Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Silghat Jute mill:পাঁচদিনে স্তব্ধ নগাঁৱৰ শিলঘাটৰ অসম মৰাপাট কল

বাহিৰৰ উদ্যোগপতিলৈ দৰদ প্ৰদৰ্শন কৰা অসম চৰকাৰৰ গা লৰা নাই

publisher by publisher
December 8, 2025
in Uncategorized
Reading Time: 1 min read
0
Silghat Jute mill:পাঁচদিনে স্তব্ধ নগাঁৱৰ শিলঘাটৰ অসম মৰাপাট কল
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Silghat Jute Mill Fire :শিলঘাট অসম সমবায় মৰাপাট কলত ভয়ংকৰ অগ্নিকাণ্ড

Silghat Jute mill:

যি সময়ত অসম চৰকাৰে বাহিৰৰ উদ্যোগপতিক আকৰ্ষণৰ উদ্দেশ্যে পানীৰ দৰত মাটি দিছে, সেই সময় তে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অধীনৰ শিলঘাটস্থিত অসম মৰাপাট কল ধ্বংসৰ দিশে অগ্ৰসৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে। আজি ছদিন ধৰি এই মৰাপাট কলৰ দ্বিতীয় গোটৰ কাম বন্ধ হৈ আছে। অভিযোগ অনুসৰি, ৰাজ্য চৰকাৰৰ -ভুল নীতি, পৰিচালনা মণ্ডলী সদস্যৰ মইমতালি তথা ক্ষমতাৰ অপব্যৱহাৰ, পৰিচালন সঞ্চালকৰ দুর্বল প্রশাসনীয় ব্যৱস্থাৰ ফলত মৰাপাট কলটোৰ নতুন তথা দ্বিতীয়টো গোট বন্ধ হৈ পৰিছে।

ADVERTISEMENT

চৰকাৰৰ গুৰুত্বহীনতাৰ সুযোগ লৈ উদ্যোগ-প্রতিষ্ঠানটোৰ দ্বিতীয়টো গোট ঠিকাভিত্তিকভাবে পৰিচালনা কৰি থকা কলকাতাৰ চনু এণ্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী প্রতিষ্ঠানটোৱে মৰাপাট যোগনীয়াৰসকলক প্রাপ্য ছয় কোটি টকা আদায় নিদি প্রতিষ্ঠানটোৰ বিষয়া-কর্মচাৰীসকল নিশাটোৰ ভিতৰতে উধাও হৈছে। ফলত মৰাপাট কলটোৰ তিনি শতাধিক শ্রমিক-কর্মচাৰী তথা যোগনীয়াৰসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। একাংশই অভিযোগ কৰা অনুসৰি, অসম চৰকাৰ তথা পৰিচালনা সমিতিৰ ভুল নীতিৰ পৰিণতিত মৰাপাট কলটোত এই অচলাৱস্থান সৃষ্টি হৈছে।

উল্লেখ্য যে এই উদ্যোগ প্রতিষ্ঠানত অসম চৰকাৰৰ ৯৮ শতাংশ শ্বেয়াৰ আছে। ঠিকাদাৰী প্রতিষ্ঠানটো উধাও হোৱাৰ পাছত সম্প্রতি প্রতিষ্ঠানটোৰ বিষয়া শশী প্রকাশ পুৰোহিতৰ কাৰ্যালয়ত তলা ওলমি আছে। সূত্রই জনোৱা মতে, অলপতে অনুষ্ঠিত কল পৰিচালনা মণ্ডলীৰ জৰুৰী সভাত পুৰোহিতে অংশগ্রহণ কৰে যদিও তেওঁ কাম-কাজ পৰিচালনাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সম্মুখীন হৈছে নেকি তেনে কোনো তথ্য প্রকাশ কৰা নাছিল। গতিকে কলিকতীয়া প্রতিষ্ঠানটোৰ পলায়নক লৈ ৰহস্যৰ সৃষ্টি হৈছে। এনে অৱস্থাতে একাংশই  অভিযোগ কৰা অনুসৰি, দৰাচলতে কলকাতাৰ বণিক গোষ্ঠীৰ ন্যস্ত স্বাৰ্থ পূৰণৰ উদ্দেশ্যে পুৰোহিতৰ এক ঘনিষ্ঠ শক্তিশালী চক্ৰই মৰাপাট কলটো শ’লঠেকত পেলোৱাৰ অংকৰে বহিৰাগত প্রতিষ্ঠানটোৰ বিষয়া-কর্মচাৰীসকলক পলুৱাই পঠিয়ায়।

উল্লেখ্য যে দুবছৰ পূৰ্বে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু মুখ্যমন্ত্ৰীৰ আর্থিক অনুদানেৰে স্থাপন কৰা হয় শিলঘাট মৰাপাট কলৰ দ্বিতীয়টো গোট। কলৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে স্থাপন কৰা এই গোট ঠিকাভিত্তিকভাৱে পৰিচালনাৰ দায়িত্ব প্রদান কৰা হয় চনু এণ্টাৰপ্ৰাইজক। বহিৰাগত বণিয়াৰ স্বাৰ্থত কলত নতুন পদ সৃষ্টি কৰি শশী প্রকাশ পুৰোহিতক কলৰ উপ-পৰিচালন সঞ্চালকৰূপে নিযুক্তি দিয়া হয়। প্রতিষ্ঠানটোরে কিছুদিন কলৰ নতুন গোটটো চলোৱাৰ পাছতে মৰাপাট যোগনীয়াৰক ধন দিবলৈ বাকী থকাত আহুকালৰ সৃষ্টি হয়। সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৰাপাট যোগনীয়াৰসকলে কমেও ছয় কোটি টকা পাবলৈ বাকী আছে।

উল্লেখ্য যে মৰাপাট যোগানৰ বাবদ প্রাপ্য ধন নোপোৱাত যোৱা দুই ডিচেম্বৰত কলৰ চৌহদতে বিহপান কৰি আত্মহত্যাৰ অপচেষ্টা চলায় হাৰাধন চক্ৰৱৰ্তী নামৰ এজন ব্যৱসায়ীয়ে। ইয়াৰ পাছতে নিশাৰ ভিতৰতে চনু এণ্টাৰপ্ৰাইজৰ ১৫ বিষয়া কৰ্মচাৰীয়ে পলায়ন কৰে। এই বিষয়া কৰ্মচাৰীসকল হ’ল কলকাতাৰ। তেওঁলোকক পুৰোহিতে লগত লৈ যায় বুলি অভিযোগ উত্থাপন হৈছে।

ইপিনে, পূৰ্বৰ মৰাপাট যোগানৰ বাবদ পাবলগা ধন নোপোৱা পর্যন্ত মৰাপাট যোগান নধৰে বুলি যোগনীয়াৰসকলে স্পষ্ট কৰি দিছে। ইয়াৰ স’তে মৰাপাট যোগনীয়াৰসকলৰ অনাদেয় ধন মোকলাই দিয়াৰ ক্ষেত্ৰত কল কর্তৃপক্ষ দায়বদ্ধ নহয় বুলি স্পষ্ট কৰি দিছে কলৰ পৰিচালন সঞ্চালক গুণমনি গগৈয়ে। গগৈয়ে কয় যে কলটোৰ দ্বিতীয়টো গোটৰ মৰাপাট ক্ৰয়ৰ পৰা উৎপাদন তথা বিক্ৰীলৈকে চনু এণ্টাৰপ্ৰাইজৰ শশী প্রকাশ পুৰোহিতৰ হাতত ন্যস্ত আছিল। আনহাতে, প্রতিষ্ঠানটোৱে পলায়ন কৰাৰ পাছত তিনিশ শ্রমিক-কর্মচাৰীয়ে দিনতে আন্ধাৰ দেখিছে। এই শ্রমিক-কৰ্মচাৰীসকলৰ মাজত দুই শতাধিক মহিলা কৰ্মচাৰীও আছে।

উল্লেখ্য যে ২০২০ৰ অন্তিম ফালে ব্যাপক লোকচানৰ সন্মুখীন হৈ এই মৰাপাট প্রায় তিনিমাহ ধৰি বন্ধ হৈ আছিল। তাৰ পাছতে কল পৰিচালনা মণ্ডলীৰ অধ্যক্ষ তথা মন্ত্রী কেশৱ মহন্তৰ তৎপৰতাত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদানেৰে পুনৰ আৰম্ভ হৈছিল কলটোৰ উৎপাদনী কাম-কাজ কিন্তু এয়া পূৰ্বৰ দৰে এক নাটকৰ নামান্তৰ বুলি বিভিন্নজনে আখ্যা দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: jute crisisSilghat Jute Mill
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d