Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

publisher by publisher
September 4, 2026
in India, News, Uncategorized
Reading Time: 1 min read
0
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

DelhiProtest : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও কৰিলে ককৰোচ জনতা পাৰ্টি (CJP)-এ। যোৱা জুলাই মাহত NEET-বিক্ষোভৰ সময়ত যন্তৰ মন্তৰত এগৰাকী প্ৰতিবাদকাৰী নিশু আজাদৰ পিতৃৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল সমাজমাধ্যম প্ৰভাৱী স্বতন্ত্ৰৰ বিৰুদ্ধে। শেহতীয়াকৈ এটা পডকাষ্টত সেই আক্ৰমণৰ কথা স্বীকাৰ কৰে স্বতন্ত্ৰই। সেই ভিডিঅ’ প্ৰকাশ্যলৈ অহাৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে দিল্লীৰ পৰিস্থিতি।

ADVERTISEMENT

স্বতন্ত্ৰৰ গ্ৰেপ্তাৰৰ দাবী তুলি শুকুৰবাৰে থানা ঘেৰাও কৰে CJP-এ। থানাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে CJP সমৰ্থকসকলে। এই প্ৰতিবাদত যোগ দিয়ে কংগ্ৰেছৰ যুৱ নেতা তথা নিৰ্দলীয় সাংসদ পাপ্পু যাদৱ। ইয়াৰ উপৰি উপস্থিত থাকে আজাদ সমাজ পাৰ্টীৰ নেতা চন্দ্ৰশেখৰ আজাদ।

CJP নেতা আশুতোষ ৰাঙ্কা আৰু সৌৰভ দাসকে ধৰি কেবাগৰাকীও সমৰ্থক পাৰ্লামেণ্ট ষ্ট্ৰীট থানাত উপস্থিত হয়। উল্লেখ্য যে, নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰৰ ওপৰত আক্ৰমণৰ ঘটনাত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী দীৰ্ঘদিন ধৰি জনাই আহিছিল CJP-এ। কিন্তু তাৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উঠিছে।

শেহতীয়াকৈ অভিযুক্তৰ এটা ভিডিঅ’ আৰু তাত কৰা স্বীকাৰোক্তিক লৈ গ্ৰেপ্তাৰৰ দাবী অধিক জোৰদাৰ হৈ পৰে। অভিযুক্ত স্বতন্ত্ৰক গ্ৰেপ্তাৰ কৰা হ’ব নে নহয়, সেই প্ৰশ্ন উত্থাপন কৰি থানাত উপস্থিত হয় CJP নেতাসকল। দিল্লী আৰক্ষীয়ে জনাইছে যে স্বতন্ত্ৰৰ সেই পডকাষ্টটো তদন্তৰ আওতালৈ অনা হ’ব। CJPৰ অধিবক্তাই দাবী কৰিছে যে ৭২ ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস আৰক্ষীয়ে দিছে।

ইফালে তেওঁৰ গ্ৰেপ্তাৰৰ দাবী জোৰদাৰ হৈ পৰাৰ সময়তে স্বতন্ত্ৰই দাবী কৰিছে যে আত্মৰক্ষাৰ বাবেহে তেওঁ আক্ৰমণ চলাইছিল। সংবাদমাধ্যমক নিজকে ‘গোৰক্ষক’ বুলিও দাবী কৰে স্বতন্ত্ৰই। কেনেদৰে আক্ৰমণ চলাইছিল আৰু কিয় আক্ৰমণ চলাইছিল, সেই বিষয়েও তেওঁ উল্লেখ কৰে।

তেওঁৰ ভাষাত, ‘‘মোক যদি পুনৰ সেইদৰে ঘেৰি ধৰি মাৰিবলৈ চেষ্টা কৰা হয়, তেন্তে এনে কাম কৰিবলৈ দ্বিতীয়বাৰ চিন্তা নকৰোঁ। পুনৰ জোৰেৰে মাৰিম।’’

উল্লেখ্য, যোৱা জুন মাহত এগৰাকী প্ৰতিবাদকাৰীৰ পিতৃক মাৰধৰ কৰাৰ অভিযোগ উঠিছিল স্বতন্ত্ৰৰ বিৰুদ্ধে। তেওঁৰ মূৰত আঘাত লাগি ফাটি গৈছিল। সেই ঘটনাক গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দিল্লী আৰক্ষীৰ কাষ চাপিছিল CJPৰ নেতাসকলে। কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ।

ইফালে, যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদত বহু দুষ্কৃতিকাৰী উপস্থিত হৈছিল বুলি ইয়াৰ পূৰ্বেই দাবী কৰিছিল দিল্লী আৰক্ষীয়ে। ‘ফেচিয়েল ৰিকগনিশ্যন’ ব্যৱস্থাতো সেয়া ধৰা পৰিছে বুলি দাবী কৰিছিল আৰক্ষীয়ে।

আদালতত দাখিল কৰা হলফনামাত আৰক্ষীয়ে জনাইছে যে যন্তৰ মন্তৰত FRS-ত যিসকলক চিনাক্ত কৰা হৈছিল, তেওঁলোকৰ তথ্য আৰক্ষীৰ ডেটাবেছৰ স’তে মিলাই চোৱা হৈছিল। হলফনামাত আৰক্ষীয়ে আৰু জনাইছে যে ২৮৭৩ জনক চিনাক্ত কৰা হৈছিল, যিসকলৰ অপৰাধমূলক ইতিহাস আছে।

অৱশ্যে আৰক্ষীয়ে এইটোও জনাইছে যে কেৱল FRSৰ ওপৰত ভিত্তি কৰিয়েই ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। ঘটনাস্থলীত পৰিস্থিতি পৰীক্ষা কৰাৰ পাছতহে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ইফালে FRSত এনে ২৫ জন দুষ্কৃতিকাৰীক চিনাক্ত কৰা হৈছিল, যিসকলৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাৰ গোচৰ আছে। যন্তৰ মন্তৰত প্ৰতিবাদৰ সময়ত তেওঁলোকক দেখা গৈছিল বুলি FRS-ত চিনাক্তকৰণ কৰা হৈছিল। কিন্তু ঘটনাক্ৰমে দেখা গ’ল যে সেই সময়ত সেই ২৫ জনেই দিল্লীৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছিল। আৰু ইয়াৰ পৰাই FRS আৰু দিল্লী আৰক্ষীৰ দাবীক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #SwatantraBhardwaj #SwatantraBharadwaj #ParliamentStreet #DelhiProtest #DelhiPolice #CJP #CockroachJanataParty #PappuYadav #ChandrashekharAzad #AzadSamajParty #NEETProtest #JantarMantar
publisher

publisher

Related Posts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী
India

October 10, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

October 10, 2026
পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ
India

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

October 10, 2026
অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু
India

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

October 10, 2026
দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী
India

দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

October 10, 2026
আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d