Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

publisher by publisher
September 20, 2026
in Assam, News
Reading Time: 1 min read
0
জুবিনে বিচৰা অসমেই উজলিল সমাধিত
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition : 10 Oct 2026

৩২ বছৰত পদাৰ্পণ দৈনিক অগ্ৰদূতৰ, সংবাদ সেৱাৰ যাত্ৰাত নতুন অধ্যায়

Dainik Agradoot Today’s Edition: 7th Oct 2026

Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কালিৰ পৰা ঠিক এবছৰ পূৰ্বে ছিংগাপুৰৰ পৰা ভাহি আহিছিল অসমবাসীৰ কলিজা মোহাৰি নিয়া সেই খবৰটো-জুবিন গাৰ্গ আৰু নাই! সমগ্র অসমেই তেতিয়া স্তব্ধ হৈ পৰিছিল। মানি ল’ব নোৱৰা এটা কথা সকলোৱে ভয়ংকৰ দুঃস্বপ্নৰ দৰে মানি ল’বলৈ বাধ্য হৈছিল। তাৰ পাছত দগ্ধ হৃদয়ৰে অসমবাসীৰ লগতে দেশ-বিদেশত থকা তেওঁৰ অগণন অনুৰাগীয়ে যোৱা এটা বছৰ অতিবাহিত কৰিলে। আজি সেই দিনটোৰে যেন পুনৰাবৃত্তি ঘটিল। জুবিন গাৰ্গ নামৰ সত্তাটো নাইকিয়া হৈ যোৱা বুলি আজিলৈকে কোনেও মনে-প্রাণে গ্রহণ কৰিব পৰা নাই। জুবিন আছে প্রত্যেকৰে অন্তৰে অন্তৰে, সিৰাই-উপসিৰাই।

ADVERTISEMENT

সেইবাবেই কালি জুবিনক্ষেত্ৰত যি পৰিৱেশৰ সৃষ্টি হয়, সেয়া বাস্তৱিকতে বর্ণনাতীত। শব্দৰে তাক সম্পূৰ্ণকৈ তুলি ধৰাটো মুঠেই সহজ নহয়। দৰাচলতে যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ যি ‘জুবিন দিৱস’ উদ্যাপন কৰা হয়, এই প্রতিটো দিনেই আছিল জুবিনৰ দৰেই ব্যতিক্রম। কালিৰ দিনটো আৰু বেছি ব্যতিক্রম। অনুৰাগী, জুবিনক ভাল পোৱাসকলৰ বাবে দিনটো আৰম্ভ হৈছিল শনিবাৰে নিশাৰ পৰাই। গোটেই নিশাজুৰি জুবিনক্ষেত্র উপচি থাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন জনতাৰে। ইয়াত বয়স বুলিও কোনো কথা নাই। পুৱাৰ পৰা সেই পৰিৱেশ যেন বানৰ ধল সদৃশ হৈ পৰে। যিয়ে যিদৰে পাৰে তেনেকৈয়ে উপস্থিত হয় জুবিনক্ষেত্ৰত। পুৱাৰ প্ৰখৰ ৰ’দ আৰু উৎকট গৰমো জুবিনৰ প্ৰতি থকা মৰম, অনুৰাগে গৌণ কৰে। কোনেও একো বিচাৰি অহা নাই। বিচাৰিছে কেৱল জুবিনৰ সান্নিধ্য। ‘জয় জুবিনদা’ ধ্বনিৰে পুৱাৰ পৰাই মুখৰ হৈ পৰে জুবিনক্ষেত্র।

সমাধিস্থলীলৈ চাই হিয়া ঢাকুৰি কন্দাৰ শব্দবোৰে, চিঞৰবোৰে তাৰ মাজতে পৰিৱেশ অধিক গধুৰ কৰি তোলে। প্রায় সকলোৱে মৰমৰ জুবিনলৈ কিবা নহয় কিবা উপহাৰ লৈ আহিছে। বিশেষকৈ গামোচাৰে সকলোৱে উপচাই দিব বিচাৰিছে জুবিনক। তদুপৰি আৰু বহু উপহাৰ জুবিনক্ষেত্ৰলৈ লৈ আহিছে। আজাৰাৰ এজন যুৱ শিল্পীয়ে বাঁহৰে সাজি উলিওৱা প্রিয় শিল্পীৰ সমাধিক্ষেত্ৰৰ প্রতীক জুবিনক্ষেত্রক উপহাৰ দিয়ে। একেদৰে নগাঁৱৰ এজন বয়োজ্যেষ্ঠ শিল্পীয়েও কঢ়িয়াই আনে বাঁহৰে নিজ হাতে গঢ়ি তোলা সমাধিক্ষেত্ৰৰ প্রতীক। নলবাৰীৰ মদন নাথ নামৰ আন এজন যুৱকে প্রায় ন ফুট ওখ জুবিন গাৰ্গৰ সমাধিক্ষেত্র নির্মাণ কৰি উলিয়াইছে আৰু সেইটো কালি প্রদর্শন কৰা হয়।

তদুপৰি এজন কিশোৰ শিল্পীয়ে কৃষ্ণৰ ৰূপৰ স’তে জুবিন গাৰ্গক তুলনা কৰি জুবিনক্ষেত্ৰত থিতাতে ছবি অংকন কৰে। নলবাৰীৰ এজন যুৱকে কালি এবছৰৰ মূৰত জুবিনক্ষেত্ৰত মুণ্ডন কৰে। এবছৰ পূৰ্বে তেওঁ শেষবাৰলৈ চুলি-দাড়ি কাটিছিল। শনিবাৰে এবছৰৰ মূৰত দীঘল হৈ পৰা চুলি-দাড়ি জুবিনক্ষেত্ৰত উপস্থিত হৈ তেওঁ নিজ হাতে কাটে। বৰপেটাৰ কয়াকুছিৰ পৰা প্ৰায় ডেৰশ কিলোমিটাৰ দৌৰি আহি জুবিনক্ষেত্রত উপস্থিত হয় পাঁচজন যুৱক। জুবিনৰ গভীৰ অনুৰাগী ছহিদুল ইছলাম, মইনুল দেৱান, মফিজুল হক, তাজনুৰ আলী আৰু আজিজুল খণ্ডকাৰ নামৰ যুৱককেইজনে শুকুৰবাৰে কয়াকুছিৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিছিল আৰু কালি জুবিনক্ষেত্রত উপস্থিত হয়।

তেওঁলোকে কয়, ‘আমি জুবিনদাৰ বাবে জীৱন দিব পাৰো, দৌৰি অহাটো সৰু কথা।’ শিৱসাগৰৰ নিতাইপুখুৰীৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ পদযাত্ৰা কৰি জুবিনক্ষেত্রত উপস্থিত হয় লক্ষীন্দ্র দত্ত নামৰ এজন যুৱক। ১৩ ছেপ্টেম্বৰত তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল আৰু কালি পুৱা আহি লক্ষ্যস্থানত উপনীত হয়। জুবিনক্ষেত্রলৈ শনিবাৰে কোন অহা নাছিল? উত্তৰাখণ্ডৰ পৰা কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহিলাৰ এটা দল আহি জুবিনক্ষেত্রত উপস্থিত হয়। গৰিমা গাৰ্গক তেওঁলোকে সাক্ষাৎ কৰে আৰু সাহস যোগায়। পশ্চিমবংগৰ পৰাও জুবিনৰ বহু অনুৰাগী কালি জুবিনক্ষেত্রত উপস্থিত হয়। অসমবাসীৰ জুবিনৰ প্ৰতি থকা অনুৰাগ,মৰম, শ্রদ্ধা দেখি তেওঁলোক অভিভূত হয়।

উপস্থিত পৰিয়াল-ঘনিষ্ঠ বহুজন

ইপিনে, পুৱাতে জুবিনক্ষেত্ৰত উপস্থিত হয় জুবিনৰ ঘনিষ্ঠ শিল্পী বন্ধুসকল। বিগত দুদিনৰ দৰে আজিও জুবিনক্ষেত্রত আগবেলাতেই উপস্থিত হয় পত্নী গৰিমা শইকীয়া গার্গ। অসম জাতীয় বিদ্যালয়ৰ এক কার্যসূচীত ভাগ লৈ তেওঁ পোনে পোনে জুবিনৰ কাষ পায়। আজিও প্রিয়জনৰ সমাধিক্ষেত্ৰত হাতত পদুম ফুল লৈ সেৱা জনায় গৰিমাই। জুবিনৰ ভগ্নী ড০ পামী বৰঠাকুৰো উপস্থিত হয়। দুপৰীয়া চিৰশায়িত পুত্ৰৰ কাষত উপস্থিত হয় পিতৃ কপিল ঠাকুৰ। অসুস্থ পিতৃয়ে হুইল চেয়াৰত বহি পুত্ৰৰ কাষ পায়। তদুপৰি বহু আত্মীয়-স্বজন উপস্থিত হয়।

ইজনৰ পাছত সিজন শিল্পীও জুবিনক্ষেত্রত উপস্থিত হয়। একেদৰে ৰাজনৈতিক দল, জাতীয় সংগঠনৰ প্ৰতিনিধিয়েও ইয়াত উপস্থিত হৈ জুবিনক শ্রদ্ধাঞ্জলি জনায়। আজি পুনৰবাৰ জুবিনক্ষেত্ৰত উপস্থিত হয় অংগৰাগ পাপন মহন্ত। বহু সময় তেওঁ জুবিনক্ষেত্ৰত পাৰ কৰে। সাংবাদিকৰ আগত শিল্পীজনে কয়, ‘জুবিনৰ ন্যায়লৈ আৰু কিমান ৰৈ থাকিম? জুবিনৰ ন্যায় সোনকালে হ’ব লাগে।’ একেদৰে সত্যটো সোনকালে পোহৰলৈ আহিব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে বুলি মন্তব্য কৰে কণ্ঠশিল্পী জুবলী বৰুৱাই। অভিনেত্রী জেৰিফা বাহিদে জুবিন গাৰ্গৰ আদর্শক সকলোৱে আগবঢ়াই নিয়া উচিত বুলি কয়। এনেদৰে বহু শিল্পীৰ কালি আগমন ঘটে জুবিনক্ষেত্রলৈ।

শ্রদ্ধাঞ্জলি জনায় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দয়ো। জুবিনৰ হত্যাকাৰীয়ে ন্যায়ালয়ত কঠোৰ শাস্তি নোপোৱা পর্যন্ত আছু আৰু অসমৰ ৰাইজ ক্ষান্ত নহয় বুলি কয় মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই। একেদৰে সভাপতি উৎপল শর্মাই কয় যে এতিয়া সকলোৰে দায়িত্ব হৈছে জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ পৰিকল্পিত সংৰক্ষণ আৰু ইয়াৰ সমান্তৰালকৈ অসমৰ নৱপ্ৰজন্মৰ মাজত তেওঁৰ মানৱতাবাদী আদর্শক কঢ়িয়াই লৈ যোৱাটো। শ্রদ্ধা নিবেদন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুবীণজ্যোতি গগৈসহ এটা প্রতিনিধি দলে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও ইয়াত উপস্থিত হৈ শ্রদ্ধাঞ্জলি জনায়। বিগত এবছৰে চৰকাৰে জুবিনক্ষেত্ৰৰ সীমাৰ বেৰৰ নিৰ্মাণ নকৰা আৰু জুবিনক্ষেত্ৰৰ উন্নয়ন নকৰাৰ অভিযোগেৰে গগৈ সৰৱ হৈ পৰে। লক্ষ্যণীয়ভাবে আজি জুবিনক্ষেত্রত একাংশ যুৱকে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হয়। হাতত ‘জাস্টিচ ফৰ জুবিন গাৰ্গ’ লিখা গামোচা প্রদর্শন কৰি তেওঁলোকে উত্থাৰে কয়, ‘জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মুখ্যমন্ত্রীয়েই কৈছিল। এতিয়া ন্যায় দিওঁতে কিয় ইমানদিন লগাইছে? জুবিনদাক আপুনি ন্যায় দিব পৰা নাই।’

পুৱাৰ পৰা ধৰ্মীয় কার্যসূচী

ইফালে, কালি পুৱা জুবিনক্ষেত্রত গুক আসন প্রতিষ্ঠা কৰি নাম-প্ৰসংগ কৰা হয়। ভাগৱত পাঠো চলে। একে সময়তে ক্ষেত্ৰখনৰ আন এটা স্থানত জিকিৰো পৰিবেশন কৰা হয়। জিকিৰ পৰিবেশন কৰা শিল্পী আজিমুদ্দিন আহমেদে কয়, ‘এফালে ভাগৱত পাঠ চলি আছে আৰু আনফালে আমি জিকিৰ গাই আছো। এইখনেই ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ অসম।’ দিনজুৰি কালি এনেদৰে ধৰ্মীয় কাৰ্যসূচী জুবিনক্ষেত্ৰত ৰূপায়ণ কৰা হয়। নিশা গুৰু আসনৰ সন্মুখত ভাওনা পৰিবেশন কৰা হয়। দিনজুৰি চলা অনুৰাগীৰ ভিৰ বিয়লিৰ পৰা যেন আৰু অধিক হয়। দীর্ঘ দূৰত্ব বাটকুৰি বাই পুৰুষ, মহিলা, শিশু, যুৱক-যুৱতী জুবিনক্ষেত্রত উপস্থিত হয়। কালি যেন তেওঁলোক ভাগৰ শব্দটোৰ লগত পৰিচিত নহয়। ৬০ব ঊর্ধ্বৰ সোণাপুৰৰ দুই মহিলা কল্পনা বৰুৱা আৰু বানু বৰুৱাই ‘দৈনিক অগ্রদূত’ক কয় যে প্রায় চাৰি কিলোমিটাৰ খোজকাঢ়ি তেওঁলোক জুবিন গাৰ্গৰ কাষলৈ আহিছে আৰু এনেদৰে উভতিও যাব। এনেদৰে কে’বা কিলোমিটাৰ খোজকাঢ়ি জুবিনক্ষেত্রত উপস্থিত হয় বহু লোক। মানুহৰ ভিৰৰ পৰিপ্ৰেক্ষিতত জুবিনক্ষেত্ৰৰ দুয়োদিশে কে’বা কিলোমিটাৰ দূৰলৈ ৰাষ্ট্ৰীয় ঘাইপথত দিনজুৰি তীব্র যানজট অব্যাহত থাকে।

জুবিন-পাপনৰ অপ্রকাশিত গীতৰ নতুনকৈ মুক্তি: বলিউদৰ কণ্ঠশিল্পীৰ শ্ৰদ্ধাঞ্জলি

কালি জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বার্ষিকীত প্রিয় বন্ধুৰ স্মৃতিত সংগীতেবে শ্রদ্ধাঞ্জলি জনালে বলিউদৰ জনপ্রিয় কণ্ঠশিল্পী শ্বানে। আনহাতে, জুবিন দিৱস উদ্যাপনৰ অংশৰূপে জুবিনৰ স’তে পাপনৰ এটা অপ্রকাশিত গীতেও লাভ কৰিলে নতুনকৈ মুক্তিৰ সুযোগ। কণ্ঠশিল্পী শ্বানে সামাজিক মাধ্যমত জুবিনক লৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত জুবিনৰ বিভিন্ন দৃশ্যৰ স’তে স্থানৰ কণ্ঠত নতুন গীত শুনিবলৈ পোৱা যায়। গীতটোত লগতে কণ্ঠদান কৰিছে মহালক্ষ্মী আয়াৰে। জুবিনৰ প্রতি থকা বন্ধুত্ব আৰু সংগীতৰ সম্পৰ্কৰ স্মৃতি সুঁৱৰি এই সংগীতৰ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয়। শ্বান আৰু জুবিনৰ মাজত বন্ধুত্বৰ লগতে আছিল সংগীতৰো সম্পর্ক। দুয়ো একেলগে অসমীয়া গীততো কণ্ঠদান কৰিছিল।

ইফালে, জুবিন দিবস উদ্যাপনৰ অংশৰূপে কালি জুবিনক্ষেত্রত উপস্থিত হৈ অংগৰাগ পাপন মহন্তই জুবিনৰ স’তে থকা এটা অপ্রকাশিত গীত মুকলি কৰে। জুবিনৰ ‘চিলা’ এলবামৰ অন্তর্গত ‘এটি নহয়, দুটি নহয়’ শীর্ষক গীতটো এই উপলক্ষে মুকলি কৰা হয়। গীতটো মুকলিৰ সময়ত আবেগিক হৈ পৰে পাপন। গীতটোৰ সন্দৰ্ভত তেওঁ কয় যে গীতটো শুনি তেওঁলোক সকলোৱে আচৰিত হৈছে। জুবিন দ্বাদশ শ্রেণীত থাকোতেই গীতটো পৰিচালনা কৰিছিল বুলি উল্লেখ কৰি পাপনে কয় যে সেই বয়সতে এনেধৰণৰ গীত পৰিচালনা কৰাটো বহুত ডাঙৰ কথা।

পাপনৰ মতে, গীতটোত পুৰণি দিনৰ এক সুবাস বিচাৰি পোৱা যায়। সেই সময়ত গীতটো মুক্তি নোপোৱাটো এতিয়া এক অর্থত সৌভাগ্য বুলি উল্লেখ কৰি তেওঁ কয় যে এই সময়ত জুবিনৰ কণ্ঠটো মানুহে ‘মিছ’ কৰিব আৰু গীতটো সকলোৰে বাবে এক উপহাৰ হৈ পৰিছে। জুবিনৰ আৰু বহু গীত শীঘ্রেই মুক্তি লাভ কৰিব বুলিও পাপনে জানিবলৈ দিয়ে। জুবিনৰ ৰৈ যোৱা গীতসমূহ মুক্তি দিয়াৰ এই প্ৰচেষ্টাৰ বাবে তেওঁ সংশ্লিষ্ট দলটোক ধন্যবাদ জ্ঞাপন কৰে।

জুবিন নাই, কিন্তু তেওঁৰ কণ্ঠ আৰু সৃষ্টিৰ বহু অমলিন অধ্যায় এতিয়াও অনুৰাগীৰ মাজলৈ আহি আছে। প্রথম মৃত্যু বার্ষিকীত শ্বানৰ সংগীতৰ শ্রদ্ধাঞ্জলি আৰু পাপনৰ স’তে জুবিনৰ অপ্রকাশিত গীতৰ মুক্তিয়ে যেন আকৌ এবাৰ সোঁৱৰাই দিলে, তেওঁৰ কণ্ঠ থমকি ৰোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik AgradootZubeen Gargzubeen khetraদৈনিক অগ্ৰদূত
publisher

publisher

Related Posts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী
India

October 10, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

October 10, 2026
পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ
India

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

October 10, 2026
অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু
India

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

October 10, 2026
দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী
India

দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

October 10, 2026
আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d