Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

publisher by publisher
September 20, 2026
in Assam, News
Reading Time: 1 min read
0
জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

৩২ বছৰত পদাৰ্পণ দৈনিক অগ্ৰদূতৰ, সংবাদ সেৱাৰ যাত্ৰাত নতুন অধ্যায়

Dainik Agradoot Today’s Edition: 7th Oct 2026

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জুবিন গাৰ্গক কি কাৰণত, কি ধৰণে আৰু কি পৰিৱেশত হত্যাকৰা হ’ল তাৰ সঠিক তদন্ত আজিও সাঁথৰ হৈ থাকিল । শনিবাৰে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবার্ষিকীত এনেদৰে প্ৰচণ্ড ক্ষোভ প্রকাশ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে।

ADVERTISEMENT

কালি পৰিষদে ইয়াত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্রতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বক্তব্য আগবঢ়াই পৰিষদৰ সাধাৰণ সম্পাদক বায়নে কয়, ‘যিখিনি সময়ত আমি জুবিনৰ মৃত্যু ৰহস্যজনক বুলি কৈছিলো সেই সময়ত মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি কৈছিল; কিন্তু জুবিন গাৰ্গক কি ধৰণে, কি পৰিৱেশত আৰু কি কাৰণত হত্যা কৰা হ’ল তাৰ চৰকাৰীভাৱে সঠিক তদন্ত আজিও সাঁথৰ হৈ থাকিল। গতিকে আমি এটা বছৰ অতিক্ৰম কৰিলো। এই এটা বছৰত জুবিন গাৰ্গ সন্দৰ্ভত বহুখিনি কথা আধৰুৱা হৈ থাকিল।’

ৰাজ্য চৰকাৰক সমালোচনাৰে থকাসৰকা কৰি বায়নে পুনৰ কয়, ‘বিগত বৰ্ষৰ ১৯ ছেপ্টেম্বৰৰ দিনটো অসমীয়া জাতিৰ বাবে, অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এটা কালিকা লগা দিন। অসমীয়াৰ হার্টথ্র’ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্যজনক। তেওঁৰ মৃত্যুৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ লগতে ৰাজ্যৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিলো যে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য উদ্‌ঘাটন কৰিব লাগে আৰু এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে। পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত কে’বাজনো ব্যক্তি আটক কৰা হ’ল; কিন্তু তেওঁক কি কাৰণত, কি পৰিৱেশত আৰু কি কাৰণে হত্যা কৰা হ’ল সেয়া ৰহস্যৰ আৱৰ্ততে আছে।’

জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ৰহস্য শীঘ্ৰে চৰকাৰে উদ্‌ঘাটন কৰিব লাগিব বুলিও তেওঁ সতর্ক কৰি দিয়ে। তেওঁ লগতে কয়, ‘জুবিনৰ হত্যাকাৰীক উচিত শাস্তি দিব লাগিব। জুবিনৰ সমাধিক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগিব। এইবোৰ কথা যাতে পুনৰ আলোচনা কৰিবলগীয়া নহয় তাৰ বাবে চৰকাৰে সঠিক পদক্ষেপ গ্রহণ কৰক।’

আনহাতে, যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকজনে সোণাপুৰ জুবিনক্ষেত্ৰ নিৰ্মাণ কাৰ্য চৰকাৰে সম্পূৰ্ণ নকৰাক লৈয়ো ক্ষোভ প্রকাশ কৰে। তেওঁ কয়, ‘জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আজিও চৰকাৰে সম্পূৰ্ণ নকৰিলে। চৰকাৰে দ্বিতীয় সমাধিক্ষেত্ৰ যোৰহাটত নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও আজিও কাম আৰম্ভ নকৰিলে। ইমান ডাঙৰ এখন চৰকাৰে এবছৰতো জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ পূৰ্ণাংগ ৰূপ দিব নোৱাৰি আধৰুৱা কৰি ৰখা এনেকুৱা এখন চৰকাৰ পোৱাটো অসমীয়া জাতিৰ বাবে দুর্ভাগ্যজনক কথা।’

জুবিনলৈ শ্রদ্ধাঞ্জলি জনাই তেওঁ আৰু কয়, ‘জুবিন গাৰ্গ এটা নাম নহয়। জুবিন গাৰ্গ হৈছে অসম আৰু অসমীয়াৰ বুকুত অনুৰণিত হৈ থকা এক অনুভৱ, এক সুৰ, এক অম্লান সত্তা। জুবিন গাৰ্গৰ সোঁৱৰণ কৰাৰ অন্ত নাই। তেওঁ অসম আৰু অসমীয়াৰ হৃদয়ত চিৰদিন জ্বলি থকা এক অমৰ দীপশিখা। জুবিন গাৰ্গৰ সৃষ্টিৰাজিক অসমৰ প্ৰতিটো প্ৰজন্মৰ মাজত অমৰ কৰি জীয়াই ৰাখিবলৈ বিচাৰিছো। সেয়েহে আজি সৰুপেটাৰ মাজমজিয়াত বিদ্যামন্দিৰ হাইস্কুল প্রাংগণত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰথমটো জুবিন গাৰ্গৰ পূৰ্ণাংগ প্রতিমূৰ্তিৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হ’ল।’ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিষদৰ উদ্যোগত শিল্পীজনৰ পূর্ণাংগ আৰু আৱক্ষ মূর্তি নির্মাণ কৰা হ’ব বুলিও বায়নে ঘোষণা কৰে।

শনিবাৰে দিনৰ ১১ বজাত সৰুপেটা বিদ্যামন্দিৰ হাইস্কুল প্রাংগণত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্রতিমূৰ্তিৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নে। লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্রদ্ধাঞ্জলি নিবেদন কৰা হয়।

এই উদ্দেশ্যে যুৱ নেতা নিপল ডেকা, যুৱ-ছাত্ৰ পৰিষদৰ সৰুপেটা আঞ্চলিক সমিতিৰ সভাপতি অভিজিৎ তালুকদাৰ আৰু সাধাৰণ সম্পাদক দীপক দাসৰ পৰিচালনাত অনুষ্ঠিত সভাত সন্মানীয় অতিথিৰূপে প্রাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়া পৰিণীতা চক্রবর্তী, সৰুপেটা বিদ্যামন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক জয়ন্ত দাস আদিয়ে অংশগ্রহণ কৰে। সভাত সমূহীয়াভাৱে জুবিন গাৰ্গৰ অমৰ সৃষ্টি ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটো পৰিবেশন কৰা হয়।

আনহাতে, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিয়ে আজি ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত জুবিন দিৱস উদ্যাপন কৰে। এই উপলক্ষে শিল্পীজনৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি নিবেদন, আয়তীৰ নাম-কীর্তন, জুবিন গাৰ্গৰ গীতৰ পৰিবেশন, সমূহীয়া বস্তি প্রজ্বলন আদি কার্যসূচী ৰূপায়ণ কৰা হয়। লগতে ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত যুৱ-ছাত্ৰ পৰিষদৰ ভবানীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত জুবিনৰ এটা আৱক্ষ মূর্তি স্থাপনৰ বাবে ভূমি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

কালি ভৱানীপুৰত শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগতো জুবিন দিৱস পালন কৰা হয়। সৰুপেটাৰ হাজিৰঘাটত জেদ জি ৰক্তদান বজালী গ্ৰুপৰ উদ্যোগত সৰুপেটাৰ ৰেলৱে পার্কিঙত জুবিন গাৰ্গ ফেন ক্লাব আৰু ঐকতান-সৰুপেটাৰ উদ্যোগত সৰুপেটাৰ বিএইছবি মহাবিদ্যালয়ৰ খেলপথাৰত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, মহাটেজাছ ট্রাষ্ট আৰু ইউথেলিয়া জুবিন গাৰ্গৰ উদ্যোগত শনিবাৰে পৃথকে পৃথকে বর্ণাঢ্য কার্যক্রমণিকাৰে জুবিন দিৱস উদ্যাপন কৰা হয়।

গেৰুৱাপাৰ ৰূপজ্যোতি সংঘৰ উদ্যোগত সংঘৰ বাকৰিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদ্যাপন কৰা হৈছে জুবিন দিৱস। শালবাৰী মহাবিদ্যালয়তো কালি দিনজোৰা কাৰ্যসূচীৰে জুবিন দিৱস উদ্যাপন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik AgradootZubeen Garg
publisher

publisher

Related Posts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী
India

October 10, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

October 10, 2026
পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ
India

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

October 10, 2026
অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু
India

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

October 10, 2026
দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী
India

দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

October 10, 2026
আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d