Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নামবৰত ৩৫০ৰ অধিক পৰিয়াল উচ্ছেদ, এহেজাৰ বিঘা বনভূমি পুনৰুদ্ধাৰ

publisher by publisher
August 4, 2025
in News, Assam
Reading Time: 1 min read
0
চাৰি সহস্ৰাধিক অবৈধ ঘৰ-দুৱাৰ উচ্ছেদ, ৮,৯০০ বিঘা বেদখলমুক্ত
1
SHARES
6
VIEWS
ShareShareShareShare

Eviction:✒️এইবাৰ নামবৰ দক্ষিণ সংৰক্ষিত অভয়াৰণ্যৰ পৰা ৩৫০তকৈ অধিক বেদখল পৰিয়ালক উচ্ছেদ কৰা হ’ল। দেওবাৰে বন বিভাগে প্রশাসন আৰু আৰক্ষীৰ সহযোগত বনাঞ্চলখনৰ গেলাজান আৰু তিনি নম্বৰ ৰজাপুখুৰী অঞ্চলত উচ্ছেদ অভিযান চলায়।

ADVERTISEMENT

এই উচ্ছেদ অভিযানৰ সময়ত ৩৫০তকৈ অধিক বেদখলকাৰী পৰিয়াল উচ্ছেদ কৰি প্ৰায় এহেজাৰ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ কৰে বন বিভাগে। ৰেংমা বনাঞ্চলত চলা বেদখল উচ্ছেদ অভিযানৰ দৰে আজিৰ গেলাজান আৰু ৰজাপুখুৰীৰ উচ্ছেদ অভিযানো তদাৰক কৰে বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদবে।

RelatedPosts

ডবকাত ১০৯৮ টা ঘৰ উচ্ছেদ, ১২টা মছজিদ গৃহও ভাঙিলে প্রশাসনে

ৰূপহীহাটৰ ভকতগাঁৱত ৩৮ বিঘা মাটি উদ্ধাৰ বেদখলকাৰীৰ পৰা

কে’বাশ বাসগৃহ-প্রকাণ্ড প্রকাণ্ড তামোলৰ বাগান চুৰমাৰ কৰি লুটুমাৰীত উচ্ছেদৰ সামৰণি

দুয়োটা অঞ্চলত এই উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে চলে। উল্লেখ্য যে যোৱা ২৯ জুলাইৰ পৰা ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বেদখলীকৃত ভূমিত আৰম্ভ হোৱা উচ্ছেদ অভিযানৰ সময়ত কালিলৈকে পাঁচ দিনত চাৰি সহস্রাধিক অবৈধ গৃহ ভাঙি ৮,৯০০ বিঘা বনভূমি পুনৰ উদ্ধাৰ কৰা হয়।

শনিবাৰে বন বিভাগে ঘোষণা কৰা অনুসৰি দেওবাৰে নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত এই উচ্ছেদ অভিযান চলে। এই অভিযানৰ জৰিয়তে কেৱল বেদখল শেষ কৰাই নহয়, ইয়াৰ জৰিয়তে বনাঞ্চলৰ পৰিৱেশ পুনৰুদ্ধাৰ, জৈৱ-বৈচিত্র্য সংৰক্ষণ আৰু দীর্ঘকালীন সেউজ ব্যৱস্থাপনাৰ লক্ষ্যও চৰকাৰে লোৱা বুলি প্রকাশ কৰিছে।

ৰজাপুখুৰী-মাজগাঁও অঞ্চল আমাৰ : নগাৰ দাবী গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তত চলা এই উচ্ছেদ অভিযানলৈ চুবুৰীয়া ৰাজ্য নগালেণ্ডেও সমর্থন ঘোষণা কৰিছে। অৱশ্যে অঞ্চলটোৰ অসম সীমান্তত বাস কৰা একাংশ নগা লোকে দাবী কৰিছে যে উচ্ছেদ অভিযান চলা ৰজাপুখুৰী আৰু মাজগাঁও অঞ্চল তেওঁলোকৰ।

পূববংগীয় মুছলমান (মিঞা)-এ তেওঁলোকৰ মাটি বেদখল কৰিহে আছিল বুলি দাবী কৰি এই নগা লোকসকলে কয়, ‘ৰজাপুখুৰী আৰু মাজগাঁও অঞ্চল নগাৰ। এই অঞ্চল দুটা আমাৰ।’ ইপিনে, উচ্ছেদস্থলীত একাংশ নগা লোকে টিঘিলঘিলাই থকাত অসমৰ স্থানীয় বাসিন্দাসকল শংকিত হৈছে। একাংশই আশংকা কৰিছে যে উচ্ছেদ অভিযানৰ পাছত সেই ভূমিলৈ নগাৰ আগ্রাসন ঘটিব পাৰে। সেয়েহে অঞ্চলটোত অসম আৰক্ষীৰ বেটেলিয়নৰ শিবিৰ স্থাপন কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে।

উচ্ছেদিতসকলে সীমান্তত সুৰক্ষা প্ৰদানৰ কাম কৰিছিল: স্থানীয় বাসিন্দা উচ্ছেদ অভিযানৰ পাছত নগাৰ আতংকত ভোগা স্থানীয় ৰাইজে কয়, ‘স্থানীয় মানুহ হিচাপে আমি ভালেই পাইছো আৰু উচ্ছেদ অভিযানত সহযোগ কৰিছো। কিন্তু আমাৰ এতিয়া এটা মনত সন্দেহ হৈছে যে সেইসকলে (উচ্ছেদিত) অসম সীমান্তৱৰ্তী অঞ্চলত নগালেণ্ডৰ দাবীৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদানৰ কাম কৰিছিল। এতিয়া অঞ্চলৰ মানুহ আতংকিত হৈ আছে। কাইলৈ যদি আমাৰ থলুৱা অসমীয়াক নগাই আক্রমণ কৰে তাৰ আতংকত ভুগিছে। নগাই উপদ্ৰৱ চলাব বুলি ভীতিগ্রস্ত হৈছে। অসম চৰকাৰে অতি সোনকালে অসম ৰাইফলছ বা অসম আৰক্ষী বেটেলিয়নৰ শিবিৰ স্থাপন কৰি সুৰক্ষা দিব লাগে।’

স্থানীয় লোকে পুনৰ কয়, ‘আমি আগতে যিদৰে আছিলো, এতিয়া উচ্ছেদৰ পাছতো যাতে সুৰক্ষিত হৈ থাকিব পাৰো তাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক অনুৰোধ জনাইছো।’ তদুপৰি কয়, ‘উচ্ছেদৰ জাননী লাভৰ পাছত মুছলমান লোকসকল বাস কৰা গাঁৱত নগা সোমাই টিঘিলঘিলাই আছে। এই পর্যন্ত আমাক দাবী-ধমকি দিয়া নাই যদিও ভৱিষ্যতে আমালৈ ভাবুকি অহাৰ আশংকা আছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Eviction
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d