Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চ', ৰূপহী জেৰেঙা সুৰক্ষা সমিতি আৰু ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ যৌথ সংবাদমেল

publisher by publisher
September 4, 2026
in Assam, News
Reading Time: 1 min read
0
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Sivsagar: দৈনিক অগ্ৰদূত ডিজিটেল:আহোম স্বৰ্গদেউসকলৰ ঐতিহাসিক ৰাজধানী ৰংপুৰৰ গৌৰৱোজ্জ্বল স্মাৰক তলাতল ঘৰৰ বাকৰিত আজি এক গুৰুত্বপূৰ্ণ জৰুৰী সংবাদমেল অনুষ্ঠিত হয়। যোৱা ২৩ আগষ্টত নাজিৰাৰ এম চি ক্লাৱত সচেতন নাগৰিক সমাজৰ আহ্বানত অনুষ্ঠিত ‘উজনিৰ বিধ্বংসী বানৰ বিভীষিকা: বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যদৰ্শন’ শীৰ্ষক ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে গঠিত ‘পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চ’ (Patkai Civilization Protection Coordination Forum – PCPCF) ৰ লগতে ‘ৰূপহী জেৰেঙা সুৰক্ষা সমিতি’ আৰু ‘ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতি’-ৰ আহ্বায়ক মণ্ডলী ক্ৰমে আহ্বায়ক
অনুপ গগৈ,মনোৰঞ্জন বৰগোহাঁই,দীপজ্যোতি গগৈ আৰু দেবাংগ সৌৰভ গগৈয়ে সংবাদমেল সম্বোধন কৰে।

ADVERTISEMENT

সংবাদমেলৰ আৰম্ভণিতে বক্তব্য ৰাখি পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চৰ আহ্বায়ক দেবাংগ সৌৰভ গগৈয়ে স্পষ্ট কৰি দিয়ে যে, ‘পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চ’ কেৱল এটা ক্ষন্তেকীয়া আন্দোলন বা পৰিৱেশীয় প্ৰতিবাদ নহয়। ই পাটকাই পৰ্বতৰ পৰা গঢ়ি উঠা হাজাৰ বছৰ পুৰণি সভ্যতা, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা, ভূমিপুত্ৰসকলৰ মাটি-ভেটি, জীৱিকা আৰু পাৰিপাৰ্শ্বিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ গঠন কৰা এক বিজ্ঞানসন্মত গণ-মঞ্চ। তেওঁ কয় আমি এই মঞ্চৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ সমভাৱাপন্ন পৰিৱেশ, ঐতিহ্য, ভূমি অধিকাৰৰ বাবে যুঁজ দি থকা সংগঠন তথা খিলঞ্জীয়াৰ অৰ্থনৈতিক কাৰ্যসূচী সমূহক একেটা ছাতিৰ তলত আনি হাতত হাত ধৰি আগুৱাব বিচাৰোঁ। সেই অনুসৰিয়েই আজি ৰূপহী জেৰেঙা সুৰক্ষা সমিতি আৰু ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ সৈতে ৰংপুৰৰ বৃহত্তৰ অঞ্চলটোৰ ঐতিহ্য আৰু আৰ্থ সামাজিক দিশ সুৰক্ষাৰ বাবে আমি আগবাঢ়ি আহিছোঁ।
ইয়াৰ পিছতে আন এজন মঞ্চৰ আহ্বায়ক দীপজ্যোতি গগৈয়ে মঞ্চৰ কাৰ্যসূচী সম্পৰ্কে কয় যে, উজনি অসমৰ বান-খহনীয়া সমস্যাক বৈজ্ঞানিকভাৱে প্ৰতিহত কৰা, নদী নিয়ন্ত্ৰণৰ নামত চলি থকা ঠিকাদাৰ-কেন্দ্ৰিক দুৰ্নীতি বন্ধ কৰা, অবৈধ কয়লা খনন আৰু বিভাগীয় গাফিলতিৰ বাবে হোৱা দুৰ্যোগৰ দোষীক আইনী শাস্তি দিয়াৰ দাবীত সমগ্ৰ উজনি অসমৰ আঞ্চলিক সংগ্ৰামী শক্তিসমূহক একেলগ কৰি কাম কৰি যাব। তেওঁ জানিবলৈ দিয়ে যে এই সংগ্ৰামৰ অংশ হিচাপে জিলা আয়ুক্তৰ জৰিয়তে ৰূপহী পথাৰ, জেৰেঙা পথাৰৰ পানী নিষ্কাশন, নামদাঙৰ খনন, ৰংঘৰ, তলাতল ঘৰৰ সুৰক্ষাকে ধৰি ১০ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰও ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

ৰূপহী জেৰেঙা সুৰক্ষা সমিতিৰ সম্পাদক মনোৰঞ্জন বৰগোহাঁইয়ে ৰূপহী পথাৰ, জেৰেঙা পথাৰ, ডিমৌ পথাৰ আৰু মেটেকা পথাৰৰ ভয়াৱহ আৱদ্ধ পানীৰ ছবি দাঙি ধৰি কয় যে, যোৱা ১৯ জুলাইৰ পৰা ডেৰ মাহতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পিছতো অৱৰুদ্ধ পানীৰ জোকতলি, মেটেকা বনগাওঁ, শলগুৰি মৌজাৰ কৃষিজীৱি সকলে খেতি কৰিব পৰা নাই
। নিষ্কাশনৰ ব্যৱস্থা নোহোৱাৰ বাবে ঐতিহাসিক পথাৰকেইখন বানত বুৰি আছে। তেখেতে সমগ্ৰ অঞ্চলটোৰ বান নিষ্কাশনৰ বাবে নদী আৰু অৱবাহিকাবোৰৰ পুনৰোজ্জীৱিত কৰাৰ বিষয়েও উল্লেখ কৰে। ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ সম্পাদক অনুপ গগৈয়ে তলাতল ঘৰ আৰু ৰংঘৰলৈ অহা অস্তিত্বৰ সংকটৰ বৰ্ণনা দি কয় যে, অনিয়ন্ত্ৰিত পানী জমা হোৱাৰ বাবে আমাৰ অমূল্য ঐতিহাসিক স্থাপত্যসমূহ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। আমাৰ সভ্যতা জীয়াই ৰাখিবলৈ হ’লে ঐতিহাসিক সম্পদ সমূহৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।
সংবাদমেলত বিশিষ্ট বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাইয়ে বৃহত্তৰ ৰংপুৰ অঞ্চলটোৰ ঐতিহাসিক, ভৌগোলিক আৰু পাৰিপাৰ্শ্বিক দিশটোৰ ব্যাখ্যা কৰে। লগতে ইয়াৰ সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰে। সংবাদমেল সম্বোধন কৰি আটাইকেইটা সংগঠনে একমুখে উল্লেখ কৰে যে আহোম স্বৰ্গদেউসকলে ৰংপুৰ নগৰৰ ব্যৱস্থা কৰোঁতে প্ৰাকৃতিক জল-নিষ্কাশন ব্যৱস্থা আৰু নদী-জলাশয়সমূহক সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছিল। কিন্তু বৰ্তমানৰ অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্য, বেদখল আৰু চৰকাৰী গাফিলতিয়ে এই ঐতিহাসিক জলপথসমূহ ধ্বংস কৰি সমগ্ৰ ৰংপুৰৰে অস্তিত্ব বিপন্ন কৰি তুলিছে। সেয়েহে বিজ্ঞানসন্মত ব্যৱস্থাৰে এই ঐতিহ্য আৰু পৰিৱেশ ৰক্ষা কৰাটো জাতীয় দায়িত্ব।
যৌথ মঞ্চই তলাতল ঘৰৰ বাকৰিৰ পৰা সকীয়াই দিয়ে যে, যদিহে শিৱসাগৰ জিলা প্ৰশাসনে আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবীসমূহ তৎকালীনভাৱে সমাধান নকৰে, তেন্তে ৰাইজৰ সহযোগত গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী ল’বলৈ বাধ্য হ’ব। সংবাদ মেলত পাটকাই সভ্যতা সুৰক্ষা সমন্বয় মঞ্চৰ অন্য দুজন আহ্বায়ক আহ্বায়ক উদ্দীপ জ্যোতি গগৈ, মনোৰঞ্জন ফুকন, ৰংপুৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি ফুলবৰ দিহিঙ্গীয়া, ৰূপহী জেৰেঙা সুৰক্ষা সমিতিৰ হীৰেন দুৱৰাও উপস্থিত থাকে। যৌথ সংবাদমেলখনত সমগ্ৰ বিষয়টোক লৈ তেওঁলোকৰ দাবী সমূহ এনেধৰণৰ –

১. বিস্তৃত জলসংক্ৰান্তীয় মূল্যাংকন (Comprehensive Hydrological Assessment):
বৃহত্তৰ অঞ্চলটোৰ পানী নিষ্কাশন প্ৰণালী আৰু নদীসমূহৰ এক জৰুৰী কাৰিকৰী মূল্যায়ন কৰি পানীৰ প্ৰৱাহত বাধাৰ সৃষ্টি কৰা স্থান, দুৰ্বল অংশ আৰু বানপ্ৰৱণ অঞ্চলসমূহ চিনাক্ত কৰিব লাগে, যাতে কাৰ্যকৰী আৰু দীৰ্ঘম্যাদী বান প্ৰশমনৰ ব্যৱস্থা গঢ়ি তুলিব পৰা যায়।

২. ঐতিহাসিক কীৰ্ত্তিচিহ্ন আৰু জলপথৰ সুৰক্ষাৰ লগতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন নিষিদ্ধকৰণ:
ৰংঘৰ আৰু তলাতল ঘৰৰ পৰিসৰত বাৰম্বাৰ পানী আবদ্ধ হোৱাৰ ৰক্ষা পাবলৈ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰূপহী পথাৰ আৰু জেৰেঙা পথাৰত চলি থকা সকলো নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন (Class change) ততালিকে বন্ধ কৰিব লাগে। প্ৰাকৃতিক জলপ্ৰৱাহ অক্ষত ৰাখিবলৈ এই দুয়োখন ঐতিহাসিক পথাৰ সংৰক্ষণ কৰিব লাগে। ইয়াৰ উপৰিও, ৰূপহীজান আৰু মিছাজানক গুৰুত্বপূৰ্ণ প্ৰাকৃতিক জলপথ হিচাপে স্বীকৃতি দি এইবোৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে জৰুৰী আৰু পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৩. নামদাং নদীৰ খনন, শ্লুইছ গেট স্থানান্তৰ:
দিখৌ নদীত পানীৰ প্ৰৱাহ নিশ্চিত কৰিবলৈ নামদাং নদীৰ সম্পূৰ্ণ খনন (Dredging) কৰিব লাগে আৰু বৰ্তমানৰ নামদাং শ্লুইছ গেটখন এক হাইড্ৰ’লজিকেলভাৱে উপযুক্ত স্থানলৈ স্থানান্তৰ কৰিব লাগে। খনন কাৰ্য চলি থকাৰ সময়ত বৈজ্ঞানিক সংৰক্ষণ নীতি মানি চলিব লাগে, যাতে ১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰ সিংহই নিৰ্মাণ কৰা ৩২৩ বছৰীয়া নামদাং শিলৰ সাঁকোখন সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত থাকে।

৪. ডিমৌ নদীৰ খনন আৰু কালভাৰ্ট পুনৰ্নিৰ্মাণ:
ডিমৌ, মেটেকা, ৰূপহী আৰু জেৰেঙা পথাৰৰ পানী বৈ যোৱা ডিমৌ নদীৰ খনন কাৰ্য কোনো বিলম্ব নোহোৱাকৈ সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ উপৰিও ডিমৌ নদীৰ ওপৰত পহুগড়লৈ যোৱা বাটত থকা কালভাৰ্টটোৰ পৰিৱৰ্তে এখন পূৰ্ণ-দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰি ইয়াৰ পানী নিষ্কাশন ক্ষমতা বৃদ্ধি কৰিব লাগে।

৫. আন্তঃগাঁথনিৰ উন্নয়ন আৰু চাৰিলেণ্ড ৰাষ্ট্ৰীয় ঘাইপথৰ সংশোধন:চলাজান আলিচিগাত (জেৰেঙা পথাৰৰ মূল পানী-নিষ্কাশন পথ) থকা কালভাৰ্টটো ভাঙি এখন পূৰ্ণ-দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰিব লাগে, পাভজানত থকা শ্লুইছ গেটখন ভাঙি দলং সাজিব লাগে আৰু দাউকী আলিৰ সৰু সৰু কালভাৰ্টসমূহ দলঙলৈ ৰূপান্তৰ কৰিব লাগে। নামদাং শিলৰ সাঁকোৰ কাষতে থকা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত প্ৰাকৃতিক পানী প্ৰবাহৰ পথ অক্ষত ৰাখিবলৈ ঠেক কালভাৰ্টৰ স্থানত উচ্চ ক্ষমতা সম্পন্ন দলং নিৰ্মাণ কৰিব লাগে।
৬. পানী নিষ্কাশনৰ পথৰ বেদখল উচ্ছেদ:
উপৰোক্ত পথাৰসমূহৰ পানী নিষ্কাশন কৰা সকলো প্ৰাকৃতিক সুঁতি, জান-জুৰি আৰু ঐতিহাসিক জলপ্ৰণালী সমূহ জৰুৰীভাৱে মুক্ত কৰিব লাগে। আমি প্ৰশাসনক অনুৰোধ জনাওঁ যে এই মূল নিষ্কাশন পথসমূহ আৰু দিখৌ তথা নামদাং নদীৰ মথাউৰিৰ কাষত অবৈধভাৱে গঢ়ি উঠা নিৰ্মাণসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাব লাগে।

৭. ৰংঘৰৰ চৌপাশৰ সুৰক্ষা আৰু মূল পথ মেৰামতি:
ৰূপহী বিল আৰু ৰূপহী পথাৰত আৱদ্ধ হৈ থকা পানীয়ে ৰংঘৰলৈ নিৰন্তৰ ভাবুকি কঢ়িয়াই আনিছে। মূল নিষ্কাশন পথত থকা ভাঙি পৰা বেজবৰুৱা কালভাৰ্টটোৰ পৰিৱৰ্তে এখন দলং নিৰ্মাণ কৰিব লাগে আৰু মানকাটা তিনিআলিৰ ওচৰৰ এ.টি. ৰোডৰ কালভাৰ্টটো এক আধুনিক, বহল দলঙলৈ ৰূপান্তৰ কৰিব লাগে।

৮. নামদাং নদীৰ পানীৰ ৰং সলনিৰ বৈজ্ঞানিক পৰীক্ষা :‘নামদাং’ নামটো ঐতিহাসিকভাৱে ‘নাম’ (পানী) আৰু ‘দাং’ (ৰঙা) ৰ পৰা আহিছে। কিন্তু দেখা গৈছে যে নদীখনৰ ৰং ৰঙাৰ পৰা স্পষ্টভাৱে সেউজীয়ালৈ ৰূপান্তৰ হৈছে, যিয়ে ইয়াৰ উৎস স্থানত কয়লা খননৰ ফলত পৰিৱেশ প্ৰদূষিত হোৱাৰ তীব্ৰ আশংকাৰ সৃষ্টি কৰিছে। পানীৰ ৰং সলনি হোৱাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰু বানপীড়িত অঞ্চলত ইয়াৰ পাৰিপাৰ্শ্বিক তথা জনস্বাস্থ্যৰ প্ৰভাৱ মূল্যায়ন কৰিবলৈ অতি সোনকালে এক বিশেষ স্বতন্ত্ৰ বৈজ্ঞানিক তদন্ত আৰম্ভ কৰিব লাগে।

৯. আদ্ৰভূমি (Wetland) পৰিৱেশতন্ত্ৰৰ সুৰক্ষা আৰু সংৰক্ষণ:
জিলাখনৰ সকলো প্ৰাকৃতিক জলাশয় (বিল) প্ৰকাৰান্তৰে সুৰক্ষিত, সংৰক্ষিত আৰু পুনৰুজ্জীৱিত কৰিব লাগে। এই প্ৰাকৃতিক বান নিবাৰক অঞ্চলসমূহত অবৈধ দখল, মাটি বেদখল প্ৰতিহত কৰিবলৈ প্ৰশাসনে কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

১০. পুৰণি পানীযোৱা পথ (Palaeochannels) সমূহৰ বৈজ্ঞানিক চিত্ৰায়ন আৰু সংৰক্ষণ:দিখৌ নদী আৰু ইয়াৰ উপনদীসমূহৰ পুৰণি জলপথসমূহ (Palaeochannels) ৰিম’ট চেন্সিং আৰু GIS প্ৰযুক্তি ব্যৱহাৰ কৰি বৈজ্ঞানিকভাৱে মেপিং কৰিব লাগে। এই জলপথসমূহত বেদখল প্ৰতিহত কৰিবলৈ আৰু প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থা হিচাপে দীৰ্ঘম্যাদী পৰিকল্পনা নিশ্চিত কৰিবলৈ স্পষ্ট নীতি আৰু সংৰক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #latestnews #pressmeet #publiccommittee #talatalgharcampus #sivsagar #dainikagradoot
publisher

publisher

Related Posts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী
India

October 10, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

October 10, 2026
পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ
India

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

October 10, 2026
অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু
India

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

October 10, 2026
দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী
India

দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

October 10, 2026
আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d