Bongaigaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যত শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে মানৱ সৰবৰাহকাৰী চক্র । ইয়াৰ মাজতে বঙাইগাঁৱত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হ’ল ৩টি শিশু, ৪ গৰাকী মহিলা সহ ১৩ জন লোকক ৷ নিউ বঙাইগাঁও জংচনত জিআৰপি দলে বিশেষ খবৰৰ ভিত্তিত নিশা অভিযান চলাই শিশু -মহিলা ২৩জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ADVERTISEMENT






























