্ঞ চালকজন।’

টুইটাৰত ইউক্রেইন চৰকাৰে লগতে দাবী কৰি লিখিছে,‘২০২২ৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়ান আক্ৰমণৰ প্রথম ৩০ ঘণ্টাত ৰাছিয়াৰ ছখন যুদ্ধবিমানক গুলি কৰি নমাইছে ঘােষ্ট অৱ কিয়েভে। তথা ২৬ ফেব্ৰুৱাৰী পর্যন্ত মুঠ ১০খন সামৰিক বিমানক ধ্বংস কৰিছে।

(আকাশ পথৰ যুদ্ধত) ‘মাষ্টাৰ’ বিমান চালক হ’বলৈ কমেও পাঁচখন যুদ্ধবিমান ধ্বংস কৰাটো বাঞ্ছনীয়। অথচ ঘােষ্ট অৱ কিয়েভে তাৰ দ্বিগুণ সংখ্যক বিমানক গুলি কৰি মাটিত নমাইছে।’

উল্লেখ্য যে ইউক্রেইনে ইতিমধ্যে এই ‘ঘােষ্ট অৱ কিয়েভ’ক অলিখিতভাৱে জাতীয় নায়কৰ মর্যাদাও দিছে। এটা কার্টুনসহ চৰকাৰী একাউণ্টত সেই ভিডিঅ’ আৰম্ভ হৈছে। ভিডিঅ’ৰ আৰম্ভণিতে কেইটামান শাৰী যােগ কৰা হৈছে। তাত লিখা হৈছে, ‘দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হয়তাে এই প্রথম এজন মাষ্টাৰ’ বিমান চালক পালে ইউক্রেইনে। মিগ-২৯ বিমানৰ এই অজ্ঞাত চালকজন ‘ঘােষ্ট অৱ কিয়েভ’ নামেৰে পৰিচিত। ইউক্রেনীয়সকল এই সাহসী নায়কৰ ওচৰত কৃতজ্ঞ, যি ৰাছিয়াৰ বিমানেৰে পুৱাৰ আহাৰ গ্ৰহণ কৰিছে।’ এই ইউক্রেনীয় নায়ক’ৰ অস্তিত্বক লৈ প্রশ্ন উত্থাপন হ’লেও তেওঁক প্রশংসা কৰিলে দেশখনৰ প্ৰাক্তন ৰাষ্ট্রপতি পেট্র’ প’ৰ’শ্বেংকোৱে।

ৰাজনৈতিক শত্রুতা এৰি সংকট কালত ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেন’স্কীৰ কাষত থিয় দিয়া পৰ’শ্বেংকোৱেও ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “সাংঘাতিক গতি আৰু সুখকৰ চিকাৰ।‘ঘােষ্ট অৱ কিয়েভ’ৰ দৰে শক্তিশালী ৰক্ষক থাকিলে ইউক্রেইন নিশ্চিতৰূপে যুদ্ধত জয়ী হ’ব।’

ইপিনে, অস্তিত্বক কেন্দ্ৰ কৰিয়ে প্রশ্ন উত্থাপন হােৱা এজন লােকৰ বীৰত্বৰ দাবী জেলেন স্কী চৰকাৰে কিয় কৰিছে বুলিও সম্প্রতি চর্চা হৈছে। এই ক্ষেত্ৰত বহুতে ধাৰণা কৰিছে যে যুদ্ধকালীন পৰিস্থিতিত এজন অজান নায়কৰ আঁৰত আচলতে সমগ্র দেশবাসীকে একত্রিট কৰাৰ পন্থা লৈছে ইউক্রেইনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: fighter jetRussiaUkraine
publisher

publisher

Related Posts

ছেকেন্দ্ৰাবাদ সেনা ছাউনিৰ পৰা চুৰি হোৱা আগ্নেয়াস্ত্ৰ উদ্ধাৰ, গ্ৰেপ্তাৰ কেবাজনো সেনা বিষয়া
India

September 11, 2026
নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিয়ন্ত্ৰণৰ ইংগিত?

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী
International

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী

September 11, 2026
গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d