Nalbari:
মহিলাৰ মৃত্যুক লৈ নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি। পৰিয়ালৰ অভিযোগ ম’তে স্থানীয় এগৰাকী প্ৰসুতি মহিলাক ভৰ্তি কৰাইছিল পৰিয়ালে। অক্সিজেন কম পোৱা বুলি কোৱাৰ পিছতো গুৰুত্ব দিয়া নাছিল প্ৰসুতি মহিলা গৰাকীক। সুস্থ মহিলা গৰাকীক হঠাতে মৃত ঘোষণা কৰাক লৈ উত্তপ্ত হৈ উঠে চিকিৎসালয়। গুৱাকুছিৰ মহিলা গৰাকীৰ মৃত্যুৰ পিছতে উত্তেজিত হৈ উঠে স্থানীয় লোকসকল।
ADVERTISEMENT



































