Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BTC Election Final Result: বিটিআৰত যাদু চলিল হাগ্ৰামাৰ

পুনৰ ক্ষমতাত অধিস্থিত বিপিএফ, ৫ বছৰতে বিজেপি-ইউ পিপিএলক প্ৰত্যাখান বিটিআৰবাসীৰ,শূন্যত কংগ্ৰেছ

publisher by publisher
September 27, 2025
in Assam, News
Reading Time: 1 min read
0
BTC Election Final Result: বিটিআৰত যাদু চলিল হাগ্ৰামাৰ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

হেলিকপ্টাৰৰ তেল শেষ, গাড়ী ভাড়াত লৈ মিটিঙত উপস্থিত হাগ্ৰামা মহিলাৰী

Hagrama Mohilary:নিৰ্বাচনী গৰম বতাহৰ মাজত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

BTC Election Final Result:

৫ বছৰতে বিজেপি-ইউ পিপিএলক প্ৰত্যাখান বিটিআৰবাসীৰ ৷ ৰাজকীয় উদ্থান বিপিএফৰ ৷ শাসকীয় বিজেপি-ইউ পিপিএল তচনচ কৰি বিটিআৰৰ শাসনলৈ উভতিল হাগ্ৰামা মহিলাৰী ৷ ২০২০ত ৯খন আসন পোৱা বিজেপিয়ে এইবাৰ মাত্ৰ ৬ খন আসনতে সীমাবদ্ধ থাকিল Iআনহাতে বিটিচিত বিজেপিৰ বোকোচাত উঠি প্ৰথমবাৰৰ বাবে শাসনৰ সোৱাদ পোৱা ইউ পিপিএলে লাভ কৰে মাত্ৰ সাত খন ৷
প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৰ কে’বাজনো বিধায়ক শোচনীয় পৰাজয় হয় ৷ বিজেপিৰ বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ো পৰাজিত হয় ৷ বিশেষকৈ একালৰ হাগ্ৰামাৰ সহযোগী তথা ইউ পিপিএলৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰক্ষ্মৰ শোচনীয় পৰাজয় হয় ৷ অৰ্থাৎ বিজেপি-ইউ পিপিএলৰ হেভিয়েট প্ৰাৰ্থী ৰণত পৰে ৷
ফকিৰগ্ৰামত বিজেপিৰ প্ৰাৰ্থী তথা বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে পৰাজিত হয় । কিন্ত আচৰিতজনক ভাবে বিটিআৰত চমক সৃষ্টিৰে একক সংখ্যাগৰিষ্ঠতাৰে বিপিএফে লাভ কৰে ২৭ খন আসন ২০২০ৰ নিৰ্বাচনতো বিপিএফে ১৭ খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল ৷
উল্লেখ্য যে,ৰাজকীয় প্ৰচাৰ চলায়ো শাসকীয় বিজেপিয়ে এইবাৰৰ বিটিচি নিৰ্বাচনত সাফল্য লাভত সফল নহ’ল। বড়ো ভূমিৰ দুই আঞ্চলিক দল বিপিএফ আৰু ইউপিপিএলৰ শাসনত ভিচিডিচি দুর্নীতি-অনিয়মত ডুব যোৱাৰ অভিযোগ উত্থাপন কৰিও গৰিষ্ঠসংখ্যক ভোটাৰৰ মন আকর্ষণত ব্যর্থ হয় বিজেপি।
আনকি বিপিএফ আৰু ইউপিপিএলক লগত লৈ পৰিষদ গঠন কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিও ভোটাৰৰ উপযুক্ত সঁহাৰি নাপালে দলে। তাৰ পৰিৱৰ্তে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক গৰিষ্ঠসংখ্যক ভোটাৰে আদৰি ল’লে। প্রত্যাখ্যান কৰিলে কেন্দ্ৰ-ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এনডিএৰ অন্যতম অংশীদাৰ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলকো। অর্থাৎ পাঁচ বছৰৰ বিৰতিৰ মূৰত পুনৰ বিপিএফৰ হাতত ক্ষমতা অর্পণ কৰিলে বড়ো ভূমিৰ ৰাইজে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: btc election 2025Final Results AnnouncedHagrama MohilaryKokrajhar
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d