Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dr. Dayananda Borgohain:এনে মন্তব্য সামাজিক ভাৱে গ্ৰহণযোগ্য নহয় : ড: দয়ানন্দ বৰগোহাঁই

ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ

publisher by publisher
January 13, 2026
in Assam
Reading Time: 1 min read
0
Dr. Dayananda Borgohain:এনে মন্তব্য সামাজিক ভাৱে গ্ৰহণযোগ্য নহয় : ড: দয়ানন্দ বৰগোহাঁই
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Judicial Custody:বিতৰ্কিত লেখিকা শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ

Garima Saikia Garg:বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

Debabrata Saikia:ৰেজাউল কৰিম মুখ্যমন্ত্ৰীৰ এজেন্ট:দেৱব্ৰত শইকীয়া

Dr. Dayananda Borgohain:

দেওবাৰে কংগ্ৰেছৰ মানবেন্দ্ৰ প্ৰেক্ষাগৃহত বহু গণ্য মান্য ব্যক্তি কংগ্ৰেছত যোগদান কৰিছে । বিজেপিক বেয়া পাই কৰিছে , কংগ্ৰেছক ভাল পাই কৰিছে আমি ক’ব নাযাওঁ । কিন্তু কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত হোৱা ঘটনাই আমাক শংকিত কৰিছে বুলি  মন্তব্য প্ৰকাশ কৰে ,ড: দয়ানন্দ বৰগোহাঁয়ে । তেওঁ কয় , ‘ৰেজাউল কৰিম বোলা মানুহজন আমছুৰ প্ৰাক্তন সভাপতি আছিল তেওঁ কালি কলে যে, শিৱসাগৰক ধুবুৰী কৰিম , ধুবুৰীক শিৱসাগৰ কৰিম । এই কথাটো কোৱাৰ সময়ত গৰৌৱ নিজে তাত উপস্থিত আছিল , গৌৰৱ মনে মনে থাকি শেষত সম্প্ৰীতিৰ কথা কলে , কিন্তু অলপ দিন আগতে উজনি অসমত মিঞাক লৈ এটা ডাঙৰ হুলস্থুল হৈছিল ইটাভাটাত কাম কৰাক লৈ , সেইবোৰ বেলেগ কথা ।

ADVERTISEMENT

দয়ানন্দ বৰগোহাঁয়ে  কয় ,’আমি উজনিৰ মানুহ হিচাপে এটা কথাতে শংকিত এইকাৰণে আমি ৬০০ হাজাৰ বৰ্ষ স্বাধীনতা ৰাখিছিলোঁ ইছলাম ফৰ্চৰ পৰা । যি সকল ইছলাম মানুহ থাকি গ’ল যাক আমি দেশী বুলি কওঁ । সেইকসকল শিৱসাগৰ , ডিব্ৰুগড় মানুহে মিঞা মানুহক ভাল নাপায় আৰু মিঞা মানুহক ভাল পাবলৈ কোনো যুক্তি নাই । যিহেতু তেওঁলোকক আমি বেয়াকৈ কোৱা নাই এইকাৰণে যে , তেওঁলোকে কাম কৰি খাই । কিন্তু কাম কৰি খোৱাৰ সমান্তৰালকৈ তেওঁলোকৰ যোগেদি এনেকুৱা কিছুমান কাম হয় আছে যিবোৰ আমাৰ জনসংখ্যা আৰু গণতন্ত্ৰৰ বাবে ভয়ানক কথা । সেইকাৰণে আমাৰ ভয় যে , হাজাৰ হাজাৰ মানুহ প্ৰাণ দি স্বাধীনতা ৰক্ষা কৰিছিল , সেই স্বাধীনতা থাকিবনে I’

 বৰগোহাঁয়ে  কয় যে ,১৬৬৯ চনৰ ৫ আগষ্টত আলাবৈত একেলগে ১০ হাজাৰ মানুহৰ মৃত্যু হৈছিল । তেওঁ কয়, ‘আমি অহংকাৰ কৰি ক’ব পাৰোঁ উজনি অসমত এনেকুৱা এটা আহোম পৰিয়াল নাই যিটো পৰিয়ালত সেই সময়ত এজনো মানুহ মৰা নাই । আমি আন্তৰিকতাৰে অসমীয়াক ভাল পাওঁ , অসমীয়া জাতিটোক ভাল পাওঁ , অসমীয়া ভাষাক ভাল পাওঁ কিয়নো আমি নিজৰ ভাষা বাদ দি অসমীয়া ভাষা গ্ৰহণ কৰিছোঁ । আমি নিশ্চিত যে , যিটো গতিত তেওঁলোকৰ জনসংখ্যা বাঢ়িছে সেই বঢ়া জনসংখ্যাটোৰ কাৰণে আমাৰ উজনিৰ মানুহে ভোটত কেতিয়াওঁ জিকিব নোৱাৰে ।গতিকে এই জাতিটোক ৰক্ষণাবেক্ষণ দিব লাগিব ।’

বৰগোহাঁয়ে  কয় যে, ৰেজাউল কৰিম সৰকাৰৰ মন্তব্য জাতিটোৰ বাবে গ্ৰহণযোগ্য নহয় । লগতে এটা কথা কওঁ যে , গৌৰৱ গগৈ শিক্ষিত হয় , ইংলিছ ক’ব পাৰে , ধুনীয়াকৈ হিন্দী ক’ব পাৰে কিন্তু গৌৰৱ গগৈৰ বুৰঞ্জীৰ জ্ঞান অলপো নাই । ১৪ বছৰ বিধানসভাত থকাৰ পিছতো ১৮৩০ চনত ২৪ ছেপ্টেম্বৰত পিয়লি ফুকনক ফাঁচী দিয়াৰ কথা তেওঁ এবাৰো নকলে । তেওঁৰ বুৰঞ্জীৰ জ্ঞান নথকা বাবে , এক সম্প্ৰদায়ৰ ভোট গোটাই শাসনত আহিব বিচাৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Controversial CommentsDr. Dayananda BorgohainRejaul Karim Sarkar
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d