Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

World Heart Day Celebration in Guwahati: বিশ্ব হৃদয় দিৱস উপলক্ষে দিছপুৰ কলেজৰ ৰেড ৰিবন ক্লাবৰ উদ্যোগত গুৱাহাটী এপ’ল’ হাস্পতালৰ সজাগতা সভা

publisher by publisher
September 17, 2025
in Assam, News
Reading Time: 1 min read
0
World Heart Day Celebration in Guwahati: বিশ্ব হৃদয় দিৱস উপলক্ষে দিছপুৰ কলেজৰ ৰেড ৰিবন ক্লাবৰ উদ্যোগত গুৱাহাটী এপ’ল’ হাস্পতালৰ সজাগতা সভা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Awareness meeting on Mission Basundhara in Margheritaমাৰ্ঘেৰিটাত মিছন বসুন্ধৰা 3.0 সন্দৰ্ভত সজাগতা সভা

Borholla Police Station:বৰহোলাত ড্ৰাগছ, পথ সুৰক্ষা, বাল্য বিবাহ, শিশু সুৰক্ষা আইন সন্দৰ্ভত সজাগতা সভা

Aranyak Conservation Awareness Meeting:শিৱসাগৰত শিক্ষাৰ্থীৰ মাজত আৰণ্যকৰ শগুন সংৰক্ষণ সজাগতামূলক পদক্ষেপ

World Heart Day Celebration in Guwahati:

দেশৰ আগশাৰীৰ চিকিৎসালয় এপ’ল’ হাস্পতাল,গুৱাহাটীৰ উদ্যোগত মঙলবাৰে দিছপুৰ কলেজৰ সভাগৃহত দিছপুৰ কলেজৰ ৰেড ৰিবন ক্লাবৰ সহযোগত বিশ্ব হৃদয় দিৱসৰ লগত ৰজিতা খুৱাই এক সজাগতা সভা অনুষ্ঠিত হয় ৷

ADVERTISEMENT

সভাৰ আৰম্ভণিতে আদৰণি ভাষণত দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড:নৱজ্যোতি বৰাই সজাগতা কাৰ্যসূচীৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি মননশীল বক্তব্য প্ৰদান কৰে ৷ ৰেড ৰিবন ক্লাবৰ সমন্বয়ক ডাঃ হিমাংছু কলিতাই যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগ স্বাস্থ্য সজাগতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে।

এপ’ল’ হাস্পতাল,গুৱাহাটীৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ঋতুপৰ্ণ বৰুৱাই হৃদৰোগৰ কাৰণ আৰু সতৰ্কতা সম্পৰ্কে এক বিস্তৃত ভাষণ প্ৰদান কৰি সুস্থ হৃদযন্ত্ৰ বজাই ৰখাৰ মূল্যৱান তথ্য আগবঢ়ায়। সজাগতা সভাত মহাবিদ্যালয় খনৰ জ্যেষ্ঠ অধ্যাপক ডাঃ জ্যোতিষ গোস্বামীয়ে হৃদৰোগৰ লক্ষণসমূহৰ বিষয়ে সোধাত উপস্থিত চিকিৎসকসকলে অধ্যাপক- অধ্যাপিকা সহ ছাত্ৰ-ছাত্ৰীসকলৰ হৃদৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ প্ৰতিকাৰৰ ওপৰত বিস্তৃত বিৱৰণ দাঙি ধৰে ৷ অনুষ্ঠানত ডা: ঋতুপৰ্ণ বৰুৱা, ডাঃ চন্দ্ৰ কুমাৰ দাস, ডাঃ চন্দ্ৰ প্ৰকাশ ঠাকুৰকে ধৰি কে’বা গৰাকী জ্যেষ্ঠ চিকিৎসকে হৃদৰোগ সন্দৰ্ভত উপস্থিত
দৰ্শকৰ সৈতে মতবিনিময় কৰে।

এই সজাগতা সঠাত দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই সজাগতা কাৰ্যসূচীয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰসাৰ আৰু যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত সুস্থ জীৱনশৈলীক উৎসাহিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হয়। সভাত উপস্থিত থাকে এপ’ল’ হাস্পতাল,গুৱাহাটীৰ বাণিজ্য বিভাগৰ উপ- প্ৰৱন্ধক মুন শইকীয়া ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Appllo HospitalAwareness MeetingDispur CollegeRed Ribbon ClubWorld Heart Day Celebration
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d