Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hearing:জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ জামিন আবেদন প্রত্যাহাৰ দুই অভিযুক্তৰ

শ্যামকানু মহন্তই প্ৰত্যাহাৰ কৰিলে জামিন আৱেদন, অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি সম্পন্ন

publisher by publisher
January 22, 2026
in Assam, Crime
Reading Time: 1 min read
0
Hearing:জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ জামিন আবেদন প্রত্যাহাৰ দুই অভিযুক্তৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Garima Saikia Garg:জুবিনে দৃঢ়তাৰে বিশ্বাস কৰিছিল সৃষ্টিৰ পথাৰত কোনো ভেদভাব নাই!

APSC:এপিএছচিৰ ৩৪ বিষয়াৰ বিচাৰৰ ধাৰা আৰোপৰ শুনানি আৰম্ভ

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Hearing:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গ হত্যা গোচৰৰ দুই অভিযুক্তই প্ৰত্যাহাৰ কৰিলে জামিন আবেদন ৷ সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্তই উঠাই ল’লে আবেদন। আজি কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত পাঁচ অভিযুক্ত শ্যামকানু মহন্ত,সন্দীপন গাৰ্গ,অমৃতপ্রভা মহন্ত আৰু জুবিনৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি ৷ শুনানিত উপস্থিত থাকে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ।

ADVERTISEMENT

আনহাতে আদালতত শুনানি পৰ্বৰ সময়ত ৰহস্যজনকভাৱে সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্তৰ অধিবক্তাই দুয়োৰে জামিন আবেদন প্ৰত্যাহাৰৰ বিষয়ে লিখিতভাৱে অৱগত কৰে ৷ অৱশ্যে আন তিনি অভিযুক্ত অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি সম্পন্ন হয়।

আদালতত অসম চৰকাৰৰ পাঁচ লোক অধিবক্তা আৰু জুবিন গাৰ্গ পৰিয়ালৰ দ্বাৰা নিয়োজিত অধিবক্তাই আদালতত জামিনৰ বিৰুদ্ধে সবলভাৱে যুক্তি প্ৰদৰ্শন কৰে ৷ আনহাতে সত্ৰ ন্যায়াধীশ আদালতে পৰৱৰ্তীৰ শুনানিৰ দিন ধাৰ্য কৰে ৩০ জানুৱাৰী ৷

শুনানিৰ সময়ত আদালতত উপস্থিত থকা জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমক কয়,’চৰকাৰী অধিবক্তাই সবলভাৱে আদালতত যুক্তি দৰ্শাইছে। আনহাতে ঘটনাক্ৰমে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই প্রত্যাহাৰ কৰিছে জামিন আবেদন ৷

আনহাতে দুই অভিযুক্ত জামিন আবেদন প্ৰত্যাহাৰৰ সন্দৰ্ভত ছ’চিয়েল মেডিয়াত পোষ্ট কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই গৰিমা শইকীয়া গাৰ্গে ৷ গাৰ্গে উল্লেখ কৰে যে,এটা এটাকৈ দিনবোৰ পাৰ হৈছে। জুবিন গাৰ্গৰ নামত আদালতত বিচাৰ চলি আছে। আমি পৰিয়ালৰ মানুহে তেওঁৰ সৈতে কি হৈছিল এতিয়াও সত্য জানিবলৈ প্ৰাৰ্থনাৰে, আইনী ব্যৱস্থাৰ মাজেৰে, ন্যায় প্রতিষ্ঠা হোৱাৰ বিশ্বাসেৰে, শুনানিৰ অপেক্ষাৰে ৰৈ আছো এসোপা অনিশ্চয়তা দিনে ৰাতিয়ে বুকুত সামৰি। কথাবোৰ এতিয়াও অবিশ্বাস্য কিন্তু দুর্ভাগ্যজনকভাবে সঁচাকৈ ঘটি আছে এই সকলোবোৰ। আশা কৰিছো তেওঁ নোহোৱা হোৱাৰ আঁৰৰ ঘটনাবোৰ অতি সোনকালে ফাদিল হ’ব আৰু দোষীয়ে কঠোৰতম শাস্তি পোৱাৰ দিনটোও সোনকালেই আহিব।

যোৱা ১৭ জানুৱাৰী তাৰিখে ৫ জন অভিযুক্তই বেইল আৱেদন কৰিছিল যদিও আজি সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্তই নিজৰ আৱেদন উঠাই ললে। আমি পৰিয়ালৰ তৰফৰ পৰাও দানৱকেইটাৰ বেইল নাকচ কৰিবলৈ আজি আদালতত আবেদন জনাইছোঁ। বাকী তিনিজন অমৃতপ্রভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশশ্বৰ বৰাৰ bail mearing হ’ল যদিও ফলাফল অহা ৩০ জানুৱাৰীতহে জানিবলৈ পোৱা যাব।

কেৱল আমাৰ পৰিয়ালেই নহয়, সমগ্র অসম তথা পৃথিৱীজুৰি জুবিনক ভালপোৱা সকলোৰে এটাই আহ্বান.. বিচাৰপ্ৰক্ৰিয়া শেষ নোহোৱালৈকে আৰু হত্যাকাৰীকেইটাৰ শাস্তি নোহোৱালৈকে কোনো এটা অভিযুক্তয়েই যাতে জামিন নাপায়। লগতে, ন্যায় প্রক্রিয়াটো খৰতকীয়া কৰিবলৈ special court খনৰ কিন্তু অতিমাত্রাই প্রয়োজন আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bail withdrawalGarima Saikia GargHearingTwo Accusedzubeen garg death case
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d