Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Umrangso :উমৰাংছ’ৰ তিনি হেজাৰ বিঘা ভূমি চিমেন্ট কোম্পানীক দিয়াত উদ্বেগ প্ৰকাশ উচ্চ ন্যায়ালয়ৰ

জৈৱ-বৈচিত্র্য ধ্বংস কৰি ঔদ্যোগিকৰণ? আপোনালোকে পৰিৱেশৰ কথাটো কিয় ভবা নাই?: প্রশ্ন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

publisher by publisher
September 4, 2025
in Assam, News
Reading Time: 1 min read
0
Umrangso :উমৰাংছ’ৰ তিনি হেজাৰ বিঘা ভূমি চিমেন্ট কোম্পানীক দিয়াত উদ্বেগ প্ৰকাশ উচ্চ ন্যায়ালয়ৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়

Umrangso :

ডিমা হাছাও জিলাৰ উমৰাংছ’ত এটা চিমেন্ট কোম্পানীক তিনি হেজাৰ বিঘা ভূমি আবণ্টনৰ দ্বাৰা প্রাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ আশংকাত গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই ভূমি হস্তান্তৰৰ বিৰুদ্ধে অঞ্চলটোৰ ২২টা পৰিয়াল ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বিষয়টোৰ শুনানি বুধবাৰে পুনৰ অনুষ্ঠিত হয়।

ADVERTISEMENT

লক্ষ্যণীয়ভাবে এই শুনানিত অসম চৰকাৰৰ মহাধিবক্তাই প্রকৃত তথ্য নজনাকৈয়ে বক্তব্য প্রদান কৰাটোও স্পষ্ট হয়। মহাধিবক্তাৰ এনে ভূমিকাই ৰহস্যৰো সৃষ্টি কৰিছে। উল্লেখ্য যে এই বৃহৎ পৰিমাণৰ ভূমি চিমেন্ট কোম্পানীটোক দিয়াক লৈ  স্বায়ত্তশাসিত পৰিষদখনৰ হৈ ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই শপতনামা দাখিল কৰি কয় যে বিনিয়োগ সম্মিলন-১ আৰু বিনিয়োগ সম্মিলন-২ৰ জৰিয়তে বৃহৎ বৃহৎ বিনিয়োগকাৰীক অসমলৈ আমন্ত্ৰণ কৰি ৰাজ্যখনক ঔদ্যোগিকৰণৰ অন্যতম ক্ষেত্ৰ কৰিব বিচৰা হৈছে।

যদিহে মহাবল চিমেণ্ট কাৰখানা গঢ়ি উঠে, তেন্তে এইটো হ’ব ভাৰতৰে অন্যতম বৃহৎ চিমেন্ট উদ্যোগ। মহাধিবক্তা দেৱজিৎ শইকীয়াই আৰু কিবা ক’ব বিচাৰিছিল যদিও ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে প্রশ্ন কৰে এইদৰে, ‘পৰিৱেশৰ ক্ষতিসাধন কৰি উদ্যোগ গঢ়িব বিচাৰিছে? আপোনালোকে পৰিৱেশৰ কথাটো কিয় ভবা নাই?’ তেতিয়া মহাধিবক্তাই কয় যে সেই ভূমি কেতিয়াবাই উদ্যোগ বিভাগক দিয়া হৈছিল; কিন্তু উদ্যোগ বিভাগে আজিলৈকে ব্যৱহাৰ নকৰাকৈ থৈ দিছিল। তাত জনবসতিও নাই।

উদ্যোগ বিভাগে এই বৃহৎ ভূমি পেলাই থোৱা বাবেহে তাক ব্যৱহাৰৰ সিদ্ধান্ত লোৱা হৈছে। তেতিয়া ন্যায়াধীশজনে কয় যে যদি জনবসতি নাই, তেন্তে তাত জৈৱ-বৈচিত্র্য ভৰি আছে। জৈৱ-বৈচিত্র্যৰ হটস্পট হোৱা সত্ত্বেও পৰিৱেশৰ বিষয়টো কিয় ভবা হোৱা নাই বুলি ন্যায়াধীশজনে প্রশ্ন কৰে। মহাধিবক্তাই আকৌ কয় যে চিমেন্ট কোম্পানীটোৱে ছহেজাৰ বিঘা ভূমি বিচাৰিছিল যদিও তেওঁলোকক তিনি হেজাৰ বিঘা দিয়াৰহে সিদ্ধান্ত হয়।

এই প্রসংগতে মহাধিবক্তাই কয় যে সেই ভূমি বিক্ৰী কৰা বুলি ইতিমধ্যে কোৱা হৈছিল যদিও প্রকৃততে বিক্ৰী হোৱা নাই। ৩০ বছৰলৈ লীজতহে দিয়া হৈছে। বছৰি প্ৰতি বিঘা আঢ়ৈশ টকা ৰাজহৰ বিনিময়ত এই ভূমি দিব বিচৰা হৈছে। তেনেদৰে ‘প্রিমিয়াম’ হিচাপে প্রতি বিঘাত মহাবল চিমেন্টে দুই লাখ টকাকৈ আদায় দিব লাগিব। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ শুনানিত মহাধিবক্তা শইকীয়াই প্রতি বিঘা ভূমি দুই লাখ টকাকৈ চিমেন্ট কোম্পানীটোক বিক্ৰী কৰা হৈছিল বুলি ন্যায়ালয়ক অৱগত কৰিছিল; কিন্তু আজি লীজতহে দিয়া বুলি কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Allocation Of LandAnxiouscement factoryGUWAHATI HIGH COURT
publisher

publisher

Related Posts

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d