Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মহিলা উদ্যমীতাৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমলৈ আনিছে নৱজাগৰণঃ মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
August 22, 2025
in Assam, News
Reading Time: 1 min read
0
মহিলা উদ্যমীতাৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমলৈ আনিছে নৱজাগৰণঃ মন্ত্ৰী পীযুষ হাজৰীকা
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

মহিলা উদ্যমিতা আঁচনিৰ যোগেদি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলক লাখপতি কৰাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে। মই ভাবো অসমত এইটো এটা নৱজাগৰণ। মহিলা উদ্যমিতা আঁচনিৰ যোগেদি এই নৱজাগৰণটোক মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আগলৈ লৈ যাব।এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

ADVERTISEMENT

জাগীৰোড সমষ্টিৰ কুমৈ গাঁৱত আজি উদ্যমী মহিলাসকলৰ মাজত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। কুমৈ গাঁৱত সমষ্টিটোৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ স’তে মত বিনিময়ৰ অন্তত মন্ত্ৰীগৰাকীয়ে আজি এক ফেচবুক লাইভযোগে অসমৰ মহিলাসকলক উদগনি যোগাই অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়।

কুমৈ গাঁৱৰ অত্যন্ত কৰ্মউদ্যোমী মহিলা ববি শইকীয়াৰ ঘৰত আত্মসহায়ক গোটৰ মহিলাসকলক কাষত লৈ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ লাখপতি বাইদেউ আঁচনিখন সন্দৰ্ভত বিতং ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ লাখপতি বাইদেউ আঁচনিখনৰ এগৰাকী সদস্য ববি শইকীয়া। ঘৰৰ সন্মুখতে তেওঁৰ নিজৰ এখন দোকান আছে। তেওঁ লাৰু, পিঠা আৰু জলপান নিজে বনাই বজাৰত বিক্ৰী কৰে। জাগীৰোড, আমিৰীখাট, গুৱাহাটীত তেওঁ সেইবোৰ বিক্ৰী কৰে। গড়ে তেওঁ ৫০ হাজাৰ টকাৰ লাৰু-পিঠা বিক্ৰী কৰে আৰু তাৰ পৰা মাহে ২০-২৫ হাজাৰ টকা উপাৰ্জন হয়। মহিলাগাৰীকৰ গেলামালৰ দোকান এখনো আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি ববী শইকীয়াই সম্প্ৰতি নিজৰ ঘৰখন খুব ভালদৰে চলাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।

তেওঁ কয় যে, যদিও ববী শইকীয়াৰ স্বামী, পৰিয়াল আছে, তেওঁলোকেও কাম কৰে, তথাপি বাইদেউ ঘৰতে বহি নাথাকি কাম কৰিবলৈ ওলাই গ’ল আৰু কাম কৰিবলৈ ওলাই গৈ তেওঁ লাখপতি বাইদেউ হ’ল।
মন্ত্ৰীগৰাকীয়ে আজিৰ পৰা ডেৰ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত সমগ্ৰই ভাৰতবৰ্ষৰ লাখপতি বাইদেউসকলৰ লগত মিলিত হোৱাৰ বিষয়ে উল্লেখ কৰি সেই অনুষ্ঠানত ববী শইকীয়াও আছিল বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে সেই অনুষ্ঠানত দেশৰ লাখপতি বাইদেউসকলৰ লগত মত বিনিময় কৰিছিল। ববী শইকীয়াও সেই আপাহতে দিল্লীলৈ যাবলৈ সক্ষম হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে কাইলৈ আমাৰ সমষ্টিৰ বাবে এটা বিশেষ দিন। সেই কাৰণে পৰৱৰ্তী সময়ৰ লাখপতি বাইদেউসকলৰ লগত আজি মই মিলিত হৈছো। কাইলৈ ইয়াৰ পৰা ১ কিঃ মিঃ দূৰলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আহিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এয়া এক অভিনৱ প্ৰচেষ্টা। মুখ্যমন্ত্ৰীয়ে বিচাৰে যে সকলো মহিলাই লাখপতি হওক, তাৰ কাৰণে তেওঁ প্ৰৰম্ভিক পৰ্যায়ত ১০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছিল।

তেওঁ কয় যে আজি নলবাৰীত ১০ হেজাৰ টকাকৈ হ’ল। কিছুদিন আগতে বিহালীৰ মহিলাসকলক দিয়া হয়। আজি নলবাৰী সমষ্টিৰ মহিলাসকলক দিয়া হ’ল। কাইলৈ জাগীৰোড সমষ্টিৰ মহিলাসকলক মুখ্যমন্ত্ৰীয়ে ১০ হেজাৰ টকাকৈ দিবলৈকে আহিব। মই অত্যন্ত সুখী হৈছো যে অসমৰ ভিতৰতে আটাইতকৈ বেছি প্ৰায় ৩৮ হাজাৰ মহিলাই জাগীৰোড সমষ্টিৰ পৰা আত্মসহায়ক গোট গঠনৰ মাধ্যমেৰে ১০ হাজাৰকৈ টকা লাভ কৰিব। সকলোৰে লগত মই ইতিমধ্যে বহুত আলোচনা কৰিলো। আমাৰ বিষয়াসকলৰ লগতো আলোচনা কৰিলো। তেওঁলোকে আমাক জনালে যে আমাৰ সমষ্টিৰ ছয় হেজাৰ প্ৰায় মহিলা আছে, যিসকলে ১০ হেজাৰ টকাৰ ওপৰত মাহিলী উপাৰ্জন কৰে। মই ভাবো অসমত এইটো এটা নৱজাগৰণ। মহিলা উদ্যমিতা আঁচনিৰ যোগেদি এই নৱজাগৰণটোক মুখ্যমন্ত্ৰী আৰু আগলৈ লৈ যাব। ৩৩ লাখ মহিলাই ১০ হেজাৰ টকাকৈ প্ৰথম পৰ্যায়ত পাব, তাৰ পাছৰ পৰ্যায়ত যিসকলে কাম কৰে তেওঁলোককক ২৫ হাজাৰ টকা পৰৱৰ্তী সময়ত দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। এই ২৫ হাজাৰ টকা পাই যিসকলে কাম কৰিব তেওঁলোকক ৫০ হাজাৰ টকা দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা ৮৫ হাজাৰ টকা দিয়া হ’ব তিনিটা কিস্তিত। এইখিনি ধন লৈ সকলোৱে ইয়াক ডাবল কৰিব পাৰে। গতিকে সকলো লাখপতি বাইদেউ হৈ যাব। গতিকে অসমৰ ৩৩ লাখ মহিলা যদি লাখপতি হয়, আমাৰ ৰাজ্যখন বহুদূৰ আগুৱাই যাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

সকলোৱে যাতে ভালদৰে কাম কৰে তাৰ বাবে ববী শইকীয়াৰ ঘৰত মন্ত্ৰীগৰাকী আজি উপস্থিত হৈ সকলোকে উৎসাহ জনায়। ফেচবুক লাইভ যোগে ববী শইকায়াৰ ঘৰৰ পৰা অসমৰ সকলো মহিলাক মন্ত্ৰীগৰাকীয়ে ভালদৰে কাম কৰিবলৈ আহ্বান জনায়।

লগতে তেওঁ কয়,”আমাৰ দেশত ১৪০ কোটি মানুহ আছে, তাৰে যদি ৪০ শতাংশই কাম নকৰে আমাৰ দেশখন কেতিয়াও উন্নত দেশ হ’ব নোৱাৰে। এতিয়া আমাৰ দেশ বিশ্বৰ চতুৰ্থ অৰ্থনীতিৰ দেশ। আমাৰ দেশ তৃতীয় স্থানৰ অৰ্থনীতিৰ দেশ হ’বলৈ গৈ আছে। আমাৰ দেশখন বিশ্বৰ দ্ৰুত উন্নয়নমুখী অৰ্থনীতিৰ দেশ। আমি এই মহিলাসকলক লৈহে ডেভলপ ইক’নমিলৈকে যাব পাৰিম। এতিয়া আমি উন্নয়নশীলৰ পৰ্যায়ত আছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত অৰ্থাৎ ১০০ বছৰত আমাৰ দেশখনক আমি ডেভলপ ৰাষ্ট্ৰলৈকে লৈ যাব পাৰিম বুলি কৈছে। কিন্তু ইয়াত যদি মহিলাৰ অংশীদাৰ কম থাকে আমি কেতিয়াও ডেভলপ হ’ব নোৱাৰো। মহিলাৰ অংশীদাৰ তেতিয়া হ’ব যেতিয়া আমাৰ মহিলাসকলে কাম কৰিব ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AGAINST PIJUSH HAZARIKAHimanta Biswa Sarma
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d