Silchar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত টিকট বিতৰণক কেন্দ্ৰ কৰি কংগ্ৰেছৰ অভ্যন্তৰত তীব্র অসন্তুষ্টি আৰু উত্তেজনা সৃষ্টি হয় ৷ যাৰবাবে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ দলীয় অনুশাসন ভংগৰ অভিযোগত ১৫ কংগ্রেছ নেতাক নিলম্বন কৰা হয় আজি ৷ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নির্দেশমর্মে নিলম্বন কৰা হয় নেতা কেইগৰাকীক ৷
ADVERTISEMENT































