Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Himanta Viswa Sarma: নৱেম্বৰত ৰাজ্যিক কৰ্মচাৰীক অতিৰিক্ত এহেজাৰ টকা আদায়

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰী, ড° হীৰেন গোহাঁইৰ ওপৰত বয়সৰডাঙৰ হেঁচা পৰিছে-মতিভ্রমো হৈছে: ড° শর্মা

publisher by publisher
August 8, 2025
in News, Assam
Reading Time: 1 min read
0
Himanta Viswa Sarma: নৱেম্বৰত ৰাজ্যিক কৰ্মচাৰীক অতিৰিক্ত এহেজাৰ টকা আদায়
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Himanta Viswa Sarma:

অসম চৰকাৰে চলিত বৰ্ষতো কিতাপৰ বৰ্ষৰূপে উদযাপন কৰাক লৈ কালি কে’বাটাও সিদ্ধান্ত গ্রহণ কৰে। দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত কৰ্মচাৰীক অতিৰিক্ত ধন আগবঢ়োৱা, যুৱ লেখকক সাহায্য দিয়া, – গ্রন্থমেলা সমিতিকো ধন দিয়া আদি সিদ্ধান্ত লোৱা হয়। কেবিনেটৰ পাছত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে কিতাপৰ বৰ্ষ উদ্যাপনৰ অংশ হিচাপে এহেজাৰ যুৱ লেখকক উৎসাহিত কৰিবলৈ ২৫ হেজাৰ টকাকৈ এককালীন উদগনি সাহায্য প্রদান কৰা হ’ব। অসম প্রকাশন পৰিষদে ইয়াৰ তালিকা প্রস্তুত কৰিব। আন এক সিদ্ধান্তত জিলা সদৰত গ্ৰন্থমেলা আয়োজন কৰা সংগঠনক পাঁচ লাখ টকাকৈ সাহায্য দিয়া হ’ব।

ADVERTISEMENT

সমজিলাৰ সদৰত গ্রন্থমেলা আয়োজন কৰা সংগঠনক দিয়া হ’ব আঢ়ৈ লাখ টকা। কিতাপ ক্রয় কৰিবলৈকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অহা নৱেম্বৰত দৰমহাৰ লগত এহেজাৰ টকা অতিৰিক্তকৈ দিয়া হ’ব বুলিও কেবিনেটত সিদ্ধান্ত লোৱা হয়। এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়, ‘অসম চৰকাৰৰ প্ৰায় চাৰি লাখ কর্মচাৰী আছে। তেওঁলোকক আমি এহেজাৰ টকাকৈ প্ৰায় ৪০ কোটি টকা দিম। এহেজাৰ টকাৰে কিতাপ ক্ৰয় কৰি কৰ্মচাৰীজনে তাৰ ৰছিদ নিজৰ বিভাগৰ মুৰব্বীক দিব লাগিব। যদিহে আমি দিয়া টকাৰে কিতাপ নিকিনে, পৰৱৰ্তী মাহৰ দৰমহাত এই টকা কৰ্তন কৰা হ’ব।’

অহা ১৬ আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ সকলো অনুষ্ঠানত বিশিষ্ট অতিথিক গামোচাৰ লগতে এখনকৈ কিতাপ দিয়াৰ সিদ্ধান্তও আজি গ্রহণ কৰা হয় বুলি মুখ্যমন্ত্রীয়ে জনায়। আন এক সিদ্ধান্ত অনুসৰি, অহা পহিলা জানুৱাৰীত হাতত পৰাকৈ অসমৰ ১২ লাখ পৰিয়ালক অসম চৰকাৰে ড° ভূপেন হাজৰিকাৰ এখন জীৱনী গ্রন্থ উপহাৰ দিব। তদুপৰি ৩৮ লাখ অৰুণোদয় হিতাধিকাৰী পৰিয়ালকো এখনকৈ কিতাপ দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে। প্ৰসংগক্রমে মুখ্যমন্ত্রীয়ে সংবাদমেলত ৰাইজক বিবাহ, উৎসৱ, জন্মদিন আদিত কিতাপ উপহাৰ দি গ্ৰন্থবর্ষ সফল কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি কেবিনেটত আন কে’বাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি, অংগনৱাড়ী সহায়িকাক কর্মীলৈ পদোন্নতিৰ বয়সৰ সীমা ৪৫ৰ পৰা ৫০ বছৰলৈ বৃদ্ধিৰ এক সিদ্ধান্ত আজি গৃহীত হয়। অন্য এক সিদ্ধান্ত অনুসৰি, বিটিচিত উন্নয়ন খণ্ডৰ সংখ্যা বৰ্তমানৰ ২২টাৰ পৰা ২৩টা কৰা হ’ব। বাপ্সাৰ গোবর্ধনাত নতুন এটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় হ’ব বুলি মুখ্যমন্ত্রীয়ে জনায়।

যোৱা বিনিয়োগ সম্মিলন-২ত স্বাক্ষৰিত চাৰিখন বুজাবুজি চুক্তিতো কেবিনেটে অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, এই অনুমোদনৰ ফলত অসমত ১,৮৪৩ কোটি টকা বিনিয়োগ হ’ব। আজি দুটা চিমেন্ট উদ্যোগৰ উপৰি গুৱাহাটীত এখন নতুন হোটেল স্থাপন আৰু পেপচি কোম্পানীৰ ছফট ড্রিকছ প্রস্তুতৰ এটা উদ্যোগ স্থাপনত অনুমোদন দিয়ে। মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অনুমোদন প্রক্রিয়া আজি প্রায় সম্পূর্ণ হয় বুলি মুখ্যমন্ত্রীয়ে জনায়। বিদ্যালয়-মহাবিদ্যালয়, নামঘৰ, সামাজিক অনুষ্ঠান আদিকে ধৰি এতিয়ালৈকে ৩৬ হেজাৰ প্ৰস্তাৱত অনুমোদন দিয়া হয় বুলি মুখ্যমন্ত্রীয়ে সংবাদমেলত সদৰী কৰে। অসম বন সুৰক্ষা বাহিনীৰ ফ্ৰণ্ট লাইনত কৰ্মৰত সকলক ৰেছন ক্ৰয়ৰ বাবদ বৰ্তমানৰ দুহেজাৰ টকাৰ পৰিৱৰ্তে আঢ়ৈ হেজাৰ টকাকৈ দিয়াৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে।

# ড° হীৰেন গোহাঁইক কটাক্ষ

অসম চৰকাৰৰ বিভিন্ন সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ আহিছে বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁই। শেহতীয়াকৈ ৰাজ্যত চলা উচ্ছেদক লৈয়ো ড° গোহাঁয়ে চৰকাৰক সমালোচনা কৰে। আজি সংবাদমেলত মুখ্যমন্ত্রীয়ে ড° গোহাঁইক সমালোচনা কৰি কয়, ‘মই ভাবো ড° হীৰেন গোহাঁইৰ ওপৰত বয়সৰ ডাঙৰ হেঁচা পৰিছে। মই তেওঁৰ সুস্বাস্থ্য আৰু দীর্ঘ জীবন কামনা কৰিছো। যিয়ে মিঞাক অসমীয়া বুলি ক’ব পাৰে, তেওঁৰ নিশ্চয় মতিভ্রম গৈছে। মাৰোৱাৰী-বিহাৰী আমাৰ নহয় বুলি কয়। এই কথা হীৰেন গোহাঁয়ে কোৱা বুলি ধৰি লৈ মই সন্তুষ্টি লাভ কৰিছো। মন আৰু বিবেক সক্ষম হৈ থাকিলে এনেকৈ নকয়। তেওঁক কোনোবাই কথাবোৰ লিখি দিয়ে।’

#নির্বাচন আয়োগক সমর্থন ৰাহুল গান্ধী!

বিহাৰত ভোটাৰ তালিকাত লাখ লাখ লোকৰ নাম বাদ পৰাক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সৰৱ হৈছে। মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ৰাহুল গান্ধীয়ে যি কথা কৈছে, তাৰ জৰিয়তে নির্বাচন আয়োগকে সমর্থন দিছে। ভোটাৰ তালিকাত তেওঁ পুনৰীক্ষণ বিচাৰিছে। মুখ্যমন্ত্রীয়ে যুক্তি দর্শায় যে একেজন লোকৰ নাম বিভিন্ন কাৰণত বিভিন্ন ৰাজ্যত আছে। সেইবোৰ শুদ্ধ কৰাৰ ফলতে বহুতৰ নাম বাদ পৰিছে। ৰাহুল গান্ধীয়েতো সেয়াই বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Cm Himanta Biswa SarmaLoksewa BhawanPressmeet
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d