Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পত্নীক এৰি পলায়ন কৰিবলৈ নিশাৰ ভিতৰতে ‘অদৃশ্য’ হয় জাপানী লোক

publisher by publisher
August 19, 2025
in News, International
Reading Time: 1 min read
0
পত্নীক এৰি পলায়ন কৰিবলৈ নিশাৰ ভিতৰতে ‘অদৃশ্য’ হয় জাপানী লোক
1
SHARES
5
VIEWS
ShareShareShareShare

Japan:✒️আধুনিক বিশ্বৰ সবাতোকৈ উন্নত দেশসমূহৰ ভিতৰত অন্যতম জাপান। প্রযুক্তি, শৃংখলা, কর্মসংস্কৃতিৰ বাবে দেশখনৰ সুনাম বিশ্বজোৰা। অথচ সেই দেশতে আছে এনে এক অদ্ভুত তথা ভয়াৱহ সামাজিক প্ৰৱণতা, য’ত নিশাৰ ভিতৰতে নিৰুদ্দেশ হৈ যাব পাৰে যিকোনো মানুহ।

ADVERTISEMENT

জাপানী ভাষাত এই প্ৰথাৰ নাম হৈছে ‘জোহাৎছু’। এই জাপানী শব্দৰ অৰ্থ হৈছে ‘বাষ্প হৈ মিলি যোৱা’। প্ৰতি বছৰে হেজাৰ হেজাৰ মানুহ সমাজৰ চকুৰ সন্মুখতে হঠাৎ অদৃশ্য হৈ পৰে। হত্যা বা দুর্ঘটনা নহয়, বৰঞ্চ তেওঁলোকে নিজেই বাছি লয় হেৰাই যোৱাৰ পথ।

RelatedPosts

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

জাপানৰ জলসীমাত চিনা জাহাজ আটক: তাইৱানক কেন্দ্ৰ কৰি পুনৰ উত্তেজনা তীব্ৰ

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

কিয় অদৃশ্য হ’ব বিচাৰে মানুহে?

সমাজৰ চাপ, ব্যৰ্থতাৰ বোজা, আর্থিক ঋণ বা বিবাহবিচ্ছেদ; বিভিন্ন কাৰণত মানুহ জাপানত ‘জোহাৎছু’ হৈ পৰে। সমাজৰ চাপত প্রকাশ্যে লজ্জিত হোৱাতকৈ অন্তর্ধান হোৱাটোৱেই সহজ সমাধান বুলি গণ্য কৰে এই লোকসকলে।

উদাহৰণস্বৰূপে কাৰোবাৰ চাকৰি গ’লে পৰিয়ালত মুখ দেখুওৱাটো কঠিন হৈ পৰিব পাৰে, কোনোবাজন আকৌ ইমান ঋণৰ বোজাত ডুব যায় যে নিজৰ পৰিচয়, পৰিয়াল আৰু বন্ধু-বান্ধৱক এৰি পলাবলৈ বাধ্য হয়।

এয়াও এক ধৰণৰ ব্যৱসায়

এই অদৃশ্য হোৱা কার্যত সাহায্য কৰে বিশেষ কিছু সংস্থাই, যিসকলক কোৱা হয় ‘ইওনিগে-ইয়া’। এই শবদ্দৰ অৰ্থ হৈছে ‘নিশা পলাই যোৱাৰ কোম্পানী’। নিশাৰ অন্ধকাৰত তেওঁলোকে গ্ৰাহকৰ বেগপত্ৰ আঁতৰাই নি গোপনে নতুন কোনো ঠাইলৈ প্ৰেৰণ কৰে। আনকি গ্রাহকজনৰ পুৰণি জীৱনৰ সকলো চিহ্নও মুছি পেলায়। এইলোকৰ কাম ইমানেই নিখুঁত যে পৰিয়াল বা আৰক্ষীয়েও প্ৰায়েই হেৰাই যোৱা লোকজনক বিচাৰি নাপায়।

আইনে কি কয়?

এই প্রথা সম্পূৰ্ণৰূপে আইনসম্মত নহয়, আকৌ একেবাৰে বেআইনীও নহয়। জাপানত এই ব্যৱস্থা একপ্ৰকাৰ বাস্তৱত পৰিণত হৈছে। আৰক্ষীৰ হাতত নিৰুদ্দেশৰ ডায়েৰী থাকে ঠিকেই; কিন্তু প্রমাণিত অপৰাধ নাথাকিলে হেৰাই যোৱা লোকজনক বিচাৰি উলিওৱাটো কঠিন হৈ পৰে। তদুপৰি জাপানত ব্যক্তি স্বাধীনতাৰ অধিকাৰক অত্যন্ত গুৰুত্ব দিয়া হয়। ফলত কোনোবাই যদি ইচ্ছাকৃতভাৱে অদৃশ্য হ’ব বিচাৰে, তেন্তে তেওঁক ঘূৰাই অনাৰ আইনী ব্যৱস্থা প্রায় নাই বুলিয়ে ক’ব পাৰি।

নতুন জীৱন কেনে হয়?

জোহাৎছু হৈ যোৱা মানে কেৱল পৰিয়াল-পৰিজনক এৰি যোৱাই নহয়, পুৰণি যাৱতীয় পৰিচয় বিলীন কৰি একেবাৰে নতুন জীৱন আৰম্ভ কৰা। বহুতেই সৰু চহৰলৈ গৈ অস্থায়ী কাম কৰে, কোনোবাই শ্রমিকৰূপে দিন কটায়। এইদৰে তেওঁলোকে সমাজৰ দৃষ্টিৰ বাহিৰত এক অদৃশ্য জগতত জীয়াই থাকে। অৱশ্যে ইয়াৰ মাছুলো কম নহয়। সামাজিক বিচ্ছিন্নতা, একাকীত্ব আৰু নিৰাপত্তাহীনতা তেওঁলোকৰ নিত্যসংগী হৈ পৰে।

সামাজিক প্রতিফলন

বিশেষজ্ঞৰ মতে, জাপানৰ এই প্ৰৱণতাই সমাজৰ ভিতৰত চাপ খাই থকা এক সমস্যাকে তুলি ধৰে। অত্যধিক কামৰ চাপ, ব্যৰ্থতাৰ প্ৰতি সমাজৰ অসহিষ্ণু মনোভাৱ আৰু লজ্জা দূৰ কৰাৰ সংস্কৃতিয়ে মানহক ‘জোহাৎছু’ হ’বলৈ ঠেলি দিয়ে। অর্থনৈতিক উন্নতি যিমানেই নহওক কিয়, মানসিক চাপ আৰু সামাজিক প্রত্যাশা এক ভয়াৱহ আতংক হৈ ৰৈ গৈছে জাপানীসকলৰ জীৱনত। জাপানত ‘জোহাৎছু’ কেৱল এজন ব্যক্তি হেৰাই যোৱা নহয়, বৰঞ্চ সমাজে জাপি দিয়া যন্ত্রণা আৰু নিঃশব্দ প্ৰতিবাদৰ প্রতীক হৈ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Japan
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d