Kaziranga:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কাজিৰঙাৰ ব্যক্তিগত ৰিজ’ট এখনক আকস্মিক মৃত্যু বহি:ৰাজ্যৰ এজন পৰ্যটকৰ ৷ আগৰতলাৰ সুৰজ সাহা নামৰ পৰ্যটকজন শুকুৰবাৰে পুৱাভাগত নিজৰ কোঠাত হঠাতে অসুস্থ হৈ পৰে ৷ লগে লগে তেওঁৰ সহযোগী সকলে ততাতৈয়াকৈ কঁহৰা আদর্শ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ADVERTISEMENT
উল্লেখ্য যে গে’ট টুগেডাৰৰ উদ্দেশ্যে আগৰতলাৰ এটা পৰ্যটক দল আহিছিল কাজিৰঙালৈ৷ দলটোৰ অন্যতম সদস্য আছিল মৃত সুৰজ সাহা ৷































