Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Biswajit Dwimary:বিজেপিৰ ঘোৰ সমালোচক কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীত নিজৰ প্ৰফাইলত আপলোড কৰি বিপদত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    পুনৰ ভাৰতীয় নক্সা চুৰি : প্ৰাডাৰ পাছত এইবাৰ অভিযুক্ত ফেশ্বন ব্ৰেণ্ড ‘ৰাল্‌ল্ফ লৰেন’

    জলবায়ু অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ ওপৰত কমনৱেলথৰ কৰ্মশালাত ৰণজিৎ কুমাৰ দাস

    কলিয়াবৰত অঘোষিত বন্ধত বন্ধ হৈছে বহু চৰকাৰী স্কুল

    Guwahati:মহানগৰীৰ পল্টনবজাৰত আটক ১৯ বাংলাদেশী নাগৰিক

    Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ফুটবল কেৱল আনন্দকৰ খেলেই নহয়,স্বাস্থ্যৰক্ষাতো ইয়াৰ গুৰুত্ব অপৰিসীম 

publisher by publisher
November 19, 2025
in Lifestyle
Reading Time: 1 min read
0
ফুটবল কেৱল আনন্দকৰ খেলেই নহয়,স্বাস্থ্যৰক্ষাতো ইয়াৰ গুৰুত্ব অপৰিসীম 
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

ভাত খাবলৈ আতংকিত নহৈ নিয়ন্ত্ৰণহে কৰক

খোজ কাঢ়িলেই যথেষ্ট নহয়, খোজৰ সংখ্যা বৃদ্ধি কৰাটোও গুৰুত্বপূৰ্ণ

পাচনতন্ত্ৰৰ সমস্যাৰ পৰা কোষ্ঠকাঠিন্যলৈকে

Football:✒️বৰষুণৰ ছিজন আৰম্ভ হোৱাৰ লগে লগে ফুটবল খেলাৰ আনন্দ দ্বিগুণ হৈ পৰে। গৰমৰ দিনত আমাৰ দেশত বেছিকৈ ফুটবল খেলে। ফুটবল কেৱল আনন্দকৰ খেলেই নহয়, স্বাস্থ্যৰক্ষাতো ইয়াৰ গুৰুত্ব অপৰিসীম। কাৰণ এই খেলতে স্বাস্থ্যৰক্ষাৰ ৰহস্যও নিহিত হৈ আছে। যি মানুহে নিয়মিতভাবে ফুটবল খেলে, তেওঁলোকৰ স্বাস্থ্যৰ অনেক সমস্যাৰ আশংকা হ্রাস পায়। কিন্তু কেনে ধৰণৰ সুফল পোৱা যায়, সেই বিষয়েও জানো আপোনালোকে জানিব নিবিচাৰে?

ADVERTISEMENT

নিয়মিতভাৱে ফুটবল খেলিলে শৰীৰৰ ওজন নিয়ন্ত্রণত থাকে যিকোনো এৰ’বিক ব্যায়ামৰ দৰে শৰীৰৰ কেলৰি আৰু চর্বি নাশ কবে। ফুটবল খেলক মেটাবলিজম উন্নত হয়, যাৰ ফলত ওজন নিয়ন্ত্রণত থাকে। ফুটবল খেলাৰ বাবে শৰীৰৰ সকলো মাংসপেশী সক্রিয় হৈ থাকিব লাগে। ভৰি, উক, পেট আৰু বুকুৰ মাংসপেশী সবল হয়। ফলত খেলুৱৈজনৰ শাৰীৰিক বল বা ধাৱণ শক্তি বৃদ্ধি পায় আৰু অত্যধিক পৰিশ্ৰম কৰিবলগীয়া হ’লেও তেওঁ ভাগৰ অনুভর নকৰে। ফুটবল খেল অতি গতিশীল। ফলত খেলুৱৈজনৰ শৰীৰ নমনীয় হৈ পৰে।

খেলৰ সময়ত দ্রুতগতিৰে স্থান সলনি কৰাৰ ফলত ভৰি, বুকু আৰু বাহুৰ মাংসপেশীয়ে তীরগতিৰে কাম কৰিবলগীয়া হোৱাৰ ফলত আঘাতৰ আশংকাও কমি আহে।

ফুটবল খেলক যিকোনো কার্ডিঅ’ বর্কআউটৰ স’তে তুলনা কৰিব পাৰি। ইয়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পোৱাৰ ফলত হৃদযন্ত্ৰৰ বহু উপকাৰ হয়। হৃদযন্ত্রব কার্যক্ষমতা বলাৰ উপৰি হৃদৰোগ সম্পর্কীয় সমস্যাব আশংকা হ্রাস পায়।

নিয়মিতৰূপে ফুটবল খেলাৰ ফলত অনেক ৰোগৰ আশংকা কমি যায়। মধুমেহ আৰু এল ডি এল অর্থাৎ বেয়া কলেস্ট্র’লৰ মাত্রা বৃদ্ধিৰ আশংকাও হ্রাস পায়। ইয়াৰ উপৰি ফুটবল হ’ল আন বহু খেলৰ তুলনাত মানসিক শক্তি বৃদ্ধিকাৰক। যিকোনো মানসিক উত্তেজনাৰ বশৱর্তী হ’লেও ফুটবল খেলিলে সেই উত্তেজনা মাৰ যায়। লগতে মনটোৰ আনন্দময় হৈ পৰে। কোনো ধৰণৰ মানসিক চাপ নাথাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FootballHealthy Lifestyle
publisher

publisher

Related Posts

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ
Lifestyle

ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

September 13, 2026
আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?
Lifestyle

আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

September 12, 2026
সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d