Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পাখিলাহি বিদেশী চৰাইৰ কলৰৱৰ্ত মুখৰিত কলিয়াবৰৰ জয়সাগৰৰ বুকু

publisher by publisher
December 19, 2025
in Assam, News
Reading Time: 1 min read
0
পাখিলাহি বিদেশী চৰাইৰ কলৰৱৰ্ত মুখৰিত কলিয়াবৰৰ জয়সাগৰৰ বুকু
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

পাঁচ দিনত পাঁচ হেজাৰ কিলোমিটাৰ উৰি মণিপুৰৰ পৰা কেনিয়া-জিম্বাব’ৱেত আমূল ফেলকন

বিশ্বৰ সবাতোকৈ বুদ্ধিমান পক্ষীৰ মাজত ভাৰতীয় কাউৰী

সক্রিয় চোৰাংচিকাৰী: তামৰঙা কনৰা বিলত হ্রাস পাইছে আলহী পক্ষী: উদ্বিগ্ন পক্ষীপ্রেমী

‘ঐতিহাসিক এইখন দলনিলৈ চৰাই যুগে যুগে আহি আছে। বহুত চৰাই আমি চিনি পাওঁ, বহুত চিনিয়েই নাপাওঁ। কোনোবাটো দেখাৰ চিনাকি, নামটো নাজানো। এনেকুৱা শীতৰ সময়ত বহু পক্ষী এইখন দলনিলৈ আহে। এতিয়া অৱশ্যে চৰাইৰ সংখ্যাটো আগতকৈ পাতল হোৱা যেন অনুভৱ হৈছে। আগতে দলনিখনত ইমান পুখুৰী নাছিল, আজি-কালি পুখুৰীয়েই পুখুৰী। মানুহৰ হাই-উৰুমিও বাঢ়িল।’

ADVERTISEMENT

এয়া মধ্য অসমৰ কলিয়াবৰৰ পক্ষীতীর্থ স্বৰূপ স্থান জয়সাগৰ দলনিৰ পাৰৰ কৃষক ভদ্রেশ্বৰ বৰুৱাৰ ভাষ্য। লাহেকৈ কোমল শীতৰ আগমন ঘটিছে ৰাজ্যলৈ। পকাধান সামৰাৰ সময়তে লাহে লাহে পথাৰৰ বাটে যেন পোৱালি মেলিছে। খৰালিত তৰাং হৈ পৰিছে ৰাজ্যৰ জলাশয়, বিল, পিটনি। এনে সময়তে উৰণীয়া পথেৰে আকৌ অসম মুলুকত পাখি মেলিছেহি এই নানাৰঙী আলহী পক্ষীজাকে।

পাখিলাহি বিদেশী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে কলিয়াবৰৰ জয়সাগৰৰ বুকু। গ্লচিয়াচ আইবিজ, ব্লে’ক টেজেড আইবিজ, কমন কোট, গ্রে লে’গ গীজ, ব্রাউন হেডেড গাল, ছাইবেৰিয়ান ক্রেন, পেলিকান, ৰ’লাৰ, ইউজীন আদি বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত আজি মুখৰিত জয়সাগৰৰ বক্ষ।

প্রচণ্ড শীতৰ পৰা ৰক্ষাৰ লগতে বংশবৃদ্ধিৰ তাড়নাতে এতিয়া সুদূৰ ছাইবেৰিয়া, মধ্য হিমালয়ৰ বিভিন্ন স্থানৰ পৰা অসম পাইছেহি বহু প্ৰজাতিৰ ৰং-বিবর্তী আলহী পক্ষীৰ জাক। ছাইবেৰিয়ান ক্রেন, পেলিকান, ৰ’লাৰ, ইউজীন আদি দুষ্প্রাপ্য পক্ষীকুলে পাখি মেলিছেহি অসমৰ জলাশয়ৰ কোমল ৰ’দত।

উল্লেখ্য যে আগষ্টৰ পৰা মার্চ-এপ্রিল পর্যন্ত মধ্য হিমালয় আদি স্থানত পানী পর্যন্ত গোট মাৰি বৰফ হোৱাৰ বাবেই জানিব পৰা মতে ছাইবেৰিয়া সীমান্তৰ পৰাই অসমলৈ এই পক্ষীকূলে অতিক্রমে ৫১৬৯.২৫ মাইল আকাশী পথ। গড় হিচাপত ঘন্টাত ৪০-৫০ মাইল উৰি অহা পক্ষীবোৰে অসমত প্ৰৱেশৰ বাবে সময় লয় আঢ়ৈৰ পৰা তিনি মাহ পর্যন্ত। ইয়াৰ পাছতে অসমৰ বিল জলাশয়ত বিভক্ত হৈ পৰে পক্ষীকুল।

কলিয়াবৰৰ বহু স্থানতো এতিয়া ভিৰ কৰিছেহি এই উৰণীয়া আলহীজাকে। ইয়াৰ ভিতৰতে জয়সাগৰ দলনি অন্যতম। জয়সাগৰ দলনি পূৰ্বৰ কলিয়াবৰ মহকুমাৰ আৰু বৰ্তমানৰ উপজিলাৰ জৈৱ-বৈচিত্র্যৰে ভৰপূৰ এক জলাশয়। দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমলৰূপেও চিহ্নিত হৈছে। মীন পালনৰ আচিলাৰে জয়সাগৰত এতিয়া এচামৰ বেদখল আৰম্ভ হৈছে।

পক্ষী চিকাৰ স্থানীয় সচেতন ব্যক্তি আৰু সংগঠনৰ চেষ্টাত ক্রমাগতভাবে কমিছে যদিও মীন পালনৰ বাবে ব্যক্তিগত ভূমি বাদ দি চৰকাৰী ভূমিখণ্ডত বেদখল এতিয়াও চলি আছে। বেদখলৰ মাজতো প্রাকৃতিক জলাশয়টোলৈ আহিবলৈ পৰিভ্ৰমী পক্ষীয়ে বাট পাহৰা নাই। এতিয়াও প্ৰতি বছৰে হেজাৰ হেজাৰ পৰিভ্ৰমী চৰায়ে শোভা কৰেহি। এই বছৰো তাৰ ব্যতিক্রম হোৱা নাই। কাম চৰাই, শৰালি হাঁহ, বৰটোকোলা, হাড়গিলা, শামুক ভঙা আদি পক্ষীৰ স্বাভাৱিক আশ্রয় থল হোৱাৰ উপৰি শীতৰ আগমনৰ লগে-লগে বহু পৰিভ্ৰমী চৰাই জয়সাগৰলৈ আগমণ হয়, যিটো এইবেলিও ইয়াৰ ব্যতিক্রম হোৱা নাই। ইতিমধ্যে দুষ্প্রাপ্য পক্ষীৰ শাৰীত পৰা কে’বাবিধো পক্ষী স্থানীয় প্রকৃতিপ্রেমী বেচৰকাৰী অনুষ্ঠানে জয়সাগৰ দলনিক প্রায় শতাধিক পক্ষীৰ বাসস্থানৰূপে আৱিষ্কাৰ কৰিছে।

যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমী চৰাই। ইতিমধ্যে দুষ্প্রাপ্য কাক হাঁহ (অৰিয়েন্টেল ডাৰ্টাৰ), বিয়েৰ পোচার্ড, থেৰজেনিয়াড পোচার্ড, পেচান টেল জাকান আদি জয়সাগৰ দলনিত সহজেই দেখিবলৈ পোৱা যায়। গ্লচিয়াচ আইবিজ, বুে’ক টেজেড আইবিজ, কমন কোট, গ্রে লে’গ গীজ, ব্রাউন হেডেড গাল আদি বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰিত জয়সাগৰ দলনি কলিয়াবৰৰ এক পৰ্যটন ক্ষেত্ৰ হোৱাৰ উপযুক্ত সমল থকা সত্ত্বেও বেদখলে জলাশয়টোৰ জৈৱ-বৈচিত্র্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। একাংশই চৰকাৰী মীন আঁচনিৰ ধনেৰেও জয়সাগৰৰ বৃহৎ আকাৰৰ ভূমিত পুখুৰী খান্দিবলৈ যো-জা চলাইছে বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ বেদখলকাৰীৰৰ মীন পালন ক্ষেত্ৰসমূহ বাৰিষাৰ উপচি পৰা পানীৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰী ধনেৰে খাল খান্দি পানী ভাগ বোৱাই নিয়াৰ ব্যৱস্থাই জয়সাগৰৰ প্ৰতি আগন্তুক দিনত ভয়ানক বিপদ কঢ়িয়াই আনিব। তদুপৰি কাষৰীয়া উৰ্বৰ কৃষিভূমিৰ প্ৰতিও ভাবুকি হৈ পৰিব বুলি কৃষক ৰাইজে আশংকা প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে জয়সাগৰৰ পাৰৰ আন এগৰাকী কৃষক কুমুদ বৰাৰ আশা, পাখিলাহি চৰাইজাকৰ কলৰৱত মুখৰিত হৈ থাকক কলিয়াবৰৰ জলাশয়। জয়া আইদেউৰ স্মৃতিৰ বাবেই চৰকাৰে গুৰুত্ব দিয়ক কলিয়াবৰৰ জয়সাগৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Birds
publisher

publisher

Related Posts

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম
International

নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

August 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d