Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

ঠেৰেঙা লগা শীতত উম দিছে ইণ্টাৰনেটে

publisher by publisher
December 19, 2025
in world, News
Reading Time: 1 min read
0
ঠেৰেঙা লগা শীতত উম দিছে ইণ্টাৰনেটে
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

পৰীক্ষা দূৰৈৰ কথা, বিদ্যালয়ত শিশুসকল খেলিবলৈ যায়, তথাপি বিশ্বৰ শিক্ষা খণ্ডত কেনেকৈ জিলিকিবলৈ সক্ষম হৈছে ফিনলেণ্ড ? জানিবলৈ পঢ়ক …

Russia Ukraine War : নেটোত যোগ : আবেদন ফিনলেণ্ড-ছুইডেনৰ

NATO : ৰাছিয়াৰ সকীয়নিক উপেক্ষা কৰি নেটোত ফিনলেণ্ড, ছুইডেন ! ‘ঐতিহাসিক’ মন্তব্য নেটো প্রধানৰ

Finland:✒️হাতত থকা ম’বাইল ফোনটোত সংযুক্ত ইণ্টাৰনেটে আপোনাক জাবৰ দিনত উমো দিব পাৰে বুলি বিশ্বাস কৰেনে? কেতিয়াবা ভাবি চাইছেনে যে কেৱল সামাজিক মাধ্যম বা দেশ-বিদেশৰ খা-খবৰ বা আন কোনো তথ্য যোগানতে ইণ্টাৰনেটৰ কাম সীমাবদ্ধ থকা নাই। বহুতে বিশ্বাস কৰিবলৈ টান পালেও সত্য যে ইণ্টাৰনেটে ফিনলেণ্ডৰ এখন চহৰ উমাল কৰি ৰাখিছে।

ADVERTISEMENT

মণ্টছালা চহৰত বছৰটোৰ অধিক সময় ঠেৰেঙা লগা জাৰ পৰে। তাপমাত্রা শূন্য ডিগ্রী চেলচিয়াছৰ তললৈ নামে। তৎসত্ত্বেও এনে হাৰ কঁপোৱা শীত বিশেষ অনুভৱ নকৰে চহৰখনৰ বাসিন্দাসকলে। এই চহৰৰ বাসিন্দাৰ সংখ্যা এক লাখ।

দৰাচলতে চহৰখনক প্ৰচণ্ড ঠাণ্ডাৰ পৰা ৰক্ষা কৰে ৭৫ মেগাৱাটৰ এটা ইণ্টাৰনেট ডেটা চেণ্টাৰে। ডেটা প্ৰক্ৰিয়াকৰণৰ সময়ত এই কেন্দ্ৰৰ পৰা তাপ বাহিৰ হয়। এই তাপে চহৰখন গৰম কৰি ৰাখে। ফলত চহৰবাসীয়ে শুকুলা বৰফৰ মাজত থাকিলেও বিশেষ ঠাণ্ডা অনুভৱ নকৰে।

হাড় কঁপোৱা জাৰৰ দিনত চহৰখনৰ লোকসকলক প্রচণ্ড শীতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে ফিনলেও চৰকাৰে এই ইণ্টাৰনেট ডেটা চেণ্টাৰ স্থাপন কৰে। ইয়াত উৎপাদিত বিদ্যুৎ পাইপেৰে চহৰবাসীৰ ঘৰলৈ যোগান ধৰা হয়। ডেটা কেন্দ্রটোৱে তাপ শোষণ কৰে।

এই তাপৰ পৰাই বিদ্যুৎ উৎপাদন কৰা হয় অৱশ্যে এই সমগ্র প্ৰক্ৰিয়াৰ বিষয়ে চহৰবাসী সম্পূৰ্ণৰূপে অৱগত নহয়। তৎসত্ত্বেও তেওঁলোকে মানি লয় যে মনোৰঞ্জনমূলক কামত বা তথ্য সংগ্ৰহৰ কামতে ব্যৱহাৰ কৰা নহয়। ইয়াক বিদ্যুৎ উৎপাদনৰ কামতো ব্যৱহাৰ কৰিব পাৰি। ফিনলেণ্ডত মাইক্র’ছফটৰ এলানি ডেটা চেণ্টাৰ আছে।

শেহতীয়াভাবে ফ’ৰ্টাম নামৰ এটা প্ৰতিষ্ঠানৰ স’তে অংশীদাৰিত্বৰ স’তে মাইক্র’ছফটে দেশখনত বিশ্বৰ সৰ্ববৃহৎ তাপ পুনৰ চক্ৰীকৰণ ডেটা কেন্দ্রও স্থাপনৰ কামো আৰম্ভ কৰিছে। এই কেন্দ্ৰত কাম আৰম্ভ হ’লে ইয়াৰ পৰা দেশখনৰ কেতবোৰ অঞ্চলত তাপ যোগান সম্ভৱ হ’ব। এই ডেটা কেন্দ্ৰই ক্ষতিকাৰক কাৰ্বন নির্গমনো হ্রাস কৰিব।

এক তথ্য অনুসৰি কেন্দ্ৰটোৰ কাম-কাজ আৰম্ভ হ’লে কার্বন নির্গমনৰ পৰিমাণ চাৰি লাখ টন হ্রাস পাব। ইয়াৰ সমান্তৰালভাৱে এই কেন্দ্ৰৰ দ্বাৰা এক লাখ গৃহস্থৰ ঘৰো লাভান্বিত হ’ব। কাৰণ আৱৰ্জনাৰ পৰা এই কেন্দ্ৰই তাপ উৎপাদন কৰিব আৰু তাপৰ জৰিয়তে এক লাখ লোকৰ ঘৰলৈ বিদ্যুৎ যোগান ধৰিব পৰা হ’ব।

শেহতীয়াভাবে মাইক্র’ছফটক এই ক্ষেত্রত অনুকৰণ কৰিছে গুগল প্রতিষ্ঠানেও। ইতিমধ্যে গুগলে আৱৰ্জনাৰ পৰা তাপ উৎপাদন কৰা এটা কেন্দ্ৰ স্থাপন কৰিছে। ২০০৯ৰ পৰা গুগলৰ এই কেন্দ্ৰই আৱৰ্জনাৰ পৰা তাপ উৎপাদন কৰি আছে। এই কেন্দ্ৰ ফিনলেণ্ডৰ হেমিনাত আছে। গতিকে দেশখন ডিজিটেল অৰ্থনীতিৰ দ্বাৰা প্ৰচুৰ লাভান্বিত হৈছে। অর্থাৎ জাৰৰ দিনত ৰক্ষা পোৱাৰ উপায় দিছে ডিজিটেল অর্থনীতিয়ে। এনে ডেটা কেন্দ্ৰৰ পৰা বিভিন্নজনৰ ঘৰলৈ বিদ্যুৎ প্ৰেৰণ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Finland
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d