Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

publisher by publisher
September 4, 2026
in Lifestyle
Reading Time: 1 min read
0
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

WomenEmpowerment : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ঘৰত এনে বহু বস্তু থাকে, যিবোৰ এসময়ত অতি প্রয়োজনীয় আছিল যদিও সময়ৰ লগে লগে সেইবোৰৰ ব্যৱহাৰ কমি যায়। তাৰ ভিতৰত পুৰণি কাপোৰ অন্যতম। আলমাৰিৰ এটা কোণত জমা হৈ থকা পুৰণি শাৰী, চুৰিদাৰ, চাদৰ, টি-ছার্ট, জিন্স বা শিশুৰ কাপোৰবোৰ সাধাৰণতে পেলাই দিয়া হয় অথবা কেতিয়াবা বহুদিন ধৰি ব্যৱহাৰ নোহোৱাকৈয়ে পৰি থাকে। কিন্তু অলপ সৃষ্টিশীল চিন্তা আৰু হাতৰ কামৰ দক্ষতা থাকিলে এই পুৰণি কাপোৰবোৰেই নতুন ৰূপ লৈ উপাৰ্জনৰ এক সুন্দৰ মাধ্যম হৈ উঠিব পাৰে।

ADVERTISEMENT

আজিৰ সময়ত ‘Reuse’ আৰু ‘Upcycling’ৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিছে। অর্থাৎ পেলাই দিবলগীয়া পুৰণি সামগ্ৰীক নতুন ৰূপ দি পুনৰ ব্যৱহাৰ যোগ্য কৰি তোলা। এই ধাৰণাটোক কামত লগাই বহু মহিলাই ঘৰৰ পৰাই সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে। বিশেষকৈ যিসকল মহিলাই ঘৰুৱা দায়িত্বৰ বাবে নোৱাৰে, তেওঁলোকৰ বাবে এই কাম বাহিৰত নিয়মীয়া চাকৰি কৰিব আত্মনিৰ্ভৰশীলতাৰ এটা সম্ভাৱনাপূর্ণ পথ হ’ব পাৰে।

পুৰণি কাপোৰেৰে কি কি বনাব পাৰি? :-

এখন পুৰণি শাৰীয়ে হয়তো আৰু শৰীৰত পৰিধান কৰাৰ উপযোগী নহ’ব পাৰে, কিন্তু সেইখন শাৰীৰ কাপোৰেৰে ধুনীয়া বজাৰ কৰা বেগ, টোট বেগ, কুশন কভাৰ, টেবুল ৰানাৰ, টেবুল মেট অথবা বিভিন্ন সজ্জাৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি। পুৰণি জিন্সৰ পৰা মজবুত বেগ, পেন হোল্ডাৰ, ম’বাইল কভাৰ, সৰু পাৰ্চ বা সংগঠক বনাব পাৰি।

আকৌ শিশুৰ পুৰণি কাপোৰৰ পৰা বিভিন্ন ৰঙৰ কাপোৰ জোৰা লগাই ধুনীয়া পুতলা, কুশ্বন বা সৰু সৰু সজোৱা সামগ্রী তৈয়াৰ কৰিব পাৰি। বিভিন্ন ৰঙৰ কাপোৰৰ টুকুৰা একেলগ কৰি ‘Patchwork’ পদ্ধতিৰে বেগ, কুশ্বন কভাৰ বা টেবুল মেট বনালে সেইবোৰৰ এক সুকীয়া আকর্ষণ সৃষ্টি হয়। এই কামৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল কেঁচামালৰ এটা অংশ ঘৰৰ পৰাই পোৱা যায়।

অর্থাৎ ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্ৰথমতেই বহুত টকা খৰচ কৰি কাপোৰ কিনাৰ প্রয়োজন নহ’বও পাৰে। পুৰণি কাপোৰ, সূতা, বুটাম, জিপ, লেচ আদি ঘৰত থকা সামগ্ৰীৰে আৰম্ভণি কৰিব পাৰি। অৱশ্যে কেৱল পুৰণি কাপোৰ থাকিলেই নহ’ব; সেই কাপোৰক সুন্দৰ সামগ্ৰীলৈ ৰূপান্তৰ কৰাৰ দক্ষতা থাকিব লাগিব।

চিলাই জানিলে কামটো আৰু সহজ হয়। কিন্তু চিলাই ভালদৰে নাজানিলেও আজিৰ সময়ত বিভিন্ন প্রশিক্ষণৰ জৰিয়তে এই দক্ষতা আয়ত্ত কৰিব পাৰি। এগৰাকী মহিলাই প্রথমে নিজৰ ব্যৱহাৰৰ বাবে দুই-এপদ সামগ্রী তৈয়াৰ কৰি অভ্যাস কৰিব পাৰে। পৰিয়াল আৰু বন্ধুবৰ্গৰ পৰা মতামত লৈ ডিজাইন উন্নত কৰিব পাৰে।

লাহে লাহে ভাল মানৰ কেইবিধমান সামগ্রী প্রস্তুত কৰি সেইবোৰ বিক্ৰী কৰাৰ চেষ্টা কৰিব পাৰে। আৰম্ভণিতে সৰু পৰিসৰত কাম কৰিলেও সময়ৰ স’তে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব পাৰে।

সৰু ব্যৱসায় এটাক সফল কৰিবলৈ কেৱল সামগ্রী বনোৱাই যথেষ্ট নহয়। সামগ্ৰীৰ এক নিজস্ব পৰিচয় সৃষ্টি কৰাটোও গুৰুত্বপূর্ণ। এগৰাকী মহিলাই নিজৰ কামৰ এটা নাম দিব পাৰে, সুন্দৰ পেকেজিং কৰিব পাৰে আৰু প্রতিটো সামগ্ৰীৰ বিশেষত্ব গ্রাহকক জনাব পাৰে।

উদাহৰণ স্বৰূপে, ‘পুৰণি শাৰীৰ পৰা তৈয়াৰ কৰা নতুন বেগ’ বুলি ক’লে গ্ৰাহকৰ আগ্রহ সৃষ্টি হ’ব পাৰে। কাৰণ সেই বেগখন কেৱল এটা বেগ নহয়; তাৰ স’তে জড়িত হৈ থাকে এটা পুৰণি কাপোৰৰ স্মৃতি আৰু নতুন ৰূপত তাক জীয়াই ৰখাৰ কাহিনী।

বিশেষকৈ মাকৰ পুৰণি শাৰী, আইতাৰ শাৰী বা কোনো আপোনজনৰ ব্যৱহাৰ কৰা কাপোৰৰ পৰা স্মৃতি জড়িত সামগ্ৰী তৈয়াৰ কৰাৰ ধাৰণাটো যথেষ্ট আকর্ষণীয় হ’ব পাৰে। এনে ধৰণৰ সামগ্ৰীয়ে ব্যৱসায়িক মূল্যৰ লগতে আৱেগিক মূল্যও বহন কৰে। এতিয়া ব্যৱসায়ৰ বাবে কেৱল দোকান ভাড়া লোৱাৰ প্রয়োজন নাই। ম’বাইল ফোনেৰে সামগ্ৰীৰ ভাল ফটো তুলি সামাজিক মাধ্যমত প্রকাশ কৰিব পাৰি।

ফেচবুক, ইনস্টাগ্রাম বা হোৱাটছএপৰ জৰিয়তে পৰিচিত লোকৰ পৰা আৰম্ভ কৰি লাহে লাহে নতুন গ্রাহকৰ ওচৰলৈ যাব পাৰি। প্ৰতিটো সামগ্ৰীৰ ছবি দিয়াৰ লগতে সেইটো কেনেকৈ তৈয়াৰ কৰা হৈছে, কিহৰ পৰা তৈয়াৰ কৰা হৈছে আৰু ইয়াৰ বিশেষত্ব কি-এই কথাবোৰ জনালে গ্রাহকৰ স’তে এক বিশ্বাসৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। এনেদৰে ঘৰৰ এটা সৰু কোঠা, এটা চিলাই মেচিন আৰু নিজৰ সৃষ্টিশীলতাক মূলধন হিচাপে লৈ এগৰাকী মহিলাই ব্যৱসায় আৰম্ভ কৰিব পাৰে।

এই উদ্যোগৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল পৰিৱেশ সংৰক্ষণ। পুৰণি কাপোৰ পেলাই দিয়াৰ সলনি পুনৰ ব্যৱহাৰ কৰিলে আৱৰ্জনা কিছু পৰিমাণে হ্রাস কৰিব পাৰি। একেটা কাপোৰক নতুন জীৱন দি নতুন সামগ্রী তৈয়াৰ কৰাটো হৈছে দায়িত্বশীল ব্যৱহাৰৰ এক সুন্দৰ উদাহৰণ। এগৰাকী মহিলাই যেতিয়া পুৰণি কাপোৰক পেলনীয়া বস্তু বুলি নাভাবি সম্ভাৱনাৰ সামগ্রী হিচাপে চাবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁৰ চিন্তাধাৰাতো এক পৰিৱৰ্তন আহে।

তেওঁ কেৱল উপাৰ্জনৰ কথাই নাভাবে; অপচয় কমোৱা, পৰিৱেশ ৰক্ষা কৰা আৰু স্থানীয় সৃষ্টিশীলতাক আগুৱাই নিয়াৰ কথাও ভাবিব পাৰে।

স্বাৱলম্বী হ’বলৈ কেতিয়াবা ঘৰত থকা সামগ্ৰী আৰু নিজৰ হাতৰ দক্ষতাই যথেষ্ট। প্রথমে হয়তো কেইটামান বেগ বনাব পৰা যাব। তাৰ পাছত কুশ্বন কভাৰ, টেবুল মেট, পার্চ, পুতলা অথবা আন সজ্জাৰ সামগ্রী যোগ হ’ব পাৰে। গ্ৰাহকৰ পছন্দ বুজি ডিজাইন সলনি কৰিব পাৰি। লাভৰ পৰিমাণ আৰম্ভণিতে কম হ’লেও হতাশ হোৱাৰ প্ৰয়োজন নাই। এটা সৰু কামৰ পৰা লাভ কৰা প্ৰথম উপাৰ্জনেই এগৰাকী মহিলাৰ বাবে ডাঙৰ আত্মবিশ্বাসৰ কাৰণ হ’ব পাৰে। নিজৰ হাতেৰে সৃষ্টি কৰা সামগ্ৰী কোনোবাই কিনি ব্যৱহাৰ কৰা দেখাটোও এক বিশেষ আনন্দ।

শেষত, নাৰীৰ স্বাৱলম্বন মানে কেৱল নিজৰ উপার্জন থকাই নহয়। নিজৰ প্ৰতিভাক মূল্য দিয়া, নিজৰ সিদ্ধান্ত নিজে ল’ব পৰা আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব পৰাটোৱেই প্রকৃত স্বাৱলম্বিতা। আলমাৰিৰ এটা কোণত পৰি থকা পুৰণি কাপোৰখন হয়তো আমাৰ বাবে মূল্যহীন যেন লাগিব পাৰে।

কিন্তু এগৰাকী সৃষ্টিশীল মহিলাৰ হাতত সেই কাপোৰেই হৈ উঠিব পাৰে এটা নতুন বেগ, এটা সুন্দৰ কুশ্বন কভাৰ, এটা মৰম লগা পুতলা-আৰু তাৰ লগতে নিজৰ উপাৰ্জনৰ প্ৰথম খোজ। পুৰণিক পেলাই নিদি নতুন ৰূপ দিয়া, এই চিন্তাই যদি এগৰাকী নাৰীৰ হাতত সৃষ্টিশীলতা আৰু উপাৰ্জনৰ শক্তি তুলি দিয়ে, তেন্তে সেই কাপোৰ কেৱল পুনৰ ব্যৱহাৰ হোৱা নহয়; তাৰ স’তে এটা নতুন সপোনো জন্ম লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d