Jammu and Kashmir:✒️জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ আন এক বৃহৎ সাফল্য । সোমবাৰে পুৱা কুলগাম জিলাত উগ্ৰপন্থীৰ বিৰুদ্ধে এক বৃহৎ অভিযানত নিহত হয় এজন উগ্ৰপন্থী।
ADVERTISEMENT
এই অভিযানত এজন সেনা বিষয়াসহ তিনিজন জোৱান আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোত আৰু দুজন উগ্ৰপন্থীয়ে আত্মগোপন কৰি আছে।
চাৰিওফালে সেনাই তেওঁলোকক ঘেৰি ধৰিছে। চলিচে বন্দুকৰ যুঁজ।






























