Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

publisher by publisher
September 4, 2026
in Lifestyle
Reading Time: 1 min read
0
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

FruitStorage : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ফল ফ্রীজত ৰাখিলে ইয়াৰ পুষ্টিকৰ মূল্য নষ্ট হয়নে জানি লওক

ADVERTISEMENT

গৰমৰ দিনত বজাৰৰ পৰা ফলমূল কিনি ফ্রীজত থোৱাটো সকলোৰে এক সাধাৰণ অভ্যাস। ইয়াৰ ফলত ফলবোৰ বহুদিনলৈ সতেজ হৈ থাকে আৰু ঠাণ্ডা ফলবোবো খালে যথেষ্ট আৰামদায়ক অনুভৱ হয়। কিন্তু বহুতৰে মনত এটা প্রশ্ন থাকে, ফল ফ্রীজত ৰাখিলে ভিটামিন আৰু পুষ্টিকৰ উপাদান কমি যায় নেকি?

আচলতে কথাটো ইমান সহজ নহয়। সঠিকভাবে সংৰক্ষণ কৰিলে ফ্রীজে আচলতে ফলবোৰ দীর্ঘদিন ধৰি সতেজ কৰি ৰখাত সহায় কৰিব পাৰে আৰু ইয়াৰ পুষ্টিকৰ উপাদানসমূহ ধৰি ৰাখিব পাৰে। ফ্রীজত ৰাখিলে পুষ্টিকৰ উপাদান নষ্ট হয় নেকি?

ফলৰ পৰা পুষ্টিকৰ উপাদান হেৰুৱাৰ মূল কাৰণ কেবল ঠাণ্ডা উষ্ণতা নহয়। বৰঞ্চ ফল কাটি বহু সময় বাহিৰত ৰাখিলে, বায়ু, তাপ আৰু পোহৰৰ সংস্পর্শত থাকিলে কিছুমান পুষ্টিকৰ পদার্থ দ্রুতগতিত কমি যাব পাৰে। বিশেষকৈ পানীত দ্রবীভূত ভিটামিন যেনে ভিটামিন চি আৰু বি-ভিটামিন ক্রমান্বয়ে অক্সিডেচনৰ ফলত কমি যায়।

যেনে আপেল বা কল কাটি কিছু সময়ৰ পিছত বাদামী হৈ পৰে, যিটো অক্সিডেচনৰ ফল। আনহাতে, গোটেই ফলটো যদি ফ্রীজত সঠিকভাবে সংৰক্ষণ কৰা হয়, তেন্তে কম উষ্ণতাই পুষ্টিকৰ উপাদান হেৰুৱাৰ হাৰ লেহেমীয়া কৰে। গতিকে, ‘ফলখিনি ফ্রীজত ৰাখিলে ইয়াৰ পুষ্টিকৰ মূল্য নষ্ট হ’ব’ বুলি ধাৰণাটো শুদ্ধ নহয়।

ফ্রীজত ফল এটা কিমান দিন ৰাখিব পাৰি? সকলো ফল একে ধৰণে সংৰক্ষণ কৰিব নোৱাৰি। আপেল, কমলা আৰু অমিতা সাধাৰণতে গোটা হ’লে এসপ্তাহৰ পৰা দুসপ্তাহলৈকে ফ্রীজত ৰাখিব পাৰি।

আঙুৰ, নাচপতি, পীচৰ দৰে ফল তিনি-পাঁচ দিনৰ ভিতৰত খালে ভাল। কিন্তু অত্যধিক ঠাণ্ডাত কল-আমৰ দৰে ফল-মূলৰ স্বাভাবিকভাবে পকিবলৈ অসুবিধা হ’ব পাৰে আৰু ইয়াৰ গুণাগুণ সোনকালে অবনতি ঘটিব পাবে। গতিকে সাধাৰণতে কোঠাৰ উষ্ণতাত স্বাভাবিক উষ্ণতাত ৰখা ভাল।

তৰমুজ আৰু অমিতা কাটি ফ্রীজত ৰখাৰ সময়ত অধিক সাৱধান হ’ব লাগিব। কটা ফল সোনকালে নষ্ট হ’ব পাৰে আৰু বেক্টেৰিয়াৰ বৃদ্ধিৰ আশংকাও বৃদ্ধি পায়। কটা ফল ২৪ ঘণ্টাৰ ভিতৰত খালে নিৰাপদ।

ফলমূল মজুত কৰি থাকোঁতে কেৱল ফ্রীজত ৰখাই নহয়, কোনবোৰ ফল গোটা হওক বা কাটি, কিমান দিন ৰাখিব লাগে। সঠিকভাৱে সংৰক্ষণ কৰিলে ফ্রীজে ফলৰ পুষ্টিকৰ উপাদানসমূহ ধ্বংস কৰাৰ পৰিৱর্তে সতেজতা আৰু গুণগত মান বজাই ৰখাত সহায় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d