Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিয়াৰ কেক কটাক লৈ নৱদম্পতীৰ মাজত বিবাদ

publisher by publisher
December 5, 2025
in News, world
Reading Time: 1 min read
0
বিয়াৰ কেক কটাক লৈ নৱদম্পতীৰ মাজত বিবাদ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Incidents of moral policing: পুনৰ মৰেল পুলিচিঙৰ ঘটনা

 Dibrugarh :প্রাক্তন প্ৰেমিকাৰ বিকৃত ফটো-ভিডিঅ’ ভাইৰেল কৰি ঘটিলে ১০ লাখ

Viral video:✒️বিবাহৰ ‘কেক’ কটাক লৈয়ে কাজিয়াত লিপ্ত হ’ল নৱজীৱন আৰম্ভ কৰা দম্পতী। এনে এক ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিঅ’ত দেখা গৈছে যে বিবাহ অনুষ্ঠান উপলক্ষে অভ্যাগতৰ সমাগমৰ মাজতে শুভমুহূর্ত উদ্যাপন কৰিবলৈ এটা কেক অতি সুন্দৰকৈ সজাই কাটিবলৈ লৈছিল দম্পতীয়ে।

ADVERTISEMENT

কিন্তু নৱপৰিণীতা পত্নীৰ পূৰ্বে তৰুণ স্বামীয়ে কেকৰ সোৱাদ ল’লে। তাকে দেখিয়েই একপ্রকাৰ হুলস্থূল আৰম্ভ কৰে তৰুণী পত্নীয়ে। সকলোৰে সন্মুখতে স্বামীক গালিও পাৰে। নববিবাহিতা পত্নীৰ গালি-গালাজ সহ্য কৰিব নোৱাৰি খঙতে কেকটো হাতেৰে দাঙি মজিয়ালৈ দলিয়াই দিয়ে দৰাই। এনে এক ভিডিঅ’ এতিয়া ভাইৰেল হৈছে। সামাজিক মাধ্যম ‘এক্স’ত লিছা নামৰ এটা একাউণ্টৰ পৰা এই ভিডিঅ’টো প’ষ্ট কৰা হৈছে।

ভিডিঅ’ত দেখা গৈছে যে নৱদম্পতীয়ে বিবাহ অনুষ্ঠান উদ্যাপনৰ বাবে আনন্দত মতলীয়া হৈ কেকটো সজাইছে।অতিথিসকলেও নবদম্পতীক আশীৰ্বাদ কৰাৰ বাবে তেওঁলোকৰ চৌপাশে থিয় দিছে। কেকটো অলপ পাছতে কটাৰ কথা। দৰা-কইনাই আনন্দৰে নাচি-বাগি কেকটো সজাই থকাৰ সময়তে সংগীতো বাজিছে। দেখা গৈছে যে দুয়ো নাচি নাচি কেকটোৰ ওপৰত ফল-মূলৰ টুকুৰা আদি ঢালিছিল।

তাৰ পাছত কেকটোৰ ওপৰত দুয়ো চেনিৰ গুড়িও ছটিয়াইছিল। এইদৰে দুয়ো কেক সজোৱাৰ কাম প্রায় সম্পূৰ্ণ কৰাৰ পাছত ঘটিল পয়মাল। কেক সজা সম্পূৰ্ণ হোৱাৰ পাছ মুহূর্ততে সামান্য কেক হাতত লৈ যুৱকজনে জিভাত লগাই সোৱাদৰ উমান লৈছিল। এই দৃশ্য দেখাৰ লগে লগে স্বামীক গালি পাৰিবলৈ আৰম্ভ কৰিলে নৱপৰিণীতা পত্নীয়ে। অৱশ্যে ভিডিঅ’ত দেখা অনুসৰি অতিথিসকলে বোধহয় পত্নীৰ কথা শুনিবলৈ পোৱা নাছিল।

কিন্তু পত্নীৰ কথা শুনি ক্ষুব্ধ হয় যুৱকজন। ক্রোধ সামৰিব নোৱাৰি কেকটো প্রচণ্ড জোৰেৰে মাটিলৈ দলিয়াই দিয়ে। এই ঘটনা সকলোৰে সন্মুখত ঘটাত অপ্রস্তুত হৈ কইনাগৰাকীয়ে বিবাহ গৃহ ত্যাগ কৰি বাহিৰলৈ ওলাই যায়। পাছে পাছে যায় দৰাও। ইয়াতে ভিডিঅ’টো শেষ হৈছে। এই ভিডিঅ’টো ভাইৰেল হোৱাই নহয়, বিভিন্নজনে স্বামীৰ ব্যৱহাৰক লৈ সমালোচনাও কৰিছে।

জীৱনৰ এনে এটা বিশেষ দিনত পত্নীক এইদৰে অপমান কৰা উচিত নহয় আৰু এজন লোকৰ স’তে গোটেই জীৱন কিদৰে কটাব সেয়া ভাবিব লাগে বুলি কৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CakeViral VideoWeeding
publisher

publisher

Related Posts

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d