Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

publisher by publisher
September 4, 2026
in Lifestyle
Reading Time: 1 min read
0
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

GasSafety : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্রতিদিনে পাকঘৰত ব্যৱহাৰ কৰা এটা গুৰুত্বপূৰ্ণ বস্তু হ’ল এল পি জি গেছ নিয়ন্ত্রক ৰেগুলেটৰ। এই নিয়ন্ত্রকে চিলিণ্ডাৰৰ ভিতৰৰ অতিৰিক্ত চাপ কমোৱাৰ কাম কৰে আৰু নিৰাপদ স্তৰত ষ্ট’ভলৈ গেছ প্ৰেৰণ কৰে।

ADVERTISEMENT

গতিকে ৰেগুলেটৰত সামান্য দোষ থাকিলেও তাক আওকাণ কৰাটো উচিত নহয়। বিশেষকৈ নিয়ন্ত্রক ঢিলা হোৱা, গেছৰ গোন্ধ বা চৌকা শিখাৰ অস্বাভাৱিক পৰিৱৰ্তন বিপদৰ ইংগিত হ’ব পাৰে।

ৰেগুলেটৰটো ঢিলা হৈ পৰিছে নেকি? যদি চিলিণ্ডাৰত স্থাপন কৰাৰ পিছত ৰেগুলেটৰটো সঠিকভাবে লক নহয় বা বাৰে বাৰে ঢিলা হৈ পৰে, তেন্তে গেছ অন কৰি ৰান্ধিব নালাগে। ৰেগুলেটৰক জোৰ কৰিবলৈ চেষ্টা নকৰিব। সংযোগ সঠিক ঠাইত আছে নে নাই পৰীক্ষা কৰক। যদি কোনো অংশ বেঁকা, ঢিলা বা ক্ষতিগ্রস্ত যেন লাগে, তেন্তে ইয়াক ব্যৱহাৰ কৰা বন্ধ কৰি বিশেষজ্ঞৰ পৰা সহায় লোৱাটো নিৰাপদ।

গেছৰ গোন্ধ পালে সাৱধান হওক: ৰেগুলেটৰৰ চাৰিওফালে গেছৰ গোন্ধ পোৱাটো স্বাভাবিক নহয়। এল পি জিত বিশেষ সুগন্ধিযুক্ত উপাদান মিহলি কৰা হয়, যাতে গেছ লিক হ’লে সহজে বুজিব পাৰি। এনে পৰিস্থিতিত জুইশলা, লাইটাৰ বা চাকি জ্বলাই লিক বিচাৰিবলৈ চেষ্টা নকৰিব।

বৈদ্যুতিক চুইচ অন বা অফ কৰাটো এৰক বার্নাৰৰ জুইও এটা লক্ষণ হ’ব পাৰে: ৰেগুলেটৰ সম্পৰ্কীয় সমস্যাৰ প্ৰভাৱ বাৰ্নাৰৰ জুইতো দেখা যায়। যদি আপুনি লক্ষ্য কৰে যে জুই হঠাতে অতি সৰু হৈ পৰে, বাৰে বাৰে নুমাই যায় বা অস্বাভাৱিকভাৱে ডাঙৰ আৰু তীব্ৰ হৈ পৰে তেন্তে বিষয়টোক আওকাণ নকৰিব। অতি অস্বাভাৱিক বা কোলাহলপূর্ণ জুইয়েও লিক হোৱাৰ ইংগিত দিব পাৰে।

ৰেগুলেটৰত ফাট বা ভঙা: পুৰণি ৰেগুলেটৰ ৰ ছিল, ৰবৰৰ আঙঠি বা অন্যান্য অংশ সময়ৰ লগে লগে বেয়া হ’ব পাৰে। যদি ৰেগুলেটৰটোত ফাট, ভঙা অংশ দেখা দিয়ে, তেন্তে ইয়াক ব্যৱহাৰ নকৰাটো নিৰাপদ। ৰেগুলেটৰ পৰিষ্কাৰ হ’লেও খুলিব নালাগে আৰু নিজেই ভিতৰৰ অংশবোৰ মেৰামতি কৰিবলৈ চেষ্টা কৰক।

ৰেগুলেটৰ কেতিয়া সলনি কৰিব লাগে? যদি এই লক্ষণসমূহৰ কোনো এটা দেখা দিয়ে, যেনে বাৰে বাৰে ঢিলা হোৱা, গেছৰ গোন্ধ, সঠিকভাবে লক নহোৱা, ফাট মৰা আৰু চুলাত অস্বাভাৱিক জুই, তেন্তে ৰেণ্ডলেটৰ সলনি কৰিবলগীয়া হ’ব পাৰে।

বাহিৰৰ পৰা ভাল দেখা যায় বুলিয়েই পুৰণি ৰেণ্ডলেটৰ ব্যৱহাৰ কৰাটো ভাল নহয়। যদি সলনি কৰাৰ প্ৰয়োজন হয় তেন্তে সংশ্লিষ্ট গেছ কোম্পানী বা অনুমোদিত সেৱা কৰ্মীৰ সহায় নিশ্চিতভাবে লওক। নিজেই ৰেণ্ডলেটৰটো খুলি মেৰামতি কৰিবলৈ চেষ্টা কৰাটো বিপদজনক হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d