Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

India’s women win first Cricket World Cup title:এদিনীয়া ক্রিকেটত বিশ্বজয়ী ভাৰতীয় মহিলা

শেফালী-দীপ্তিৰ দুর্দান্ত অলৰাউণ্ড প্ৰদৰ্শন: অনমোলপ্রীতৰ 'অনমোল' কেচত স্মৰণীয় জয় আহিল ভাৰতৰ

publisher by publisher
November 3, 2025
in Assam
Reading Time: 1 min read
0
India’s women win first Cricket World Cup title:এদিনীয়া ক্রিকেটত বিশ্বজয়ী ভাৰতীয় মহিলা
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

India’s women win first Cricket World Cup title:

পুৰুষ দলৰ সমানে বিশ্ব ক্রিকেটত নিজৰ আধিপত্য প্ৰমাণ কৰিলে ভাৰতৰ মহিলা ক্রিকেট দলে। আজি দক্ষিণ আফ্রিকাক ৫৮ ৰাণত পৰাস্ত কৰি ভাৰতে মহিলাৰ এদিনীয়া বিশ্বকাপৰ প্ৰথম খিতাপ অর্জন কৰে। ভাৰতে সাত উইকেটত ২৯৮ ৰাণ কৰাৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ ইনিংছ২৪০ ৰাণত সমাপ্ত হয়। দক্ষিণ আফ্ৰিকাৰ অপেনাৰ লৰা উলভার্টে দুর্দান্ত শতৰাণেৰে সম্ভাৱনা সজীৱ কৰি ৰাখিছিল। যদিও ব্যক্তিগত ১০১ ৰাণত উলভার্টত অনমোলপ্রীত কৌৰে এটা অসাধাৰণ কেচ ধৰি বিদায় দিয়াৰ লগে লগে ভাৰতৰ জয় কাষ চাপি আহে। ভাৰতৰ শেফালী বাৰ্মা আৰু দীপ্তি শর্মাই আজি দুর্দান্ত অলৰাউণ্ড প্রদর্শন আগবঢ়ায়।
অর্ধশতৰাণৰ উপৰি দীপ্তিয়ে পাঁচটা আৰু শেফালীয়ে দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ লৈ সর্বাধিক ৮৭ ৰাণ কৰে শেফালীয়ে। তেওঁ স্মৃতি মন্ধানা (৪৫)ৰ স’তে প্ৰাৰম্ভিক উইকেটত ১০৪ ৰাণ যোগ দি দলৰ বৃহৎ স্ক’ৰৰ ভেটি স্থাপন কৰিছিল। ছেমি ফাইনেলৰ দুই নায়িকা জেমাইমা ৰড্রিগেজ (২৪) আৰু অধিনায়ক হৰমনপ্রীত কৌৰ (২০) ৰ ইনিংছ দীর্ঘস্থায়ী নহ’ল যদিও শেষৰফাৱে দীপ্তিয়ে ৫৮টা বলত ৫৮ ৰাণ কৰে। তেওঁলৈ যোগ্য সহযোগ আগবঢ়াই ৰিচা ঘোষে ২৪টা বলত ৩৪ ৰাণৰ বৰঙণি যোগায়।

#মিতালী ৰাজৰ অভিলেখ ভাঙিলে স্মৃতি মন্ধানাই

এক বিশেষ অভিলেখ স্থাপন কৰিলে ভাৰতীয় মহিলা ক্রিকেট দলৰ অপেনাৰ স্মৃতি মন্ধানাই। এখন মহিলা এদিনীয়া বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ ভাঙিলে মন্ধানাই। আজি তেওঁ ভাৰতৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ অভিলেখ ভংগ কৰে।
দেওবাৰৰ ফাইনেলত মন্ধানাই ৪৫ ৰাণ কৰাৰ লগতে শেফালী বাৰ্মাৰ স’তে প্ৰাৰম্ভিক উইকেটত ১০৪ ৰাণৰ যুটি গড়ে। চলিত বিশ্বকাপত নটা ইনিংছত মন্ধানাৰ সংগ্ৰহ মুঠ ৪৩৪ ৰাণ। ইয়াত আছে এটা শতৰাণ আৰু দুটা অর্ধশতৰাণ। মহিলাৰ এদিনীয়া বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক ৰাণৰ অভিলেখ পূর্বে আছিল মিতালীৰ। তেওঁ ২০১৭ৰ বিশ্বকাপত এটা শতৰাণ আৰু তিনিটা অর্ধশতৰাণৰ সহায়ত ৪০৯ সংগ্ৰহ কৰিছিল। উল্লেখ্য যে চলিত বর্ষত মন্ধানা দুর্দান্ত ফর্মত আছে। এই বছৰ এদিনীয়া আন্তর্জাতিক মেচত তেওঁ পাঁচটা শতৰাণসহ ২৩টা ইনিংছত ১৩৬২ ৰাণ সংগ্ৰহ কৰিছে। সম্প্রতি তেওঁ মহিলাৰ এদিনীয়া ক্রিকেটত বিশ্বৰ এক নম্বৰ বেটাৰ I
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BCCIICCIndia's women win first cricket world cupMUMBAISports newsWomen Cricket World Cup2025
publisher

publisher

Related Posts

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d