Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

SIT Pressmeet:জুবিন গাৰ্গ মৃত্যু ঘটনাৰ তদন্ত চাৰ্জশীট দাখিল কৰা হ’ব ১২ডিচেম্বৰত

সংবাদমেল যোগে সদৰি কৰিলে এছডিজিপি মুন্নাপ্রসাদ গুপ্তা

publisher by publisher
December 6, 2025
in Assam, Crime
Reading Time: 1 min read
0
SIT Pressmeet:জুবিন গাৰ্গ মৃত্যু ঘটনাৰ তদন্ত চাৰ্জশীট দাখিল কৰা হ’ব ১২ডিচেম্বৰত
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

ATDC Scam:অসম পর্যটন উন্নয়ন নিগমত নিযুক্তি কেলেংকাৰিৰ অভিযোগনামা দাখিল

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

SIT Pressmeet:

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্তৰ অভিযোগনামা দাখিল কৰা হ’ব ১২ডিচেম্বৰত ৷ এই কথা আজি এক সংবাদমেল যোগে সদৰি কৰিলে এছ আই টিৰ মুৰব্বী তথা এছডিজিপি মুন্নাপ্রসাদ গুপ্তাই।

ADVERTISEMENT

সংবাদমেলত গুপ্তাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰায় চূড়ান্ত পর্যায়ত উপনীত হৈছে ৷ সেয়েহে অহা ১২ডিচেম্বৰত আদালতত ১৮/২০০৫নং গোচৰৰ তদন্তৰ চাৰ্জশীট দাখিল কৰা হ’ব । আদালতত মাত্র এখনেই চার্জশীট দাখিল কৰা হ’ব।

উল্লেখ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈ ১৯ ছেপ্তেম্বৰত সমুদ্ৰৰ বক্ষত ৰহস্যজনকভাৱে মৃত্যুক সাবটি লয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷ হিয়াৰ আমঠু গৰাকীক আকস্মিক বিয়োগত ৰাজ্যৰ সৰ্বত্ৰে জুবিন অনুৰাগী সহ সৰ্বসাধাৰণ ৰাইজ শোকত ভাগি পৰিছিল ৷ ক্ষুব্ধ ৰাইজে ঠায়ে ঠায়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হোতা শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ অসমলৈ অনাৰ ক্ষোভিত হৈ পৰিছিল জুবিন অনুৰাগী সকল ৷ শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সহ ছিংগাপুৰলৈ যোৱা সকলোকে গ্ৰেপ্তাৰৰ দাবী কৰে ৷

এনে ঘটনাক্ৰমৰ মাজতে দিল্লীৰ পাশ্বৱৰ্তী গুৰুগ্ৰামৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ৷ আনহাতে ছিংগাৰপুৰৰ পুৰা গুৱাহাটীলৈ আহি বিমান বন্দৰত নমাৰ পিছতে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ একেদৰে গুৱাহাটী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে জুবিনৰ শব্দযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক ৷একেদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুবিনৰ সম্পৰ্কীয় ভাতৃ সঞ্জীপন গাৰ্গ, জুবিনৰ দুই পিএছঅ’ নন্দেশ্বৰ বৰা ,প্ৰবীন বৈশ্য আৰু সহ:শিল্পী অমিত প্ৰভা মহন্ত। আটাই কেইগৰাকী অভিযুক্ত বৰ্তমান ন্যায়িক জিন্মাত কাৰাগাৰত আছে।

শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মা, সঞ্জীপন গাৰ্গ, জুবিনৰ দুই পিএছঅ’ নন্দেশ্বৰ বৰা আৰু প্ৰবীন বৈশ্য বাকসাৰ কাৰাগাৰত থকাৰ বিপৰীতে শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত আছে হাফলং উপ- কাৰাগাৰত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 12 decemberannounced sdgp Munna prasad GuptaChargesheet FiledPressmeetzubeen garg death case
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

August 29, 2026
R.G.KAR MEDICAL COLLEGE & HOSPITAL:আৰ জি কৰ ধৰ্ষণ-হত্যা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d