Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

ED Raid :প্রাক্তন ক্রিকেট তাৰকা ৰাইনা-ধাৱনৰ ১১ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

বিদেশৰ পৰা জুৱাৰ এপৰে ভাৰতীয়ক লুণ্ঠনত সহযোগ কৰি আৰ্থিক লাভ অৰ্জন

publisher by publisher
November 7, 2025
in National
Reading Time: 1 min read
0
ED Raid :প্রাক্তন ক্রিকেট তাৰকা ৰাইনা-ধাৱনৰ ১১ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লী বিস্ফোৰণ তদন্তত আল ফালাহ বিশ্ববিদ্যালয়ৰ নাম!

APW Case Field:মীন বিভাগত সংঘটিত বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে ইডিত গোচৰ ৰজু এপিডব্লিউৰ

SCERT SCAM:এছচিইআৰটিৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

ED Raid :

প্রাক্তন তাৰকা ক্রিকেটাৰৰ পৰা আৰম্ভকৰি জনপ্রিয় অভিনেতা-অভিনেত্রী তথা ৰাজনীতিকলৈ, বহুজনে সাঙোৰ খাইছে অনলাইন জুৱা এপৰ লুণ্ঠনৰ গোচৰত। সমগ্র দেশবাসীয়ে গৌৰৱবোধ কৰা প্ৰাক্তন ক্রিকেট খেলুৱৈ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱনৰ স্বৰূপ ইতিমধ্যে ফাদিল হৈছে। অনলাইনত জুৱাৰ পোহাৰ মেলি অনেক ভাৰতীয় লোকক লুণ্ঠন চলোৱাত বিদেশী এপক সহায় কৰাৰ অভিযোগত প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)-এ এই দুই প্রাক্তন ক্রিকেটাৰৰ পৰা ১১ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে।

ADVERTISEMENT

তদুপৰি ২০১১ৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য যুৱৰাজ সিঙকো এই গোচৰত ইডিয়ে তলব কৰিছে। এই অবৈধ কার্যকলাপত ৰবীন উত্থাপা, অভিনেতা ছনু সুদ, উর্বশী ৰৌতেলা, তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা অভিনেত্রী মিমি চক্রবর্তী আৰু অভিনেতা অংকুশ হাজৰাও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ইডিয়ে তলব কৰি আনি হাজৰাক সংস্থাটোৰ দিল্লীস্থিত মুখ্য কার্যালয়ত জেৰাও কৰিছে। ইডিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিদেশৰ পৰা একাংশই অনলাইন জুৱাৰ এপৰে ভাৰতীয় লোকক লুণ্ঠন চলাই আহিছে।

এই এপসমূহৰ অন্যতম হ’ল 1xBat আৰু 1xBat স্প’র্টিং লাইন্‌ছ। ইয়াৰে 1xBatৰ ভাৰতীয় ব্ৰেণ্ড এম্বেছাদৰ আছিল উর্বশী ৰৌতেলা। শেহতীয়াভারে বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ ওচৰত এই এপসমূহৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হয়। ইয়াৰ ভিত্তিত ইডিয়ে অনুসন্ধান কৰি প্ৰাক্তন ক্রিকেটাৰ ৰাইনা আৰু ধাৱন অনলাইন জুৱাৰ এপৰ স’তে জড়িত থকাৰ তথ্য উদ্‌ঘাটন কৰে। এই তথ্য উদ্ধাৰৰ পাছতে তদন্তকাৰী সংস্থাটোৱে ৰাইনাৰ নামত মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ৬.৬৪ কোটি টকা আৰু ধাৱনৰ ৪.৫ কোটি টকা মূল্যৰ এক স্থাৱৰ সম্পত্তি জব্দ কৰে। এনেদৰে দুয়োজন প্রাক্তন ক্রিকেটাৰৰ পৰা ইডিয়ে মুঠতে ১১.১৪ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে।

ইডিয়ে প্রকাশ কৰা অনুসৰি, ৰাইনা আৰু ধাৱনৰ স’তে বিদেশৰ পৰা পৰিচালিত 1xBat আৰু 1xBat স্প’র্টিং লাইন্‌ছ এপ দুটাৰ স’তে বুজাবুজি আছে। সেই অনুসৰি জুৱাৰ এপ দুটাই দুয়োলৈ বিদেশৰ পৰা কে’বাতৰপীয়া গোপন পথেৰে পইচা প্ৰেৰণ কৰে। তেওঁলোকে লাভ কৰা এই ধনৰ উৎস গোপন হৈ থাকে। ইডিৰ অনুসন্ধানত লগতে পোহৰলৈ অহা অনুসৰি 1xBat এপৰ ভাৰতত জুৱাৰ বিস্তৃত নেটৱৰ্ক আছে। ছহেজাৰৰো অধিক মিউল একাউন্ট (আনৰ একাউণ্টৰ জৰিয়তে ধন সংগ্ৰহ বা হস্তান্তৰ কৰা একাউণ্ট)ৰ জৰিয়তে বিদেশী এপটোৱে ভাৰতত এক বিশাল নেটৱৰ্ক গঢ়ি তুলিছে। পুঁজিৰ প্রকৃত উৎস গোপনে ৰাখি এপটোরে এই মিউল একাউণ্টসমূহৰ জৰিয়তে বিভিন্নজনক ধন আদায় দিয়ে।

এই একাউণ্টসমূহৰ কে ৱাই চিৰ উপযুক্ত পৰীক্ষণ কৰা নহয়। ইডিয়ে বাইনা আৰু ধাৱনৰ এই বিপুল অংকৰ সম্পত্তি জব্দ কৰাৰ উপৰি আন কেতবোৰ স্থানতো তালাচী চলায়। এই তালাচীৰ সময়ত সংস্থাটোরে কিছুসংখ্যক আপত্তিজনক সামগ্রী আৰু ৬০ টা বেংক একাউণ্টত থকা চাৰি কোটি টকা উলিয়াই নিব নোৱাৰাৰ ব্যৱস্থা কৰে। এই অভিযানৰ সময়ত ইডিয়ে অনলাইন জুৱাৰ এপে মিউল একাউণ্টৰ জৰিয়তে এহেজাৰৰো অধিক কোটি টকা সৰবৰাহ কৰাৰ তথ্যও উদ্ধাৰ কৰে। সম্প্রতি সংস্থাটোরে অনলাইন জুৱা আৰু বাজিৰ এপসমূহক লৈ সাধাৰণ লোকক সাৱধান হ’বলৈও আহ্বান জনাইছে।

সংস্থাটোৱে পৰামৰ্শ দিছে যে এই অপৰিচিত সত্তাৰ স’তে বেংক একাউণ্টৰ স্পৰ্শকাতৰ তথ্য আদান-প্রদান কৰা উচিত নহয়। কাৰণ নিজৰ অজানিতে এনে ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হ’লে অবৈধ উৎসৰ পৰা ধন আহৰণ কৰি বৈধ ব্যৱসায়ত পঠোৱা বা বিদেশলৈ প্রেৰণ প্ৰতিৰোধ আইনৰ অধীনত সাত বছৰ পৰ্যন্ত কাৰাদণ্ড হয়। ইডিয়ে লগতে এই বুলি দোহাৰিছে যে অনলাইন জুৱাৰ এপবোৰ কেৱল বিত্তীয় প্রবঞ্চনাতে জড়িত থকা নাই, এইসমূহ অবৈধভাৱে ধনৰ সৰবৰাহ আৰু অন্যান্য বেআইনী কাম-কাজতো জড়িত আছে। সম্প্রতি সংস্থাটোরে 1xBat আৰু 1xBat স্প’র্টিং লাইন্‌দু আৰু এই এপ দুটাৰ স’তে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assets worth Rs11 crore SeizedEDEx cricketers SURESH RAINAOnline Betting app caseShikhar Dhawan
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d