Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দুহেজাৰ কোটিৰ বেতন আগবঢ়োৱাৰ পাছতে অগ্রাহ্য

'ছুপাৰ ইন্টেলিজেন্ট'ক 'হাতে-ভৰিয়ে' ধৰি নিজৰ কৰিলে জুকেৰবার্গে

publisher by publisher
August 5, 2025
in News, International
Reading Time: 1 min read
0
দুহেজাৰ কোটিৰ বেতন আগবঢ়োৱাৰ পাছতে অগ্রাহ্য
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

মেটাত পুনৰ হেজাৰ হেজাৰ কৰ্মচাৰী ছাটাইৰ আশংকা

মেটা এআইক ‘বন্ধু’ বুলি ভাবি সঘনে কথা পাতে?সাৱধান সকলো লিক হ’ব পাৰে!

Zuckerberg’s gold chain is in the Spotlight?:কিয় চর্চিত হৈছে মেটাৰ মুৰব্বী জুকাৰবাৰ্গৰ এই স্বর্ণ চেইন?

Meta:✒️হেজাৰ কোটি টকীয়া চাকৰিৰ প্ৰস্তাৱ। সেই প্রস্তারো আহিছিল প্রযুক্তি জগতৰ মহাৰথী মাৰ্ক জুকেৰবাৰ্গৰ কোম্পানী মেটাৰ পৰা। ‘টেক জায়েন্ট’-এ দিয়া সেই বিপুল ধনৰ প্রলোভনকো হেলাৰঙে নাকচ কৰিবলৈ দ্বিধা কৰা নাছিল এজন ২৪ বছৰৰ যুৱকে।

ADVERTISEMENT

স্বয়ং জুকেৰবাৰ্গ তেওঁৰ অনুৰাগী হৈ পৰিছিল। সেইজনেই হৈছে কৃত্রিম বুদ্ধিমত্তাৰ জগতৰ বিস্ময়কৰ প্ৰতিবা মেট ডেইটকে। জুকেৰবাৰ্গৰ জহুৰীৰ চকুৱে তেওঁক চিনি পাবলৈ ভুল কৰা নাছিল। সেয়ে এবাৰ প্ৰস্তাৱ অগ্রাহ্য কৰাৰ পাছতো আশা এৰি দিয়া নাছিল জুকেৰবাৰ্গ আৰু তেওঁ কোম্পানীটোৱে। মেটৰ প্ৰতিভাত তেওং ইমানেই মুগ্ধ হৈ পৰিছিল যে তৰুণ প্রযুক্তিবিদজনক জুকেৰবাৰ্গে নিজে গৈ সাক্ষাৎ কৰিছিল।

উল্লেখ্য যে এআইৰ জগতত মেটাৰ শ্রেষ্ঠত্বৰ আসনখন স্থায়ী কৰাৰ দৌৰত নামি পৰিছে জুকেৰবাৰ্গ আৰু তেওঁৰ কোম্পানী। সেয়ে মেটাই আৰম্ভ কৰিছে বিশ্বজুৰি কৃত্ৰিম বুদ্ধিমত্তাৰ শ্ৰেষ্ঠৰো শ্রেষ্ঠ কর্মীক বাচনি কৰি নিয়োগ কৰাৰ প্ৰক্ৰিয়া।

মেটাক এআইৰ দৌৰত সম্মুখৰ শাৰীলৈ অনাৰ বাবে এআই ছেক্টৰত কৰ্মৰত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানকো প্ৰস্তাৱ দিছে জুকেৰবার্গে। তেনে এক প্রস্তাবেই গৈছিল মেটলৈকো। তেওঁক এনে প্রস্তাৱ দিয়া হৈছিল, যিটো আন কোনোবাই পালে হয়তো গ্রহণ কৰিবলৈ দুবাৰ নাভাবিব। অথচ সোঁতত উটি নগৈ তৰুণ প্রযুক্তিবিদজনে হেজাৰ কোটিৰ প্ৰস্তাৱো প্রত্যাখ্যান কৰে।

অগত্যা জুকেৰবার্গে নিজে গৈ মেটক সাক্ষাৎ কৰে। দ্বিতীয়বাৰ মেটাৰ মুখ্য কার্যবাহী বিষয়াজনে যেতিয়া মেটৰ স’তে সাক্ষাৎ কৰে, তেতিয়া তেওঁৰ নিয়োগৰ প্ৰস্তাৱৰ পৰিমাণো একেবাৰে দ্বিগুণ হয়। চাৰি বছৰৰ বাবে দুহেজাৰ দুশ কোটি টকাৰ বেতন দিয়াৰ প্ৰস্তাৱ লৈ হাজিৰ হৈছিল স্বয়ং মেটাৰ মুৰব্বীজন।

অথচ সেই প্ৰস্তাৱ পোৱাৰ পাছতো গলি যোৱা নাছিল কৃত্রিম বুদ্ধিমত্তাৰ এই বিস্ময়কৰ প্রতিভাজন। জুকেৰবাৰ্গক মেটে জনায় যে এই বিষয়ত তেওঁ বন্ধু-বৰ্গৰ স’তে আলোচনা কৰি ল’ব বিচাৰে। আচৰিত কথা যে জুকেৰবাৰ্গেও এই চর্তত সম্মতি জনায়। ‘দ্য নিউ য়র্ক টাইমছ’ৰ এক প্রতিবেদন অনুসৰি, পাছত মেটাৰ প্ৰস্তাৱত মেটে সন্মতি প্রকাশ কৰে।

ব্যক্তিগত কথা-বাৰ্তাৰ পাছত তেওঁ মেটাৰ নতুন ‘ছুপাৰইন্টেলিজেন্স লেছ ইউনিট’ত যোগদান কৰে। কোন এই মেট ডেইটকে? কিয়ই বা তেওঁৰ ওচৰলৈ উপযাচি গৈ তেওঁৰ ‘অনুৰাগী’ হৈ উঠিছে জুকেৰবাৰ্গ? মেট ডেইটকে কৃত্ৰিম মেধাৰ জগতত এটা সুপৰিচিত নাম। তেওঁ প্রকৃততে এজন কৃত্রিম বুদ্ধিমত্তাৰ গৱেষক। রাশ্বিংটন বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞানত তেওঁ পিএইছডি ডিগ্রী ল’বলৈ গৈছিল যদিও আধাতে এৰি গুচি আহিছিল।

মেটে ছিয়াটলৰ ‘এলেন ইনষ্টিটিউট ফৰ এআই’ত কাম কৰিছিল। তাত কাম কৰাৰ সময়তে তেওঁ ‘মোলমো’ নামৰ এআই নামৰ এটা চেটবট প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই চেটবটটো ফটো, কণ্ঠস্বৰ আৰু লেখা ডিকোড কৰাত সক্ষম। কৃত্ৰিম মেধাৰ ক্ষেত্ৰত মেটা কোম্পানীৰ যি দৃষ্টিভংগী আছে তাৰ স’তে সামঞ্জস্য আছে মেটে প্রস্তুত কৰা চেটবটটোৰ।

মেট আৰু এলেন ইনষ্টিটিউটৰ আন কেইজন মান সহকর্মীয়ে মিলি ‘ভার্হেপ্ট’ নামৰ এটা এআই ষ্টার্টআপ প্ৰতিষ্ঠা কৰিছিল, যাৰ লক্ষ্য আছিল এআই এজেন্ট সৃষ্টি কৰা। কোম্পানীটোত ১০জন মান কৰ্মচাৰী আছে। গুগলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া এৰিক স্মিথসহ বহু বিনিয়োগকাৰীৰ পৰা ১.৬ কোটি ডলাৰ বা ১৪৩ কোটি পুঁজি সংগ্ৰহ কৰিছে ‘ভার্হেপ্ট’-এ।

বহু প্রযুক্তি বিশেষজ্ঞই ধাৰণা কৰে যে কৃত্রিম বুদ্ধিমত্তাৰ শ্ৰেষ্ঠত্বৰ তীব্র প্রতিযোগিতাত মেটাই এয়া এক সাহসী পদক্ষেপ লৈছে। মেট ডেইটকেৰ ওপৰত দুহেজাৰ দুশ কোটি টকাৰ বাজি ধৰাটোৱেই প্ৰমাণ কৰি দিয়ে যে কৃত্রিম বুদ্ধিমত্তাৰ যুদ্ধখনত মেটাই কিঞ্চিৎ আক্রমণাত্মক কৌশলেই গ্রহণ কৰিবলৈ গৈ আছে। আনহাতে, এআইৰ বজাৰ দখলৰ প্রতিযোগিতাৰ ৰণনীতিত শংকিত হৈ পৰিছে একাংশ বিশেষজ্ঞ।

অর্থনীতিবিদ ডেভিদ অটোৰে ‘নিউ য়র্ক প’ষ্ট’ক জনাইছে যে কম্পিউটাৰ বিজ্ঞানীসকলক পেছাদাৰী ক্রীড়াবিদৰ দৰে বেতন দিয়া হৈছে। মেটক নিয়োগৰ বাবে মেটা কোম্পানীৰ এই প্রচেষ্টা এআইৰ জগতত একছত্রী আধিপত্য বিস্তাৰ কৰাৰ মহাযজ্ঞৰে অংশ বুলি গণ্য কৰিছে সংশ্লিষ্ট মহলৰ একাংশই। মেটাই তেওঁলোকৰ এআইৰ নিত্যনতুন পণ্য তৈয়াৰীত এশ কোটি ডলাৰৰো অধিক ব্যয় কৰিছে।

সম্প্রতি কোম্পানীটোৱে ৰুমিং পেংকক নিয়োগ কৰিছে, যি পূর্বে এপলৰ কৃত্ৰিম মেধাৰ দলক নেতৃত্ব দিছিল। তেওঁকো আঢ়ৈ হেজাৰ কোটি টকাৰ পেকেজৰ প্ৰতিশ্রুতি দিয়া হৈছে। মেটাই ২০২৫ৰ ভিতৰতে এআইৰ মূলধন বৃদ্ধিৰ বাবে ৭২০ কোটি ডলাৰ ব্যয় কৰাৰ প্রতিশ্রুতি দিয়া বুলিও বাতৰি লোইছে।

মেটাৰ মুৰব্বী জুকেৰবার্গে বিনিয়োগকাৰীসকলক জনাইছে যে বিশ্বৰ শ্রেষ্ঠ প্রতিভাৱানসকলক লৈ মেটাই এটা দল গঠন কৰিব। যদি কম্পিউটাৰত কোটি কোটি ব্যয় কৰিব লাগে আৰু একাধিক গিগাৱাট ক্লাষ্টাৰ তৈয়াৰ কৰিবলগীয়া হয়, তেন্তে কঠোৰ প্ৰতিযোগিতা অবিহনে আন একো পথ খোলা নাই।

৫০ বা ৭০জন বা যি সংখ্যাই নহওক কিয়, শীর্ষ গৱেষকৰ দল গঠন কৰাৰ বাবে যি যি কৰাৰ প্ৰয়োজন, সেয়া কৰাটোও এই ক্ষেত্রত যুক্তিসংগত বুলি বিবেচনা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mark ZuckerbergMatt DeitkeMeta
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d