Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

    নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

    যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

    দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

    দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

publisher by publisher
September 19, 2026
in Assam, News
Reading Time: 1 min read
0
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition : 10 Oct 2026

৩২ বছৰত পদাৰ্পণ দৈনিক অগ্ৰদূতৰ, সংবাদ সেৱাৰ যাত্ৰাত নতুন অধ্যায়

Dainik Agradoot Today’s Edition: 7th Oct 2026

Zubeen Garg: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি দিৱস উপলক্ষে তেওঁৰ মানৱদৰদী আদৰ্শক সাৰোগত কৰি সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতি লিমিটেড, শিৱসাগৰে এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰে।

ADVERTISEMENT

আজি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, আখৈফুটিয়াত উপস্থিত হৈ বানপীড়িত ২৩৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিদ্যালয়ৰ ইউনিফৰ্ম আৰু বহী বিতৰণ কৰা হয়।

শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ, বেংগালুৰু (Sreemanta Sankardev Cultural Society, Bangalore )আৰু ভাৰতীয় কৃষাণ সংঘ, অসমৰ উদ্যোগত তথা সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতি লিমিটেড, শিৱসাগৰৰ সহযোগত এই সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত অনুষ্ঠানত সমবায় সমিতিৰ সভাপতি শ্ৰী পৰেশ হাজৰিকাৰ লগতে সমিতিৰ সদস্যসকল উপস্থিত থাকে। সমিতিৰ জ্যেষ্ঠ সদস্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী সৰল চেতিয়াই বক্তব্য প্ৰদান কৰি জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সমবায় সমিতিখনে গ্ৰহণ কৰি অহা বিভিন্ন সেৱামূলক কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে।

আনহাতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পিকুমণি বৰাই বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ সহায়াৰ্থে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে সমবায় সমিতি আৰু সহযোগী সংগঠনসমূহৰ শলাগ লয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ভাৰতীয় কৃষাণ সংঘ, অসম আৰু সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতিৰ যৌথ প্ৰচেষ্টাত ছখন বিদ্যালয়ৰ ৩৫০গৰাকী বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইউনিফৰ্ম বিতৰণ কৰা হৈছিল।

ইয়াৰ উপৰি বেতবাৰী, নিমাইজান, ভাধৰা, পানবেচা আদি অঞ্চলৰ প্ৰায় ৫০০গৰাকী কৃষকৰ মাজত কঠিয়া আৰু পশুখাদ্য সাহায্য হিচাপে যোগান ধৰা হৈছিল।

জুবিন গাৰ্গৰ স্মৃতিক কেৱল শ্ৰদ্ধাঞ্জলিৰ মাজতে সীমাবদ্ধ নাৰাখি তেওঁৰ মানৱদৰদী আদৰ্শক কৰ্মৰ মাজেৰে জীয়াই ৰখাৰ উদ্দেশ্যেৰে সমবায় সমিতিখনে এই পদক্ষেপ গ্ৰহণ কৰে। বানপীড়িত শিশুসকলৰ শিক্ষাৰ প্ৰতি উৎসাহ বৃদ্ধি আৰু বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াই এই কাৰ্যসূচীৰ মূল লক্ষ্য বুলি সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik Agradootdainik agradoot digitalZubeen Gargডিজিটেলদৈনিক অগ্ৰদূত ডিজিটেল
publisher

publisher

Related Posts

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক
India

কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

October 10, 2026
নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ
India

নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

October 10, 2026
যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ
India

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

October 10, 2026
দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ
India

দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

October 10, 2026
দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা
India

দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d