AAASA:
অসমৰ গৌৰৱ হিয়াৰ আমঠু জনপ্ৰিয় শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ২৩ চেপ্তেম্বৰত হবলগীয়া তেখেতৰ অন্তোষ্টিক্ৰিয়াৰ দিনটোত অসমৰ সৰু বৰ সকলো চাহ বাগিচা লগতে কল কাৰখানা বন্ধ ৰাখিবৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই আহ্বান জনায় I লগতে সকলো সৰু- বৰ চাহ বাগিচাত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি লগতে ৰেলী কৰিবলৈকো আহ্বান জনায় I
ADVERTISEMENT






























