Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

OPS:অ’পিএছৰ দাবীৰে উত্তৰ-পূৱৰ কৰ্মচাৰী সংগঠনৰ বৈঠক

publisher by publisher
January 24, 2026
in Uncategorized
Reading Time: 1 min read
0
OPS:অ’পিএছৰ দাবীৰে উত্তৰ-পূৱৰ কৰ্মচাৰী সংগঠনৰ বৈঠক
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:ইউপিএছ নহ’ব, অ’পিএছ লাগিবই! পুনৰ কৰ্মচাৰীৰ প্ৰতিবাদে কঁপাব ৰাজ্য

Ops – Nps:অ পিএছ আৰু এন পিএছ প্ৰসংগক লৈ উত্তাল সদন

OPS:

পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ঐক্যবদ্ধ আন্দোলন আগুৱাই নিব উত্তৰ-পূৱৰ কৰ্মচাৰী সমাজে। এই উপলক্ষে অহা পহিলা ফেব্ৰুৱাৰীত উত্তৰ-পূৱৰ কেওখন ৰাজ্যৰ কৰ্মচাৰী সংগঠনৰ উপস্থিতিত গুৱাহাটীত এখন গুৰুত্বপূর্ণ বৈঠক আহ্বান কৰা হৈছে। এই বৈঠকত নতুন পেন্সন ব্যৱস্থাৰ বিৰোধী সংগ্রাম তথা পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত আগন্তুক বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি সদৰী কৰিছে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই।

ADVERTISEMENT

উল্লেখ্য যে কনফেডাৰেছন অৱ ছার্ভিচ এছ’চিয়েছন অৱ অৰুণাচল প্ৰদেশৰ সপ্তম ত্রিবার্ষিক কেন্দ্রীয় অধিবেশনৰ মুকলি সভা শুক্ৰবাৰে পাছিঘাটত অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰি সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি হাজৰিকাই কয় যে অসমত ইতিমধ্যে ২০ হেজাৰৰো অধিক কৰ্মচাৰীয়ে এনপিএছৰ অধীনত অৱসৰ গ্ৰহণ কৰি ন্যূনতম পেন্সনৰে অতি কষ্টৰে জীৱন নির্বাহ কৰি আছে। এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অনিশ্চয়তাৰ মাজত জীয়াই থাকিব নোৱাৰে, অৱসৰৰ পাছত এজন কৰ্মচাৰীক স্থিৰতা আৰু মৰ্যাদা লাগিবই বুলি হাজৰিকাই মন্তব্য কৰি এইক্ষেত্ৰত পুৰণি পেন্সন ব্যৱস্থাৰ বিকল্প নাই বুলি কয়।

লগতে তেওঁ কয় যে সংবিধানৰ ৩০৯ নম্বৰ অনুচ্ছেদে ৰাজ্য চৰকাৰক নিজৰ কৰ্মচাৰীৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা প্রদান কৰিছে। গতিকে কেৱল ৰাজনৈতিক সদিচ্ছাইহে পুৰণি পেন্সন ব্যবস্থা পুনৰ বলবৎ কৰাতো সম্ভৱ বুলি তেওঁ মন্তব্য কৰি কেৱল পুৰণি পেলন ব্যৱস্থাইহে কৰ্মচাৰীৰ প্ৰকৃত সামাজিক সুৰক্ষা দিব পাৰিব বুলি কয়। লগতে তেওঁ কয় যে এই সভাত অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে অংশগ্রহণ কৰি কৰ্মচাৰীসকলৰ এই দীর্ঘদিনীয়া সমস্যা সমাধানৰ পোষকতা কৰে।

নতুন পেন্সন আঁচনিৰ শংকা নিবাৰণৰ বাবে মুখ্যমন্ত্রী খাণ্ডুৱে কেন্দ্ৰীয় চৰকাৰৰ স’তে আলোচনা কৰাৰ কথা ঘোষণা কৰে। লগতে মুখ্যমন্ত্রীজনে এনপিএছ ব্যবস্থাই কৰ্মচাৰী সমাজৰ মনত এক অনিশ্চয়তাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। উল্লেখ্য যে অসম চৰকাৰকো এইক্ষেত্রত পদক্ষেপ ল’বলৈ হাজৰিকাই দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ops
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d