Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিশ্বৰ সবাতোকৈ বুদ্ধিমান পক্ষীৰ মাজত ভাৰতীয় কাউৰী

publisher by publisher
December 26, 2025
in News
Reading Time: 1 min read
0
বিশ্বৰ সবাতোকৈ বুদ্ধিমান পক্ষীৰ মাজত ভাৰতীয় কাউৰী
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

পাঁচ দিনত পাঁচ হেজাৰ কিলোমিটাৰ উৰি মণিপুৰৰ পৰা কেনিয়া-জিম্বাব’ৱেত আমূল ফেলকন

পাখিলাহি বিদেশী চৰাইৰ কলৰৱৰ্ত মুখৰিত কলিয়াবৰৰ জয়সাগৰৰ বুকু

সক্রিয় চোৰাংচিকাৰী: তামৰঙা কনৰা বিলত হ্রাস পাইছে আলহী পক্ষী: উদ্বিগ্ন পক্ষীপ্রেমী

Crow:✒️কাউৰীৰ মাত শুনিলে বহুতৰে খং উঠে। আনকি নগৰ-চহৰসমূহত পুৱাই জাক জাক কাউৰীৰ মাত শুনি বহুতে বিৰক্তি অনুভৱ কৰে। কাউৰীৰ মাত বহুতে হুটা বুলি আখ্যা দিয়ে। সেয়া যিয়েই নহওক, বিশেষজ্ঞসকলৰ মতে ভাৰতীয় কাউৰী হৈছে বিশ্বৰ অন্যতম বুদ্ধিমান পক্ষী।

ADVERTISEMENT

ডাঃ দেবেন্দ্ৰ কুমাৰ গুপ্তা নামৰ বিশেষজ্ঞ পশু চিকিৎসকজনৰ মতে, কাউৰীৰ এনে কেতবোৰ সাৰস্বত সামর্থ আছে যিসমূহ কেতবোৰ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰতহে দেখা যায়। এনে গুণৰ বলত কাউৰী প্ৰকৃতিৰ জগতৰ অন্যতম বুদ্ধিমান পক্ষীত পৰিণত হৈছে। বিশেষজ্ঞসকলৰ মতে কাউৰীৰ দৈনন্দিন সমস্যা সমাধানৰ দক্ষতা উন্নত মানৰ।

তদুপৰি এই পক্ষীবিধৰ স্মৃতিও শক্তিশালী আৰু যিকোনো পৰিৱেশৰ স’তে কাউৰী অভিযোজিত হ’ব পাৰে। উল্লেখ্য যে এন্টার্কটিকাৰ বাহিৰে পৃথিৱীৰ সকলো মহাদেশত কাউৰী পোৱা যায়। সেয়েহে ইয়াৰ যিকোনো পৰিৱেশৰ স’তে অভিযোজিত হোৱাৰ ক্ষমতা থকা বুলি কোৱা হয়।

ভাৰতত দেখা যায় যে কাউৰীয়ে ঘন অৰণ্যৰ পৰা আৰম্ভকৰি পকী ঘৰ-দুৱাৰেৰে পৰিবেষ্টিত মহানগৰতো অনায়াসে বাস কৰিব পাৰে। উচ্চ সাৰস্বত গুণৰ বলতে যে কাউৰীয়ে মানুহ অধ্যুষিত ভূমিতো সহজে বাস কৰিব পাৰে সেয়া স্পষ্ট বুলি বিশেষজ্ঞই মন্তব্য কৰে।

কাউৰীৰ স্বভাৱজাত বুদ্ধিমত্তাৰ অন্যতম সবাতোকৈ আকর্ষণীয় দিশটো হ’ল যে এই পক্ষীবিধে আহিলা ব্যৱহাৰেই নহয়, তৈয়াৰো কৰিব পাৰে। গবেষণাত দেখা গৈছে যে কাউৰীয়ে গছৰ পাত, তাঁৰ আদি ব্যৱহাৰ কৰি ঠোটৰে সংগ্ৰহ কৰিব নোৱাৰা স্থানৰ পৰাও খাদ্য সংগ্ৰহ কৰিব পাৰে।

আহিলাৰ ব্যৱহাৰ কৰিব পৰাটো উন্নত সাৰস্বত গুণৰ মূল বুলি ডাঃ গুপ্তাই মন্তব্য কৰিছে। কাউৰীয়ে এই সামৰ্থৰ উল্লেখনীয়ভাবে প্রদর্শন কৰে বুলিও বিশেষজ্ঞজনে কয়। বিশেষজ্ঞসকলৰ মতে, দৈনন্দিন চলা-ফুৰাৰ ক্ষেত্ৰত সম্মুখীন হোৱাৰ সমস্যা কাউৰীয়ে ক্ষিপ্ৰতাৰে সমাধান কৰিব পাৰে। এই কার্য প্রবৃত্তি বা সাধাৰণ পৰীক্ষা-ভুলতকৈ উন্নত।

ডাঃ গুপ্তাই আঙুলিয়াই দিছে যে কাউৰীয়ে টান খোলাযুক্ত ফলবোৰ ব্যস্ত পথলৈ পেলাই দিয়ে যাতে গাড়ী-মটৰৰ চকাৰ তলত পৰি এনে ফল-মূলৰ খোলা ভাঙি পৰে। এনেদৰে গাড়ী-মটৰৰ চকাৰ চেপাত ভাঙি পৰা ফল-মূলৰ খোলা দূৰৈৰ পৰা প্ৰত্যক্ষ কৰি থকা কাউৰীয়ে পাছত ভক্ষণ কৰে। গতিকে এইবিধ পক্ষীয়ে সহজে ঘন জনবসতিৰ নগৰ-চহৰতো বাস কৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে, এনে বুদ্ধিমত্তা কেৱল স্তন্যপায়ী প্রাণীসমূহৰ ক্ষেত্ৰতহে দেখা যায়। তাৰ মাজতে কাউৰীও এনে গুণৰ অধিকাৰী হৈছে। কেৱল সেয়াই নহয়, কাউৰীয়ে পাক লগা সমস্যাও সমাধান কৰিব পাৰে। এবাৰ এনে এটা সমস্যা সমাধান কৰাৰ পাছত পক্ষীবিধৰ সেই কথা মনত ৰৈ যায়।

এনে গুণক সাৰস্বত নমনীয়তা বুলি কোৱা হয়। ডাঃ গুপ্তাৰ মতে, ভাৰতীয় কাউৰীসমূহ বিশেষকৈ ঘৰ কাউৰীয়ে সহজে নগৰ-চহৰতো বাস কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে কাউৰীয়ে জন্মগতভাৱে লাভকৰা বুদ্ধিমত্তা। কাউৰীয়ে মানুহৰ দৈনন্দিন জীৱন সূচীৰ পৰাও কথা শিকে। খাদ্য ক’ত পোৱা যাব সেয়া সহজে চিনাক্ত কৰিব পাৰে আৰু অভিজ্ঞতাৰ ভিত্তিত নিজৰ আচৰণৰ সংশোধন কৰে।

কাউৰীৰ ক্ষেত্ৰত দেখা পোৱা এনে বুদ্ধিমত্তা আন সাধাৰণ পক্ষীৰ ক্ষেত্ৰত দেখা পোৱা নাযায়। বিশেষজ্ঞসকলৰ মতে কাউৰীয়ে পৰিৱেশ তন্ত্রগত গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Birdscrow
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d