Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Russia Ukraine War : নেটোত যোগ : আবেদন ফিনলেণ্ড-ছুইডেনৰ

publisher by publisher
May 20, 2022
in International, News
Reading Time: 1 min read
0
Russia Ukraine War : নেটোত যোগ : আবেদন ফিনলেণ্ড-ছুইডেনৰ
1
SHARES
8
VIEWS
ShareShareShareShare

ৰাছিয়া-ইউক্রেইন যুদ্ধ সমাপ্ত হোৱাৰ হয়তো এতিয়াই কোনো ইংগিত নাই । কিন্তু ৰুছ ক্ষেপণাস্ত্রৰ প্ৰকোপ কিছু কমিছে । ঘনঘন পৰমাণু আক্ৰমণৰ হুমকি নাই । ৰুছ যুদ্ধবিমানৰ অতর্কিতে আক্ৰমণ আৰু গোলাবর্ষণৰ খবৰো কমকৈ পোৱা গৈছে । তেওঁলোক এতিয়া ইউক্রেইনৰ ডনবাস অঞ্চলতে সীমাবদ্ধ । বাকী সকলো ঠাইৰ পৰা তেওঁলোকৰ সেনা প্রত্যাহাৰ কৰিবলৈ বাধ্য কৰিছে ইউক্রেইনৰ বাহিনীয়ে । যুদ্ধৰ গতিপথ যে পৰিৱৰ্তন হৈছে, সেয়া স্পষ্ট । কেৱল সেয়াই নহয়, ইউক্রেইনৰ হৈ ইউৰোপৰ কোনো দেশেই হয়তো যুদ্ধক্ষেত্রত নমা নাই, কিন্তু সমগ্ৰ বিশ্ব‌ই ইউৰোপৰ আগ্নেয়াস্ত্রৰ নল পোনাই আছে ৰাছিয়াৰ দিশে !

ADVERTISEMENT

ৰাছিয়া সীমান্তৰ কাষতে, পূৱ ইউৰোপত প্ৰস্তুত হৈ আছে নেটোৰ প্ৰায় ৪০ হেজাৰ সেনা । ২০২১ৰ ফেব্রুৱাৰীত মাত্র ৪৬৫০ সেনা প্ৰত্যক্ষভাৱে নেটোৰ তত্ত্বাৱধানত নিযুক্ত আছিল । সম্প্ৰতি ই সংখ্যাত ১০ গুণ । ৰাছিয়াক আৱৰি থকা লাটভিয়া, লিথুয়ানিয়া, পোলেণ্ড আৰু এষ্টোনিয়াত নিযুক্ত আছিল এই দলটো । ইউক্রেইনত ৰুছ আগ্রাসনৰ পাছত এই চাৰিটা দেশৰ উপৰিও শ্ল’ভাকিয়া, হাংগেৰী, ৰোমানিয়া আৰু বুলগেৰিয়াত নতুন চাৰিটা যুদ্ধক্ষেত্র তৈয়াৰ হৈছে । নেটোৰ বাহিনী প্ৰস্তুত হৈ আছে তাতেও ।

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

পোলেণ্ডে তাৰ সেনা-সংখ্যা বৃদ্ধি কৰি ১০১০ৰ পৰা ১০,৫০০ কৰিছে । তদুপৰি, ইউৰোপজুৰি আমেৰিকাৰ প্ৰায় এক লাখ সেনা নিযুক্ত আছে । ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰম্ভণিৰ পৰাই হুমকি দি আহিছে, যিসমূহ দেশে ইউক্রেইনক সহায় কৰিছে, তেওঁলোকে চৰম পৰিণতি ভুগিব লাগিব । পৰমাণু অস্ত্রৰ ভয় দেখুৱাইছে মস্কোৱে । নেটোত যোগ দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়নি দি‌য়া হৈছে । কিন্তু ইয়াৰ ফলাফল বিপৰীত হৈছে । ইউৰোপত আৰু বাঢ়িছে ৰুছ-বিৰোধী সামৰিক গোষ্ঠী । সমগ্ৰ ইউৰোপত নেটোৰ বাহিনী দ্বিগুণ হৈছে । ইউক্রেইনত ৰুছ আগ্রাসনৰ ফলত প্রতিৰক্ষাৰ ক্ষেত্ৰত আর্থিক বিনিয়োগ নাটকীয়ভাৱে বৃদ্ধি কৰিছে নেটোৱে । নতুনকৈ প্ৰস্তুত কৰা হৈছে সাংগঠনিক নীতি ।

আজি নেটোত যোগ দিবলৈ আনুষ্ঠানিকভাৱে আবেদন জনালে ছুইডেন আৰু ফিনলেণ্ডে । নেটোৰ ছেক্রেটাৰী জেনেৰেল জেন্স ষ্টোলেনবার্গে জনায়, ছুইডেন আৰু ফিনলেণ্ডৰ বিষয়ে দ্রুত সিদ্ধান্ত হ’ব ।

তুৰস্ক‌ই আজিও জনাইছে, তেওঁলোকে এই দুই দেশৰ আগমনক সমর্থন নকৰে । নেটোৰ ‘প্রবীণ’ সদস্য তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ টাইপ এর্দোগানে স্পষ্টভাৱে কয়, ‘‘ফিনলেণ্ড আৰু ছুইডেনক নেটোৰ সদস্যপদ দিবলৈ তেওঁলোক প্ৰস্তুত নহয় ।’’ ব্রিটেইন আৰু আমেৰিকা অৱশ্যে এই দুই দেশৰ সমর্থনত ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয়, ‘‘এই দুই দেশত গণতন্ত্র আছে, শক্তিশালী সেনাবাহিনী আছে, শক্তিশালী আৰু স্বচ্ছ অর্থনীতি আছে । কোনটো সঠিক, সেয়া নির্ণয় কৰাৰ দৰে শক্তিশালী নৈতিক বোধো আছে । নেটোৰ সদস্য হ’বৰ বাবে যি যি প্রয়োজন, সকলোখিনিয়ে তেওঁলোকৰ আছে ।’’

ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে বহু আগতেই দুই দেশত গৈ তেওঁৰ সমর্থন জনাই আহিছে । পৃথককৈ দুই দেশৰ মাজত সামৰিক চুক্তি হৈছে । ফলত ব্রিটেইন-আমেৰিকাৰ সমৰ্থন আছে ছুইডেন-ফিনলেণ্ডৰ পক্ষত । তেওঁলোকে নেটোত যোগ দিয়া হয়তো সময়ৰ অপেক্ষাত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FinlandNATORussiaSwedenUkraine
publisher

publisher

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d