Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

26,413 bighas of land in Nagaon is under encroachmentনগাঁও জিলাৰ ২৬,৪১৩ বিঘা গ্রাম্য চৰণীয়া পথাৰ বেদখলকাৰীৰ কৱলত

publisher by publisher
September 11, 2025
in Assam, News
Reading Time: 1 min read
0
26,413 bighas of land in Nagaon is under encroachmentনগাঁও জিলাৰ ২৬,৪১৩ বিঘা গ্রাম্য চৰণীয়া পথাৰ বেদখলকাৰীৰ কৱলত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

26,413 bighas of land in Nagaon is under encroachment:

নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্র অঞ্চলত চৰকাৰী ভূমি বেদখল সন্দর্ভত অসম চৰকাৰৰ ৰাজহ বিভাগৰ তথ্যৰ মিল নাই নগাঁও জিলা প্ৰশাসনৰ তথ্যৰ। অসম চৰকাৰৰ ৰাজহ বিভাগৰ তথ্যৰে বৃহৎ তফাৎ পৰিলক্ষিত হৈছে জিলা প্ৰশাসনৰ তথ্যৰ। শেহতীয়াকৈ নগাঁও জিলা প্রশাসনে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰ তথ্য অনুসৰি জিলাখনৰ সাতটা ৰাজহ চক্র অঞ্চলত মুঠ বেদখলীকৃত চৰকাৰী ভূমিৰ পৰিমাণ ১৯,৭০৯ বিঘা। ইয়াৰ ভিতৰত ৰহা ৰাজহ চক্রত ৪,৩৮১ বিঘা, নগাঁও সদৰ ৰাজহ চক্রত ৬,০৫২ বিষা, কলিয়াবৰ ৰাজহ চক্রত এহেজাৰ বিঘা, ৰূপহীহাট ৰাজহ চক্ৰৰ ৭০০ বিঘা, কামপুৰ ৰাজহ চক্রত দুহেজাৰ বিঘা, চামগুৰি ৰাজহ চক্রত ২,১০০ বিঘা আৰু ধিং ৰাজহ চক্রত ৩,৪৭১ বিঘা চৰকাৰী মাটি অবৈধ বেদখলকাৰীৰ কৱলত আছে। নগাঁও জিল প্ৰশাসনে জিলাখনত বেদখলৰ সন্দর্ভত।

ADVERTISEMENT

প্রকাশ কৰা তথ্যৰ বিপৰীতে অসম চৰকাৰৰ ৰাজহ বিভাগৰ তথ্য অনুসৰি নগাঁও জিলাত লাখ লাখ বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ কৱলত পৰিছে। নগাঁও জিলাৰ সাতটা ৰাজহ চক্রৰ অঞ্চলাধীন বিভিন্ন অঞ্চলত সর্বমুঠ ১.২৯৩৭২ বিঘা তিনি কঠা চাৰি লেচা চৰকাৰী মাটি, ২৬৪১৩ বিঘা পাঁচ লেচা গাঁৱলীয়া চৰণীয়া পথাৰৰ ভূমি আৰু ১,৭৮৪ বিঘা এককঠা ১৪ লেচা পিডিআৰ (প্রইভেট জেনেৰেল ৰিজার্ড লেণ্ড) বেদখলকাৰীৰ কৱলত আছে।

চলিত বর্ষৰ ২১ মার্চত অসম বিধানসভাৰ বাজেটকালীন অধিবেশন ২০২৫ত নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শর্মৰ মাটি বেদখল সম্পর্কীয় মৌখিক প্ৰশোত্তৰ নম্বৰ ২০৩ মর্মে অসম বিধানসভাত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্তই দিয়া উত্তৰত এই ভয়ংকৰ তথ্য প্রকাশ পাইছিল। ৰাজহ মন্ত্রী মহন্তই সদনত দিয়া প্রশ্নোত্তৰত উল্লেখ কৰা অনুসৰি, জিলাখনৰ নগাঁও সদৰ ৰাজহ চক্ৰৰ ৪,৫২৫ বিঘা ২০ লেচা, ধিং ৰাজহ চক্রৰ ১৫ হেজাৰ বিঘা, ৰূপহী ৰাজহ চক্রৰ ৩,৩৫৯ বিঘা এক কঠা পাঁচ লেচা, কলিয়াবৰ ৰাজহ চক্ৰৰ ৩৯ হেজাৰ বিঘা, চামগুৰি ৰাজহ চক্রৰ ২৩,৮৫৩ বিঘা মাটি , কামপুৰ ৰাজহ চক্রৰ ২৩,২০৪ বিঘা চাৰি কঠা ১৫ লোচা আৰু ৰহা ৰাজহ চক্ৰৰ ১১,৮৩০ বিঘা এক কঠা ১৪ লেচা চৰকাৰী ভূমি বেদখলকাৰীৰ কৱলত আছে। আনহাতে, জিলাখনৰ নগাঁও সদৰ বাজহ চয়ন ৪,২৭৬ বিঘা এক ক্যা ১৪ লেচ, ধিং ৰাজহ চক্রৰ ৩,৪৭১ বিঘা পাঁচ লোচা, ৰূপহী ৰাজহ চক্রৰ ৬৭৭ বিঘা চাৰি কাঠা ১০ লেচা, কলিয়াবৰ ৰাজহ চক্রৰ ২.২১৬ বিঘা ১৪ লেচা,চামগুৰি ৰাজহ চক্রৰ ৬২০৫ বিঘা ১১ লেচা, কামপুৰ ৰাজহ চত্রনন্দ ৭,০৭১ বিঘা তিনি কঠা ১৭ লেচা আৰু ৰহা ৰাজহ চক্রৰ ২,৪৯৬ বিঘা তিনি কঠা ১৪ লেচা গাঁৱলীয়া চৰণীয়া পথাৰৰ ভূমিও বেদখলকাৰীৰ কবজাত আছে। ঠিক একেদৰে জিলাখনৰ ৰহা ৰাজহ চক্ৰৰ ১,৭৮৪ বিঘা এক কঠা ১৪ লেচা পিজিআৰ অৰ্থাৎ প্রাইভেট জেনেৰেল ৰিজার্ভ লেণ্ড বেদখলকাৰীৰ কৱলত আছে।

তদুপৰি, নগাঁও সদৰ ৰাজহ চক্ৰ অঞ্চলত কলং নৈৰ ২৭ বিঘা তিনি কঠা ১৪ লেচা মাটি, সোনাই নৈৰ ছয় বিঘা দুই কঠা সাত লেচা মাটি, ৰূপহী ৰাজহ চক্ৰ অঞ্চলত সোনাই নৈৰ ৪০ বিঘা এক কঠা মাটি আৰু চামগুৰি ৰাজহ চক্র অঞ্চলত ১৫ বিঘা মাটি বেদখলকাৰীৰ কৱলত থকা বুলিও সদনত মন্ত্রীজনে তথ্য প্রকাশ কৰিছিল। জিলাখনত চলিত বৰ্ষৰ মাৰ্চৰ পৰা আগষ্টৰ প্ৰথম সপ্তাহ পর্যন্ত কোনো ধৰণৰ বৃহৎ বেদখল উচ্ছেদৰ অভিযান চলা নাছিল। তেনেস্থলত জিলাখনত মাত্র ১৯,৭০৯ বিঘা চৰকাৰী মাটিহে বেদখল হৈ আছে বুলি জিলা প্রশাসনে প্রকাশ কৰা তথ্যই ৰাইজৰ মাজত কৌতূহল সৃষ্টি কৰিছে।

উল্লেখ্য যে নগাঁও জিলা প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি জিলাখনৰ সাতটা ৰাজহ চক্ৰৰ ভিন্ন অঞ্চলত চৰকাৰী ভূমিৰ ওপৰত বেদখলকাৰীৰ দৌৰাত্ম্য অব্যাহত আছে। অথচ অসম ভূমি নীতি ২০১৯ৰ দফা ছয়ৰ অধীনত গাঁৱলীয়া চৰণীয়া পথাৰৰ ভূমি আৰু পিজিআৰ ভূমিসমূহ সংৰক্ষণ আৰু বেদখলমুক্ত কৰি ৰখাৰ ব্যৱস্থা আছে।

তদুপৰি, অসম ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ৰ বন্দৱস্তি নিয়ম ১৮(২) আৰু ১৮(৩)ৰ অধীনত চৰকাৰী ভূমি, সংৰক্ষিত ভূমি, ভিজিআৰ, পিজিআৰ আদিৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা আছে। বিগত দিনসমূহত নগাঁও জিলা প্রশাসনে বেদখলকাৰীসকলৰ প্ৰতি অহেতুক নীতি প্ৰদৰ্শন কৰি অহাত বেদখলৰ সমস্যাই জিলাখনত জটিল ৰূপ ধাৰণ কৰিলে। জিলাখনত চৰকাৰী ভূমিৰ ওপৰত হোৱা অবাধ বেদখলে জিলাখনৰ আন্তঃগাঁথনি আৰু ভৌগোলিক পাৰিপার্শ্বিকতাৰ লগতে জৈৱ-বৈচিত্র্যৰ ওপৰত যথেষ্ট প্রভাৱাপেলোৱা পৰিলক্ষিত হয়।

শেহতীয়াকৈ নগাঁও জিলা প্রশাসনে জিলাখনৰ সাতটা ৰাজহ চক্ৰৰ বিভিন্ন বেদখলকাৰীক উচ্ছেদৰ জাননী জাৰি কৰে। এই জাননী লাভ কৰাৰ পাছত বলিকটীয়া আৰু জেঙনীৰ বেদখলকাৰীয়ে নিজেই ঘৰ-দুৱাৰ, ব্যৱসায়িক প্রতিষ্ঠান আদি ভাঙি সেই ঠাই মুকলি কৰি দিয়ে। জিলাখনৰ অন্য স্থানত বেদখলৰ উচ্ছেদৰ জাননী জাৰি কৰা প্ৰায় এমাহেই হ’বৰ হ’ল যদিও উচ্ছেদ অভিযান আজি পর্যন্ত আৰম্ভ নহ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 26413 bighas landDIST. ADMINISTRATIONEncroachmentNagaon
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d