Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চেৰাপুঞ্জীত বৰষুণৰ সংগ্ৰহালয় মুকলিৰ যো-জা 

publisher by publisher
January 2, 2026
in Assam, News
Reading Time: 1 min read
0
চেৰাপুঞ্জীত বৰষুণৰ সংগ্ৰহালয় মুকলিৰ যো-জা 
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Meghalaya CM :আইন হাতত লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্রী চাংমাৰ

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

Cherrapunji আপুনি জীৱনত হয়তো বহু যাদুঘৰ দেখিছে; কিন্তু বৰষুণৰ পানীৰ যাদুঘৰৰ নাম সম্ভৱতঃ শুনা নাই। এক অভিনৱ চিন্তা-ধাৰাৰে মেঘালয় চৰকাৰে মুকলিৰ যো-জা চলাইছে এটা বৰষুণৰ সংগ্ৰহালয়ৰ। ইয়াৰ লগে লগে বৰষুণক লৈ থকা মানুহৰ ধাৰণাও সলনি হোৱাৰ আশা কৰা হৈছে।

ADVERTISEMENT

লক্ষ্যণীয় যে বৰষুণৰ পানী কৰ্ষণৰ কথা বিগত বহু বছৰ ধৰি চৰ্চা হৈ আহিছে। এনে চৰ্চাৰ মাজতে মেঘালয় চৰকাৰৰ মেঘালয় অৱবাহিকা উন্নয়ন কৃর্তপক্ষ (এমবিডিএ) ই বিশ্বৰে অন্যতম সর্বাধিক বৰষুণ হোৱা অঞ্চল চেৰাপুঞ্জীত এটা বৰষুণৰ যাদুঘৰ মুকলিৰ যো-জা চলাইছে।

আপাতত এই যাদুঘৰ পৰ্যটকক আকৰ্ষণৰ উদ্দেশ্যে মুকলি কৰা হ’ব যদিও ইয়ে আন এক গভীৰ অৰ্থও বহন কৰিছে। দৰাচলতে এই অভিলাষী প্রকল্পৰ জৰিয়তে বিজ্ঞান, সংস্কৃতি, ইতিহাস আৰু মানুহৰ চিৰন্তন অভিজ্ঞতাৰ সংমিশ্রণ ঘটোৱা হ’ব।

এই যাদুঘৰৰ দৰ্শনাৰ্থীসকলে কেৱল বৰষুণেই পর্যবেক্ষণ নকৰে, তেওঁলোকে বৰষুণ অনুভৱো কৰিব, লগতে তেওঁলোকে ৰাজ্যখনৰ এক জনগোষ্ঠী আৰু ইয়াৰ সংস্কৃতিৰ বিষয়েও সম্যক ধাৰণা অর্জন কৰিব। লক্ষ্যণীয় যে চেৰাপুঞ্জীত মেঘালয় চৰকাৰে বৰষুণৰ যাদুঘৰ মুকলিৰ যো-জা চলোৱাৰ কাৰণো আছে।

ইয়াৰ মূল কাৰণ হৈছে শেহতীয়াভাবে চেৰাপুঞ্জীব গাতে লাগি মৌচিনবামে বিশ্ববে সর্বাধিক বৰষুণ হোৱা স্থানৰ স্বীকৃতি অর্জন কৰিছে। মৌচিনৰামৰ লগতে চেৰাপুঞ্জীয়েও বিজ্ঞানীসকলক আকর্ষণ কৰি আহিছে।

ইয়াৰ কাৰণ হৈছে এই অঞ্চল দুটাত ভৌগোলিক অবস্থান বিৰল। মহাসাগৰৰ পৰা বহু দূৰৈত অবস্থিত হোৱা সত্ত্বেও মৌচিনৰাম আৰু চেৰাপুঞ্জীত পৃথিৱীৰ ভিতৰতে সর্বাধিক বৃষ্টিপাত হয়।

এনে বিৰল ভৌগোলিক পৰিঘটনাৰ বাবে মেঘালয় চৰকাৰে চেৰাপুঞ্জীত এটা বৰষুণৰ যাদুঘৰ মুকলিৰ যো-জা চলাইছে। উল্লেখ্য যে বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা স্থান যেনে হাবাই আদি মহাসাগৰে ঘেৰি আছে।

ঘূর্ণী বতাহৰ ফলত এনে অঞ্চলসমূহত বিশ্বৰ ভিতৰতে আগৰণুৱা সর্বাধিক বৰষুণ হয়। ইয়াৰ বিপৰীতে চেৰাপুঞ্জী বা মৌচিনৰাম সাগৰ-মহাসাগৰৰ পৰা বহু দূৰৈত পাহাৰীয়া অঞ্চলত অৱস্থিত।

তৎসত্ত্বেও এই অঞ্চল দুটাত পৃথিবীৰ ভিতৰত অধিক বৃষ্টিপাত হয়। সেয়েহে বিজ্ঞানীসকলে এই অঞ্চল দুটাৰ প্রতি সর্বদা আকর্ষণ অনুভৱ কৰি আহিছে।

বিজ্ঞানীসকলৰ মতে, বংগোপসাগৰৰ পৰা সৃষ্ট সেমেকা ডাৱৰৰ প্ৰভাৱত চেৰাপুঞ্জীত প্ৰবল বৰষুণ হয়।

আনহাতে, মেঘালয়ৰ এই বৰষুণৰ যাদুঘৰ ভিতৰে বাহিৰে আকর্ষণীয় কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। দর্শনার্থীসকলে যাদুঘৰত ভৰি থ’লেই বিজ্ঞানৰ গভীৰ দিশো অনুধাৱন কৰিবলৈ সক্ষম হ’ব। যাদুঘৰত মত বিনিময় প্রদর্শনীৰো ব্যৱস্থা থাকিব।

এনে প্রদর্শনীত ডাৱৰ কেনেদৰে সৃষ্টি হয়, মৌচুমী বায়ুৰ আচৰণ আদিৰ বিষয়ে ব্যাখ্যা কৰা হ’ব। লগতে চেৰাপুঞ্জীত বিশ্বৰ ভিতৰত কিয় সর্বাধিক বৰষুণ হয়, সেই বিষয়েও ব্যাখ্যা কৰা হ’ব।

বংগোপসাগৰৰ আকাশৰ পৰা খাচী পাহাৰলৈ ডাৱৰৰ যাত্রাও এই যাদুঘৰত দেখিবলৈ পোৱা যাব। এনে প্রদর্শনী নিৰস নহ’ব, কাৰণ এনে প্রদর্শনীয়ে বৃষ্টিপাত আৰু ভূগোলক সামৰি গতিশীল ৰূপ ল’ব।

এই যাদুঘৰত এটা অত্যাধুনিক বৰষুণ গৱেষণা কেন্দ্ৰও থাকিব। এই গৱেষণা কেন্দ্র মহাবালেশ্বৰৰ হাই এলটিটিউড ক্লাউড ফিজিক্স লেব’ৰটেৰীৰ দৰে বিখ্যাত প্রতিষ্ঠান সদৃশ হ’ব।

কাৰণ এই গৱেষণা কেন্দ্ৰত শেহতীয়া প্ৰযুক্তিৰ বতৰ বিজ্ঞানগত আহিলা, এটা উৎসর্গিত ডাটা কেন্দ্রও থাকিব। এই ক্ষেত্রত মেঘালয় চৰকাৰে আশা প্রকাশ কৰিছে যে উক্ত কেন্দ্ৰৰ প্ৰতি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইছৰ’ৰ দৰে প্ৰতিষ্ঠানৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিব।

উল্লেখ্য যে এই অভিনৱ যাদুঘৰ নির্মাণত মেঘালয় চৰকাৰে ২৫ কোটি টকা ব্যয় কৰিছে। ইয়ে ৰাজ্যখনলৈ অধিক পর্যটক আকৰ্ষণ কৰিব বুলিও চৰকাৰে আশা প্রকাশ কৰিছে।

এই সম্পর্কত বিধায়ক ওলান সিং ছুইনে সংবাদ মাধ্যমৰ আগত কয় যে এই বৰষুণৰ যাদুঘৰত প্ৰৱেশ কৰা পর্যটকসকলে বৰষুণ আৰু জলবায়ু বিজ্ঞানৰ এক সুকীয়া সংমিশ্রণ অনুভৱ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CherrapunjiMAWSYNRAMMEGHALAYARAIN MUSEUM
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d