Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Dibrugarh :প্রাক্তন প্ৰেমিকাৰ বিকৃত ফটো-ভিডিঅ’ ভাইৰেল কৰি ঘটিলে ১০ লাখ

অসমৰ উচ্চ শিক্ষিত মহিলাক ঘৃণনীয় জগতৰ নায়িকা সজাই গ্রেপ্তাৰ অভিযন্তা, ফোন নম্বৰৰ আঁত ধৰি গ্ৰেপ্তাৰ আৰক্ষীৰ, অভিযুক্ত প্রতিম বৰাক পাঁচদিনলৈ আৰক্ষী জিম্মালৈ

publisher by publisher
July 14, 2025
in Assam, Crime, News
Reading Time: 2 mins read
0
 Dibrugarh :প্রাক্তন প্ৰেমিকাৰ বিকৃত ফটো-ভিডিঅ’ ভাইৰেল কৰি ঘটিলে ১০ লাখ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড় আৰক্ষীৰ অভিযানত মাৰ্ঘেৰিটাত আটক চাৰি মানৱ অংগ সৰবৰাহকাৰী

Cow Theft Incident In Dibrugarh: বছৰটোৰ দ্বিতীয়টো দিনতেই ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা

বিয়াৰ কেক কটাক লৈ নৱদম্পতীৰ মাজত বিবাদ

Dibrugarh :

অসমৰ এগৰাকী উচ্চ শিক্ষিত বিবাহিতা মহিলাক ঘৃণনীয় জগতৰ নায়িকা সজোৱাৰ অভিযোগত গ্রেপ্তাৰ হ’ল এজন অভিযন্তা। তিনিচুকীয়াৰ গেলাপুখুৰী বৰদলৈ নগৰ পথৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰা প্রতিম বৰা নামৰ যান্ত্রিক অভিযন্তা (মেকানিকেল অভিযন্তা) জনে তেওঁৰ প্রাক্তন প্রেমিকাৰ ফটো কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ সহায়ত বিকৃত কৰি মহিলা গৰাকীক আমেৰিকাৰ প’র্ণ জগতৰ স’তে সম্পর্ক থকা বুলি সামাজিক মাধ্যমত ভুৱা একাউন্টৰে প্রচাৰ চলায়। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত ২৩৪/২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩৩৬ (৪) /৩৫৬ (২)/৭৪/৭৫/২১৪/৩৫১ (২) ধাৰাত এটা গোচৰ ৰজু কৰি যোৱা নিশা বৰাক গ্রেপ্তাৰ কৰিছে।

ADVERTISEMENT

দেওবাৰে তেওঁক আৰক্ষীয়ে আদালতত হাজিৰ কৰায়। আদালতে অভিযুক্তজনক পাঁচ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে অভিযুক্তজনৰ ঘৰৰ পৰা এটা লেপটপ, এটা কম্পিউটাৰ, হার্ড ডিস্ক, দুটা ম’বাইল ফোন, টেবলেট, কার্ড ৰীডাৰ, কে’বাখনো এটিএম, ছীমকার্ডসহ বহু সামগ্রী জব্দ কৰে। তেওঁৰ ম’বাইল ফোন আৰু কম্পিউটাৰৰ পৰা ভুক্তভোগীৰ বহুসংখ্যক ফটোও উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনায়।

সূত্রই জনোৱা মতে, ২০২০ লৈকে ভুক্তভোগী গৰাকীৰ স’তে অভিযুক্তজনৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেতিয়া দুয়ো দিল্লীত বাস কৰিছিল। সেই সময়ত ভুক্তভোগী অধ্যয়নৰত আছিল। পৰৱৰ্তী সময়ত ২০২১ত ভুক্তভোগী ডিব্ৰুগড়ৰে এটা সম্ভ্রান্ত পৰিয়াললৈ বিয়া হোৱাৰ পাছৰে পৰা বৰাৰ স’তে তেওঁৰ কোনো সম্পর্ক নাছিল।

পৰৱৰ্তী সময়ত তেওঁ প্রাক্তন প্ৰেমিকাৰ নামত এটা ভুৱা একাউন্ট খুলি গোপনে চলাই আহে। তেতিয়াৰে পৰা তেওঁ প্রাক্তন প্রেমিকাৰ বিভিন্ন ফটো লৈ আপত্তিজনকভাৱে সামাজিক মাধ্যমত আপলোড কৰি আহে। এই দুষ্কাৰ্য কৰোতে তেওঁ মহিলা গৰাকীৰ পৰিয়াল তথা আত্মীয়সকলক সামাজিক মাধ্যমত ব্লক কৰি ৰাখে। গতিকে তেওঁলোক তাৰ এই অপৰাধমূলক কার্যকলাপৰ বিষয়ে জ্ঞাত হোৱা নাছিল। শেহতীয়াভাৱে প্রায় ডেৰমাহ পূর্বে তেওঁ সামাজিক মাধ্যমৰ এই ভুৱা একাউন্ট ‘পাব্লিক’ কৰি দিয়াৰ লগে লগে প্রাক্তন প্ৰেমিকাৰ বিকৃত ভিডিঅ’ৰ দৰ্শনকাৰীৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পায়।

আনকি এনে ভিডিঅ’ৰ দৰ্শনকাৰীৰ সংখ্যা কিছুদিনৰ ভিতৰতে ১০ লাখ পর্যন্ত হয়। পৈশাচিক মানসিকতাৰে সংঘটিত কৰা এই অপৰাধৰ জৰিয়তে তেওঁ বর্তমানলৈ ১০ লাখ টকা উপার্জন কৰা বুলি সূত্রই জনায়। ইপিনে, দেওবাৰে ঘটনা সংক্রান্তত ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ছিজল আগৰৱালাই সাংবাদিকৰ আগত কয়, ‘আমি এটা অভিযোগ পালো আৰু এই অভিযোগৰ ভিত্তিত কালি এটা গোচৰ পঞ্জীয়ন কৰা হয়। অভিযোগকাৰীয়ে ইনস্টাগ্রামৰ এটা ‘পেজ’ দিছিল আৰু পেজটো পুংখানুপুংখভাবে অধ্যয়ন কৰি ইয়াৰ সবিশেষ অনুসন্ধান কৰোতে এটা ম’বাইল ফোনৰ নম্বৰ পাওঁ আৰু নম্বৰটো হৈছে ধৃত প্রতিম  বৰাৰ।

অভিযোগকাৰীক এই বিষয়ে সোধাত বৰা তেওঁৰ একালৰ সহপাঠী বুলি জনায়।’ তদন্তকাৰী আৰক্ষীয়ে সকলো চালি-জাৰি চাই প্রতিমেই এই সকলো বিকৃত ভিডিঅ’ আৰু ফটো আপলোড কৰাটো নিশ্চিত কৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়। তেওঁ লগতে জনোৱা মতে, জব্দকৃত ইলেক্ট্র’নিক সামগ্ৰীৰ লগত বহু প্রক্রিয়া জড়িত হৈ আছে। এইসমূহ পৰীক্ষা কৰি ইয়াৰ লগত জড়িত লোকসকল তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনাও তেওঁ ব্যক্ত কৰে।

তেওঁ লগতে কয়, ‘নেটত বা সামাজিক মাধ্যমত যিকোনো এটা বস্তু প্রত্যক্ষ কৰিলে তাৰ সত্যসত্যতা নিৰূপণ কৰি ল’ব লাগে। প্রথম অৱস্থাত অভিযুক্তই ব্যক্তিগত আখেজৰ বাবে মহিলা গৰাকীক হাৰাশাস্তি কৰি আছিল। কিন্তু পৰৱৰ্তী সময়ত এই ইনস্টাগ্রাম পেজৰ পৰা তেওঁ টকা লাভ কৰিবলৈ ল’লে। এনেদৰে লোভ বাঢ়ি যোৱাত তেওঁ বিকৃত ফটো আৰু ভিডিঅ’ আপলোডক টকা ঘটাৰ আহিলাৰূপে ব্যৱহাৰ কৰিবলৈ ধৰিলে।

এতিয়ালৈকে প্রায় ডেৰ লাখ টকা ঘটিছে।’ আৰক্ষী অধীক্ষকে লগতে জনোৱা মতে, ভুৱা প্রফাইল, জি-মেইল, ইনস্টাগ্রাম, ৱেব ক্রিয়েটত ব্যৱহৃত সংশ্লিষ্ট প্রতিষ্ঠানসমূহৰ আৰক্ষীয়ে বিচাৰিব। সূত্ৰই জনোৱা মতে, এই সমগ্র অপৰাধৰ যিসকলে ভিডিঅ’ ক্ৰয় কৰিছিল বা যিসকলে অশ্লীল মন্তব্য কৰিছিল তেওঁলোকৰ তথ্যও পোহৰলৈ আহিব। আনহাতে, যিসকল ইউটিউবাৰে এইসমূহ ঘটনা সামাজিক মাধ্যমৰ জৰিয়তে বিয়পাই দিছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনাও সূত্রই ব্যক্ত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Archita PhukanDIBRUGARH POLICEOne Person arraestedviral fotoViral Video
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d