Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Akhil Gogoi Election Campign In Digboi:কুশল দুৱৰীয়ে অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ দিয়াত অখিল গগৈৰ প্ৰতিক্ৰিয়া

যি মানুহে ৬১ জন মানুহক হত্যা কৰিলে, তেওঁৰ কি মান আছে

publisher by publisher
April 1, 2026
in News
Reading Time: 1 min read
0
Akhil Gogoi Election Campign In Digboi:কুশল দুৱৰীয়ে অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ দিয়াত অখিল গগৈৰ প্ৰতিক্ৰিয়া
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

Akhil Gogoi Election Campign In Digboi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰাভিযান সমাপ্ত হ’বলৈ মাজত মাত্ৰ ছদিন থকা অৱস্থাত শাসক- বিৰোধী সকলো দলে অব্যাহত ৰাখিছে মাৰাথন প্ৰচাৰাভিযান । নিৰ্বাচনত ৰাজ্যবাসীৰ বাবে কেন্দ্ৰবিন্দু হৈ পৰিছে ঐতিহ্যমণ্ডিত শিৱসাগৰ।সমষ্টিটোত অত্যতম প্ৰতিদ্বন্দ্বি হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ,বিজেপিৰ কুশল দুৱৰী আৰু অগপৰ প্ৰদীপ হাজৰিকা ৷

ADVERTISEMENT

বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপই মিত্ৰতা সূত্ৰে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক শিৱসাগৰৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ পিছতো মনোনয়ন দাখিলৰ শেষ মুহূৰ্ততে কৌশলগতভাৱে থাউৰাৰ প্ৰাক্তন বিজেপিৰ বিধায়ক কুশল দুৱৰীক অৱতীৰ্ণ কৰায় বিজেপিয়ে ৷ দুৱৰীক প্ৰাৰ্থীত্ব প্ৰদানৰ পিছৰে পৰা তেওঁৰ টাৰ্গেট কৰি লয় অখিল গগৈয়ে ৷ আলফাত থকা সময়ত বহু লোকক হত্যা কৰা বুলি অভিযোগ কৰি শিৱসাগৰৰ ৰাজনৈতিক বতাহ গৰম কৰি ৰখা অখিলৰ বিৰুদ্ধেও সৰৱ হৈ পৰে দুৱৰী ৷ এনেদৰে দুই প্ৰাৰ্থীয়ে ইজনে – সিজনক আক্ৰমণ কৰি থকাৰ মাজতে কুশল দুৱৰীয়ে অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰে শিৱসাগৰ আদালতত ৷

যাৰবাবে পুনৰ সোচ্ছাৰ হৈ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয়, যি মানুহে ৬১ জন মানুহক হত্যা কৰিলে, তেওঁৰ কি মান আছে। কুশল দুৱৰী হত্যাকাৰী , আমাৰ চৰকাৰ আহিলে জে’লত ভৰাই থোৱা হব।

আনহাতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিচৰা নাই বুলিও অভিযোগ কৰে অখিল গগৈয়ে। অভিযুক্ত সকলক ৰাজ আতিথ্য দি থৈছে, নিৰ্বাচনৰ পাছত মুকলি কৰি দিব I স্থানীয় বিধায়ক সুৰেন ফুকনকো সমালোচনা অখিলৰ। ৰাইজৰ দলৰ ডিগবৈৰ প্ৰাৰ্থী দুলাল মৰাণৰ হৈ নিৰ্বাচনী সভাত ভাগ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ অখিল গগৈ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AKHIL GOGOIassam assembly elaction 2026Digboielection campign
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d