Paddlar Arrested:
ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে বশিষ্ঠ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই ৫.৩০ কেজি ওজনৰ গাঁজা সহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী নয়নমণি কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
ADVERTISEMENT
উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী নয়নমণি কলিতাই দীৰ্ঘদিন ধৰি মহানগৰীত সংগোপনে অব্যাহত ৰাখিছিল ড্ৰাগছৰ গোপন বেহা।



































