Daily horoscope:✒️
মেষ: কামৰ ব্যস্ততা বৃদ্ধি। শুভ কর্ম সম্পন্ন কৰিব পাৰিব। আশীবাদী মন। শৰীৰ কিছু যত্ন লোৱাৰ প্ৰয়োজন। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।
বৃষ: পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব। শত্ৰুৰ পৰা সাৱধান, ব্যয় বৃদ্ধি, কর্মস্থানত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
মিথুন: কর্মস্থান মধ্যম, গুৰুৰ কৃপা লাভ কৰিব। সততা ৰক্ষা পৰিব। বজৰংৱলীক পূজা কৰক। বিদ্যা-বুদ্ধিত শুভ। শুভ ৰং কমলা, শুভসংখ্যা ৫।
কর্কট: কর্মত উন্নতি। সামাজিক আৰু ধর্মীয় স্থিতি উন্নত। খৰচ বৃদ্ধি।শিৱ মন্দিৰ দৰ্শন। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
সিংহ: কর্মত সফল, নিবনুৱাৰ কৰ্ম সংস্থাপনৰ যোগ। সম্মান বৃদ্ধি, ভ্রমণত শুভ। শুভ ৰং আকাশী নীলা। অর্থ লাভ। শুভ সংখ্যা ৩।
কন্যা: শুভ সংবাদ পাব। যান-বাহনৰ পৰা সাৱধান, বিদ্যাত শুভ, প্রেমত বুজাবুজি। কর্মত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
তুলা: নিজৰ স্থিতি অটুট থাকিব। বন্ধুৰ পৰা সাৱধান, বেল গছৰ তলত পানী দিয়ক। শুভ সংবাদ পাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।
বৃশ্চিক: কর্মত মধ্যম। খং কমাওক। বগা চন্দন দান কৰক। ব্যয় বৃদ্ধি, বিদ্যাত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ২।
ধনুঃ সৎলোকৰ সান্নিধ্যৰ পৰা লাভাম্বিত হ’ব। খাদ্যত সাৱধান। ভ্রমণত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৪।
মকৰঃ বিদ্যাত শুভ, ব্যৱসায়ত মাধ্যম। নতুন সংবাদে আনন্দিত কৰিব। প্ৰেমত কষ্ট। পাৰিবাৰিক শান্তি। শুভ ৰং ক’লা। শুভ সংখ্যা ৮।
কুম্ভ: ব্যৱসায়ত উন্নতি, অর্থ লাভ। বিদ্যাত শুভ, ভ্রমণত সফল। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৫।
মীন: নিৰামিষ খাওক। বিদ্যা বুদ্ধিত শুভ। ভ্রমণত মধ্যম। বন্যপ্রাণীৰ পৰা সাৱধান হওক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯।
































